১. ‘বিশ্বাস আৰু মিত্ৰতাৰ জৰিয়তে সহযোগিতাৰ নতুন উচ্চতাত অৱৰোহণ’ শীৰ্ষত যুটীয়া বিবৃতি৷

২. ভাৰত–ৰাছিয়াৰ বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে যৌথ কৌশলগত সহযোগিতা৷

৩. ৰাছিয়ান/ছোভিয়েট মিলিটেৰী সামগ্ৰীৰ অতিৰিক্ত অংশৰ উৎপাদনৰ সহযোগিতাৰ বাবে ভাৰত আৰু ৰাছিয়াৰ মাজত চুক্তি৷

৪. অডিঅ’ ভিজুৱেল সহ–নিৰ্মাণৰ সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ মাজত চুক্তি৷

৫. পথ পৰিবহণ আৰু পথ উদ্যোগৰ দ্বিপাক্ষিক সহযোগিতাৰ বাবে ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় তথা ৰাছিয়াৰ পৰিবহণ মন্ত্ৰালয়ৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰ৷

৬. ভাৰতৰ চেন্নাই বন্দৰ আৰু ৰাছিয়াৰ ভ্লাডিভষ্টক বন্দৰৰ মাজত সামুদ্ৰিক যোগাযোগৰ বিকাশৰ বাবে ভাৰতৰ নৌ পৰিবহণ মন্ত্ৰালয় আৰু ৰাছিয়াৰ পৰিবহণ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ সন্মতি পত্ৰ৷

৭. ২০১৯–২০২০ত সীমা শুল্ক উলংঘন মোকাবিলা কৰাৰ বাবে ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ পৰোক্ষ কৰ আৰু শুল্ক বিভাগৰ কেন্দ্ৰীয় ব’ৰ্ড আৰু ৰাছিয়াৰ ফেডাৰেল কাষ্টম’ছ ছাৰ্ভিচেছৰ মাজত সহযোগিতাৰ পৰিকল্পনা৷

৮. পৰিবহণৰ বাবে প্ৰাকৃতিক গেছৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু ৰাছিয়াৰ শক্তি মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

৯. তেল আৰু গেছ খণ্ডৰ সহযোগিতাৰ সম্প্ৰসাৰণৰ বাবে ভাৰতৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু ৰাছিয়াৰ শক্তি মন্ত্ৰালয়ৰ মাজত কাৰ্যসূচী৷

১০. ৰাছিয়ান ফাৰ ইষ্টত ৰন্ধন কয়লা খনিৰ প্ৰকল্পৰ প্ৰণয়নৰ বাবে ক’ল ইণ্ডিয়া লিমিটেড আৰু ফাৰ ইষ্ট ইনভেষ্টমেণ্ট এণ্ড এক্সপ’ৰ্ট এজেন্সীৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

১১. বিনিয়োগ সহযোগিতাৰ বাবে ইনভেষ্ট ইণ্ডিয়া আৰু ৰাছিয়ান ডাইৰেক্ট ফাণ্ডৰ মাজত সহযোগিতাৰ চুক্তিপত্ৰ৷

১২. ফেডাৰেচন অব্ ইণ্ডিয়ান চেম্বাৰ্ছ অব্ কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী এণ্ড দা ৰ’ছকংগ্ৰেছ ফাউণ্ডেচনৰ মাজত সহযোগিতাৰ চুক্তিপত্ৰ৷

১৩. নতুন প্ৰকল্পৰ উত্তৰণৰ বাবে ফেডাৰেচন অব্ ইণ্ডিয়ান চেম্বাৰ্ছ অব্ কমাৰ্চ আৰু অট’ন’মাছ নন–প্ৰফিট অৰ্গেনাইজেছন এজেন্সী ফ’ৰ ষ্ট্ৰেটেজিক ইনিচিয়েটিভৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

১৪. এল এন জি ব্যৱসায় আৰু এল এন জি যোগানৰ যৌথ বিকাশৰ পৰিপ্ৰেক্ষিতত যৌথ ষ্ট’ক উদ্যোগ নভাটেক আৰু পেট্ৰ’নেট এল এন জিৰ মাজত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷

১৫. যৌথ ষ্ট’ক উদ্যোগ ৰছজিঅ’ল’জিয়া আৰু শ্ৰেই ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেডৰ মাজত সহযোগিতাৰ চুক্তি৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi