প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷ এই উপলক্ষে তেওঁ ইতিহাসৰ পাতৰ কেইটামান আকর্ষনীয় বিষয় সকলোৰে সৈতে শ্বেয়াৰ কৰে৷ ইয়াৰ ভিতৰত লর্ড লিনলিথগো’লৈ ড০ লোহিয়াই লিখা চিঠি আৰু ড০ লোহিয়াৰ পিতৃ আৰু তেওঁলোকৰ মাজত চিঠিপত্রৰ আদান-প্ৰদান উল্লেখযোগ্য৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “ড০ লোহিয়াক তেওঁৰ জন্ম বার্ষিকীত স্মৰণ কৰিছো৷ তেওঁ বহু ঐতিহাসিক ঘটনাত আগভাগ লৈছিল আৰু আমাৰ স্বাধীনতা সংগ্রামত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ নীতিগত ৰাজনীতি আৰু বুদ্ধিদীপ্ত কৌশলৰ বাবে তেওঁক সর্বত্র সন্মানীত হৈছিল৷

ইতিহাসৰ পাতৰ কেইটামান আকর্ষণীয় বিষয় হৈছে-লর্ড লিনলিথগো’লৈ ড০ লোহিয়াই লিখা চিঠি আৰু ড০ লোহিয়াৰ পিতৃ আৰু তেওঁলোকৰ মাজত চিঠিপত্রৰ আদান-প্ৰদান”।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO

Media Coverage

Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ছেপ্টেম্বৰ 2026
September 09, 2026

Viksit Bharat Express: How PM Modi’s Reforms Are Supercharging India’s Economy and Infrastructure