I. চুক্তি / বুজাবুজিৰ চুক্তি (MoU)

ক্ৰমিক নং

নথি-পত্ৰ

ক্ষেত্ৰ

দ্বিপাক্ষিক প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাক সুদৃঢ়কৰণৰ যৌথ উদ্দেশ্য ঘোষণা

প্ৰতিৰক্ষা আৰু নিৰাপত্তা

ভাৰত-জাৰ্মানীৰ যৌথ অৰ্থনৈতিক আৰু বিনিয়োগ কমিটিৰ সৈতে সংযুক্ত আৰু ইয়াৰ অংশ হিচাপে মুখ্য কাৰ্য্যবাহী বিষয়া মঞ্চ স্থাপনেৰে দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাক সুদৃঢ়কৰণৰ যৌথ উদ্দেশ্য ঘোষণা

বাণিজ্য আৰু অৰ্থনীতি

ভাৰত-জাৰ্মানী অৰ্ধপৰিবাহী বাতাবৰণ অংশীদাৰিত্বৰ যৌথ উদ্দেশ্য ঘোষণা

জটিল আৰু উদীয়মান প্ৰযুক্তি

জটিল খনিজৰ ক্ষেত্ৰত সহযোগিতাৰ যৌথ উদ্দেশ্য ঘোষণা

জটিল আৰু উদীয়মান প্ৰযুক্তি

দূৰসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ যৌথ উদ্দেশ্য ঘোষণা

জটিল আৰু উদীয়মান প্ৰযুক্তি

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান তথা ইনফিনিয়ন টেকন’লজিছ এজি-ৰ মাজত বুজাবুজিৰ চুক্তি (MoU)

জটিল আৰু উদীয়মান প্ৰযুক্তি

অখিল ভাৰত আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু চাৰ্ইট ইউনিভাৰ্চিটি, জাৰ্মানীৰ মাজত বুজাবুজিৰ চুক্তি

পৰম্পৰাগত চিকিৎসা

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক পৰিষদ (PNGRB) তথা জাৰ্মান টেকনিকেল এণ্ড চাইন্টিফিক এছ’চিয়েচন ফৰ গেছ এণ্ড ৱাটাৰ ইণ্ডাষ্ট্ৰীজ (DVGW)-ৰ মাজত বুজাবুজিৰ চুক্তি

নবীকৰণযোগ্য শক্তি

ভাৰতীয় কোম্পানী এএম গ্ৰীন আৰু জাৰ্মান কোম্পানী ইউনিপাৰ গ্ল’বেল ক’ম’ডিটিজ অন গ্ৰীন এমনিয়াৰ মাজত গ্ৰীন এমনিয়াৰ অফটেক চুক্তি

সেউজ হাইড্ৰ’জেন

১০

বাঅ’ইকনমি সন্দৰ্ভত গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত যৌথ সহযোগিতাৰ বাবে যৌথ উদ্দেশ্য ঘোষণা

বিজ্ঞান আৰু গৱেষণা

১১

ভাৰত-জাৰ্মান বিজ্ঞান আৰু প্ৰযুক্তি কেন্দ্ৰৰ (IGSTC) কাৰ্য্যকাল বৃদ্ধি সন্দৰ্ভত যৌথ উদ্দেশ্য ঘোষণা

বিজ্ঞান আৰু গৱেষণা

১২

উচ্চ শিক্ষা সন্দৰ্ভত ভাৰত-জাৰ্মান ৰোডমেপ

শিক্ষা

১৩

স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ ন্যায্য, নৈতিক আৰু বহনক্ষম নিযুক্তিৰ বাবে গ্ল’বেল স্কিল পাৰ্টনাৰশ্বিপৰ কাঠামো চৰ্তৰ যৌথ উদ্দেশ্য ঘোষণা

দক্ষতা আৰু ম’বিলিটি

১৪

হায়দৰাবাদৰ ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত নবীকৰণযোগ্য শক্তিৰ দক্ষতাৰ অৰ্থে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ যৌথ উদ্দেশ্য ঘোষণা

