জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলত তেওঁ লিখে-
“জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী @manojsinha_ ই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@OfficeOfLGJandK”
Lieutenant Governor of Jammu & Kashmir, Shri @manojsinha_ , met Prime Minister @narendramodi.@OfficeOfLGJandK pic.twitter.com/plefYF05xA
— PMO India (@PMOIndia) July 17, 2025


