প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, আমাৰ চৰকাৰে আমাৰ মাছমৰীয়াসকলৰ জীৱন-যাত্ৰাত ইতিবাচক পৰিৱৰ্তন সাধনাৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে সহজ ঋণ লাভ নিশ্চিতকৰণ, শেহতীয়া প্ৰযুক্তি উপলব্ধকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ আৰু একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ দপ্তৰৰ কেবিনেট মন্ত্ৰীৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ভাল কথা। আমাৰ চৰকাৰে আমাৰ মাছমৰীয়াসকলৰ জীৱন-যাত্ৰাত ইতিবাচক পৰিৱৰ্তন সাধনাৰ্থে একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। চৰকাৰে সহজ ঋণ লাভ নিশ্চিতকৰণ, শেহতীয়া প্ৰযুক্তি উপলব্ধকৰণ, আন্তঃগাঁথনি উন্নীতকৰণ আৰু একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s Ujjwala at 10 marks shift from access to empowerment, says education minister Dharmendra Pradhan

Media Coverage

PM Modi’s Ujjwala at 10 marks shift from access to empowerment, says education minister Dharmendra Pradhan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings to the people of Maharashtra on Maharashtra Day
May 01, 2026

Prime Minister Shri Narendra Modi today extended his best wishes to the people of Maharashtra on the occasion of Maharashtra Day.

The Prime Minister posted on X:

"Best wishes to my sisters and brothers of Maharashtra on Maharashtra Day. Maharashtra has a long history of social awakening, cultural richness and leadership across sectors. From literature, theatre, music and cinema to industry, education, science and public service, the state has made a lasting contribution to India’s growth. Praying for the continuous development of Maharashtra and the well-being of its great people.”

"महाराष्ट्र दिनानिमित्त महाराष्ट्रातील माझ्या सर्व बंधू-भगिनींना हार्दिक शुभेच्छा. सामाजिक प्रबोधन, समृद्ध सांस्कृतिक परंपरा आणि विविध क्षेत्रांतील नेतृत्वाचा महाराष्ट्राला प्रदीर्घ गौरवशाली इतिहास लाभला आहे. साहित्य, नाट्य, संगीत, चित्रपट ते उद्योग, शिक्षण, विज्ञान आणि सार्वजनिक सेवा याद्वारे राज्याने भारताच्या प्रगतीत मोलाचे योगदान दिले आहे. महाराष्ट्राच्या निरंतर विकासासाठी आणि येथील महान जनतेच्या कल्याणासाठी मी प्रार्थना करतो."