প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ গোকুলপুৰী অঞ্চলত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:
"দিল্লীৰ গোকুলপুৰীত অগ্নিকাণ্ডৰ ফলত সংঘটিত ঘটনাটো হৃদয়বিদারক। এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ঈশ্বৰে তেওঁলোকক এই অপৰিসীম দুখ-কষ্ট বহন কৰিবলৈ শক্তি দিয়ক। "
दिल्ली के गोकुलपुरी में अग्निकांड से हुआ हादसा हृदयविदारक है। इस हादसे में जिन लोगों को अपनी जान गंवानी पड़ी है, उनके परिजनों के प्रति मैं गहरी संवेदना प्रकट करता हूं। ईश्वर उन्हें इस अपार दुख को सहने की शक्ति प्रदान करे।
— Narendra Modi (@narendramodi) March 12, 2022