দক্ষতা আৰু ম’বিলিটি

১৫

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স-লোথাল আৰু জাৰ্মান সামুদ্ৰিক সংগ্ৰহালয়-লাইবনিজ ইনষ্টিটিউট ফৰ মেৰিটাইম হিষ্ট্ৰী, ব্ৰেমাৰহাভেন, জাৰ্মানীৰ মাজত গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (NMHC) বিকাশৰ বাবে বুজাবুজিৰ চুক্তি

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

১৬

ক্ৰীড়া সহযোগিতাৰ যৌথ উদ্দেশ্য ঘোষণা

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

১৭

ডাক সেৱাৰ ক্ষেত্ৰত সহযোগিতাৰ যৌথ উদ্দেশ্য ঘোষণা

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

১৮

যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগ আৰু ডয়চে প’ষ্ট এজি-ৰ মাজত উদ্দেশ্য পত্ৰ

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

১৯

হকী ইণ্ডিয়া আৰু জাৰ্মান হকী ফেডাৰেচনৰ (ডয়চাৰ হকী-বাণ্ড ই.ভি.) মাজত ইয়ুথ হকী উন্নয়নৰ বুজাবুজিৰ চুক্তি

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

II. ঘোষণাৰাজি

ক্ৰমিক নং

ঘোষণা

ক্ষেত্ৰ

২০

জাৰ্মানীৰে ট্ৰেনজিট কৰাৰ বাবে ভাৰতীয় পাছপ’ৰ্টধাৰীসকললৈ ভিছা ফ্ৰী ট্ৰেনজিটৰ ঘোষণা

জনসাধাৰণৰ মাজৰ সম্পৰ্ক

২১

ট্ৰেক ১.৫ বৈদেশিক নীতি স্থাপন আৰু নিৰাপত্তা আলোচনা

বৈদেশিক নীতি আৰু নিৰাপত্তা

২২

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল সন্দৰ্ভত দ্বিপাক্ষিক আলোচনা ব্যৱস্থা স্থাপন

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল

২৩

ভাৰত-জাৰ্মানী ডিজিটেল ডায়লগৰ কৰ্ম পৰিকল্পনাৰ অভিযোজনা (২০২৫-২০২৭)

প্ৰযুক্তি আৰু উদ্ভাৱন

২৪

ধ্বজাবাহী দ্বিপাক্ষিক সেউজ আৰু বহনক্ষম উন্নয়ন অংশীদাৰিত্বৰ (GSDP) অধীনত ১.২৪ বিলিয়ন ইউৰোৰ নতুন পুঁজিৰ অংগীকাৰ, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰ’জেন, পিএম ই-বাছ সেৱা আৰু জলবায়ু-স্থিতিস্থাপক নগৰীয়া আন্তঃগাঁথনিৰ অগ্ৰাধিকাৰ প্ৰকল্পসমূহলৈ সমৰ্থন

সেউজ আৰু বহনক্ষম উন্নয়ন

২৫

বিশ্বব্যাপী নবীকৰণযোগ্য শক্তিত বিনিয়োগৰ বাবে ভাৰত-জাৰ্মানী মঞ্চৰ অধীনত বেটাৰী সংৰক্ষণ কৰ্মগোট স্থাপন

সেউজ আৰু বহনক্ষম উন্নয়ন

২৬

ভাৰত-জাৰ্মানী ত্ৰিকোণীয় উন্নয়ন সহযোগিতাৰ অধীনত ঘানা (বাঁহৰ ডিজাইন আৰু সংসাধনৰ বাবে ডিজিটেল প্ৰযুক্তি কেন্দ্ৰ), কেমেৰুণ (ৰাষ্ট্ৰজোৰা আলুৰ বীজ উদ্ভাৱনৰ বাবে জলবায়ু অভিযোজিত আৰএচি প্ৰযুক্তি লেব) আৰু মালাউই (মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে কৃষি মূল্য শৃংখলত কাৰিকৰী উদ্ভাৱন আৰু উদ্যমিতা হাব)-ত প্ৰকল্পসমূহৰ পৰিসৰ বৃদ্ধি কৰা

সেউজ আৰু বহনক্ষম উন্নয়ন

২৭

আহমেদাবাদত জাৰ্মানীৰ কনছুল মুকলি

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi