ক্ৰ

নং

ঘোষণাসমূহ

১.

ভাৰত-মালদ্বীপৰ গ্ৰহণ: ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী গ্ৰহণ।

২.

ভাৰত চৰকাৰে বিনামূলীয়াকৈ মালদ্বীপৰ উপকূলৰক্ষী বাহিনীৰ জাহাজ ‘হুৰাভি’ৰ মেৰামতি কৰিব।

মুকলি / উদ্বোধন / হস্তান্তৰ

১.

মালদ্বীপত ‘ৰূপে’ কাৰ্ড’ মুকলি।

২.

‘হানিমধু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ (এইচআইএ)ৰ নতুন ৰানৱে’ উদ্বোধন।

৩.

‘এক্সিম বেঙ্ক’ৰ ‘ক্ৰেতা ঋণ সুবিধা’-ৰ অধীনত নিৰ্মিত ৭০০টা ‘সামাজিক আৱাস গোট’ৰ হস্তান্তৰণ।

স্বাক্ষৰ দান/ বুজাবুজি চুক্তিৰ নৱীকৰণ

মালদ্বীপ পক্ষৰ প্ৰতিনিধি

ভাৰতীয় পক্ষৰ প্ৰতিনিধি

১.

মুদ্ৰা বিনিময় চুক্তি

মালদ্বীপ মানিটেৰী অথ’ৰিটী’-ৰ গৱৰ্ণৰ শ্ৰী আহমেদ মুনাৱাৰ

বিত্ত মন্ত্ৰালয়ৰ ‘অৰ্থনৈতিক পৰিক্ৰমা বিভাগ’ৰ সচিব শ্ৰী অজয় শেঠ

২.

ভাৰতীয় গণৰাজ্যৰ ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়’ আৰু মালদ্বীপ গণৰাজ্যৰ ‘ৰাষ্ট্ৰীয় আৰক্ষী মহাবিদ্যালয় আৰু আইন প্ৰৱৰ্তন’ৰ মাজত বুজাবুজি চুক্তি

শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত

ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব

৩.

দুৰ্নীতি প্ৰতিৰোধ আৰু মোকাবিলা কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে ‘কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো’ আৰু মালদ্বীপৰ ‘দুৰ্নীতি বিৰোধী আয়োগ’ৰ মাজত বুজাবুজি চুক্তি

শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত

ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব

৪.

মালদ্বীপৰ ন্যায়িক বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধন কাৰ্যসূচীৰ সন্দৰ্ভত ‘ভাৰতীয় ৰাষ্ট্ৰীয় ন্যায়িক একাডেমী’ (এনজেএআই) আৰু মালদ্বীপৰ ‘ন্যায়িক সেৱা আয়োগ’ (জেএছচি)ৰ মাজত বুজাবুজি চুক্তিৰ নৱীকৰণ

শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত

ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব

৫.

ক্ৰীড়া আৰু যুৱ পৰিক্ৰমাৰ ক্ষেত্ৰত সহযোগিতাৰ লক্ষ্যৰে ভাৰত আৰু মালদ্বীপৰ মাজত বুজাবুজি চুক্তিৰ নৱীকৰণ

শ্ৰীযুত ইব্ৰাহিম শ্বাহিব, মালদ্বীপৰ ভাৰতস্থ উচ্চায়ুক্ত

ড০ ৰাজেন্দ্ৰ কুমাৰ, গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা সচিব

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 ছেপ্টেম্বৰ 2026
September 14, 2026

PM Modi Brought the Train to Aizawl and Bharat to the BRICS Table