It is important to use latest technology when it comes to agriculture. Farmers gain immensely thanks to technology: PM Modi
We are working towards doubling farmer incomes by 2022, says PM Modi
Our cooperation with Israel is diverse and benefits both our nation: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে আজি গুজৰাটৰ সবৰকান্তা জিলাৰ বাদ্ৰাডৰ এটা অত্যাধূনিক শাক-পাচলি বিক্ৰী কেন্দ্ৰ পৰিদৰ্শন কৰে।

তেওঁলোকক সেই কেন্দ্ৰটোৰ বিভিন্ন সফলতাৰ সন্দৰ্ভত চমুকৈ অৱগত কৰা হয়। তেওঁলোকে লগতে ভিডিঅ’ কনফাৰেন্সযোগে কচ্চ জিলাৰ কুকামাত খেজুৰৰ অত্যাধূনিক বিক্ৰী কেন্দ্ৰ এটাও উদ্বোধন কৰে। তেওঁলোকে কচ্চ জিলাৰ একাংশ কৃষকৰ সৈতেও মত-বিনিময় কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃষিখণ্ডক মুল হিচাপে লৈ কেনেকৈ এখন দেশে পৰিৱৰ্তন সাধন কৰিব পাৰে, তাক ইজৰাইলে প্ৰমাণ কৰি দেখুৱাইছে। তেওঁ কয় যে কৃষিখণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ ২০২২ চনৰ ভিতৰত ভাৰতৰ কৃষকসকলৰ উপাৰ্জন দুগুন কৰা ক্ষেত্ৰত কেনেকৈ কাম কৰি আছে, সেই সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ এই ক্ষেত্ৰত জলসিঞ্চন আৰু কৃষি কাৰ্যৰ অভিনৱ পদ্ধতিৰ প্ৰতি অধিক মনযোগ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কয়।

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bishkek Balancing Act: How India’s dual engagements define its strategic autonomy

Media Coverage

The Bishkek Balancing Act: How India’s dual engagements define its strategic autonomy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the qualities of a truly wise person
September 01, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of a truly wise person.

The Prime Minister wrote on X;

"यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।

कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥"

A truly wise person is one whose plans and actions remain hidden from others until they are completed. Such a disciplined, discerning and thoughtful person is rightly regarded as truly wise.