ভাৰত আৰু ছুইডেনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয় আৰু ছুইডেনৰ উদ্যোগ আৰু উদ্ভাৱন বিষয়ক মন্ত্রালয়ৰ মাজত স্বাক্ষৰিত এক বহনক্ষম ভৱিষ্যতৰ লক্ষ্যৰে ভাৰত-ছুইডেনৰ মাজত সহযোগিতাৰ প্রসংগত যৌথ ঘোষণা পত্ৰ।

ভাৰত আৰু ডেনমার্কৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতৰ গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্রালয় আৰু ডেনমার্কৰ উদ্যোগ-বাণিজ্য আৰু বিত্ত পৰিক্ৰমা মন্ত্রালয়ৰ মাজত স্মার্ট আৰু বহনক্ষম নগৰ উন্নয়ন সম্পর্কীয় এক সহযোগিতা চুক্তি।
  • ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ পশুপালন, দুগ্ধ উৎপাদন আৰু মীনপালন বিভাগৰ সৈতে ডেনমার্কৰ খাদ্য আৰু পৰিৱেশ মন্ত্রালয়ৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত সহযোগিতা চুক্তি।
  • ভাৰতৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নির্ণায়ক কর্তৃপক্ষ আৰু ডেনমার্কৰ পশু চিকিৎসা আৰু খাদ্য ব্যৱস্থাপনা বিভাগৰ মাজত স্বাক্ষৰিত খাদ্য নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা প্রসাৰ সম্পর্কীয় বুজাবুজি চুক্তি।
  • ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ডেনমার্কৰ কোপেন হেগেন বিশ্ববিদ্যালয়ৰ ফেকাল্টি অৱ ছায়েন্স বিভাগৰ মাজত কৃষি শিক্ষা আৰু গৱেষণা সম্পর্কিত সহযোগিতা চুক্তি।

ভাৰত আৰু আইলেণ্ডৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি/চুক্তি

  • ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ আৰু আইলেণ্ড বিশ্ববিদ্যালয়ৰ মাজত হিন্দী ভাষাৰ বাবে আইচিচিআৰ অধ্যাপকৰ পদ সৃষ্টি সম্পর্কীয় বুজাবুজি চুক্তি।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph

Media Coverage

India's Q2 FY26 GDP soars 8.2%: A structural shift reshaping the economy like ’83 cricket triumph
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ডিচেম্বৰ 2025
December 04, 2025

Aatmanirbhar Bharat Rising: Defence, Railways, Pharma, Coffee, Logistics – Every Sector Roars Under PM Modi