ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিযুক্তিপ্ৰাপ্ত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গ'ৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সফল কাৰ্যকালৰ বাবে শ্ৰী গৰক শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ'ব বুলি বিশ্বাস ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা এক্স-পোষ্টত কৈছে;

"ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোনীত ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰক আদৰণি জনোৱাৰ বাবে সুখী। মই বিশ্বাস কৰো যে তেওঁৰ কাৰ্যকালত ভাৰত-মাৰ্কিন বিস্তৃত বিশ্বজনীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ'ব।

@SergioGor" 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Household savings rise to 21.7% of GDP in FY25: Govt

Media Coverage

Household savings rise to 21.7% of GDP in FY25: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi