ক্ৰমিক নং

চুক্তি/বুজাবুজিৰ চুক্তিৰ (MoU) নাম

ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ কথা ঘোষণা

ভাৰত-ফিলিপাইনছ কৌশলগত অংশীদাৰিত্বঃ কাৰ্য্য পৰিকল্পনা (২০২৫-২৯)

ভাৰতীয় বায়ুসেনা আৰু ফিলিপাইনছ বায়ুসেনাৰ মাজত এয়াৰ ষ্টাফ টকছ সন্দৰ্ভত টাৰ্মছ অৱ ৰেফাৰেন্স

সেনা-সেনা ষ্টাফ টকছ সন্দৰ্ভত ভাৰতীয় সেনা আৰু ফিলিপাইনছ সেনাৰ মাজত টাৰ্মছ অৱ ৰেফাৰেন্স

নৌসেনা-নৌসেনা টকছ সন্দৰ্ভত ভাৰতীয় নৌসেনা আৰু ফিলিপাইনছ নৌসেনাৰ মাজত টাৰ্মছ অৱ ৰেফাৰেন্স

ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত অপৰাধমূলক বিষয়ত পাৰস্পৰিক আইনী সহায়ৰ চুক্তি

ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত শাস্তিপ্ৰাপ্ত ব্যক্তিৰ হস্তান্তৰৰ চুক্তি

ভাৰত গণৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ফিলিপাইনছৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মাজত ২০২৫-২০২৮ ৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ কাৰ্য্যসূচী

পৰ্যটন সহযোগিতা সন্দৰ্ভত ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ মাজত ৰূপায়ণ কাৰ্য্যসূচী (২০২৫-২০২৮)

১০

ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি।

১১

ভাৰত গণৰাজ্যৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ফিলিপাইনছৰ ফিলিপাইন মহাকাশ সংস্থাৰ মাজত আউটাৰ স্পেচৰ শান্তিপূৰ্ণ ব্যৱহাৰ সন্দৰ্ভত সহযোগিতাৰ উদ্দেশ্যৰ বিবৃতি

১২

ভাৰতীয় উপকূলক্ষী আৰু ফিলিপাইন উপকূলক্ষী বাহিনীৰ মাজত বৰ্ধিত সামুদ্ৰিক সহযোগিতাৰ টাৰ্মছ অৱ ৰেফাৰেন্স

১৩

ভাৰত গণৰাজ্য চৰকাৰ আৰু ফিলিপাইনছ গণৰাজ্য চৰকাৰৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী

ঘোষণাঃ

১) ভাৰতে ফিলিপাইনছৰ সাৰ্বভৌম ডাটা ক্লাউড আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰত পাইলট প্ৰকল্পলৈ সমৰ্থন আগবঢ়াব;

২) তথ্য সংযোজন কেন্দ্ৰ – ভাৰত মহাসাগৰ অঞ্চল (IFC-IOR)-ত অংশগ্ৰহণৰ বাবে ফিলিপাইনছক আমন্ত্ৰণ;

৩) ফিলিপাইনছৰ নাগৰিকসকললৈ এবছৰৰ বাবে (২০২৫-ৰ আগষ্টৰ পৰা) গ্ৰেটিছ ই-টুৰিষ্ট ভিছাৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে;

৪) ভাৰত-ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে যুটীয়াভাৱে স্মাৰক ডাক-টিকট উন্মোচন;

৫) ভাৰত গণৰাজ্য আৰু ফিলিপাইনছ গণৰাজ্যৰ মাজত অগ্ৰাধিকাৰমূলক বাণিজ্যিক চুক্তি সন্দৰ্ভত আলোচনাৰ বাবে টাৰ্মছ অৱ ৰেফাৰেন্সৰ অভিযোজনা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy