প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাৰী দিৱসত চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০টকাকৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ হ’ব, বিশেষকৈ আমাৰ নাৰী শক্তিৰ লাভান্বিত হ’ব বুলিও তেওঁ লগতে কয়।

টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আজি নাৰী দিৱস উপলক্ষে আমি এলপিজি চিলিণ্ডাৰৰ মূল্যত ১০০টকাকৈ ৰেহাইৰ এটা ডাঙৰ সিদ্ধান্ত লৈছো। ইয়াৰ দ্বাৰা নাৰী শক্তিৰ জীৱন সহজ হোৱাই নহয় কোটি কোটি পৰিয়ালৰ আৰ্থিক বোজাও লাঘৱ হ’ব। এই পদক্ষেপে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ’ব, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্যও উন্নত হ’ব।”

 

 

 

“আজি নাৰী দিৱসত চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০টকাকৈ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ হ’ব, বিশেষকৈ আমাৰ নাৰী শক্তিৰ লাভান্বিত হ’ব৷

ৰন্ধন গেছক অধিক সুলভ কৰি তুলি আমি পৰিয়ালৰ মংগলৰ বাবে সহায় কৰাৰ লগতে সুস্থ পৰিৱেশ সুনিশ্চিত কৰাৰো লক্ষ্য লৈছো। এয়া মহিলাসকলক সবলীকৰণ আৰু তেওঁলোকৰ বাবে ‘সহজ জীৱন-যাপন’ নিশ্চিত কৰাৰ আমাৰ প্ৰতিশ্ৰুতিৰ অন্যতম৷”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's telecom sector surges in 2025! 5G rollout reaches 85% of population; rural connectivity, digital adoption soar

Media Coverage

India's telecom sector surges in 2025! 5G rollout reaches 85% of population; rural connectivity, digital adoption soar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ডিচেম্বৰ 2025
December 20, 2025

Empowering Roots, Elevating Horizons: PM Modi's Leadership in Diplomacy, Economy, and Ecology