প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অৱসৰপ্রাপ্ত বিচাৰপতি এম. ৰামা জইছৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।
আজি এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, ‘অৱসৰপ্রাপ্ত বিচাৰপতি এম. ৰামা জইছ আছিল এগৰাকী প্রতিষ্ঠিত বুদ্ধিজীৱি তথা বিচাৰপতি। তেখেতৰ গভীৰ জ্ঞান আৰু ভাৰতৰ গণতান্ত্রিক ভিত্তিক শক্তিশালী কৰাৰ বাবে আগবঢ়োৱা অৱদানৰ তেওঁ উচ্চ প্রশংসিত হৈছিল। তেখেতৰ মৃত্যুত শোকাহত হৈছোঁ। তেখেতৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্রতি এই দুখৰ সময়ত আমি সমবেদনা জনাইছোঁ। ঔঁম শান্তি।’
Justice (Retd.) M. Rama Jois was a towering intellectual and jurist. He was admired for his rich intellect and contributions towards making India’s democratic fabric stronger. Saddened by his demise. My thoughts are with his family and admirers in this sad hour. Om Shanti.
— Narendra Modi (@narendramodi) February 16, 2021


