শ্ৰীলংকাৰ পৰা অহা ভাৰতীয় মূলৰ তামিল নেতাসকলে আজি কলম্বোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰতে শ্ৰীলংকা চৰকাৰৰ সহযোগত আই অ’ টি বা অৰিজিন তামিলসকলৰ বাবে ১০ হাজাৰ গৃহ নিৰ্মাণ কৰাৰ উপৰিও, স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু অন্যান্য সামূহিক উন্নয়ন প্ৰকল্প নিৰ্মাণত সহায় কৰিব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এক্সযোগে এটা পোষ্টত লিখিছে -

"ইণ্ডিয়ান অৰিজিন তামিল চমুকৈ আই অ' টিৰ নেতাসকলৰ সৈতে হোৱা বৈঠক গঠনমূলক আছিল। সমুদায়টোৱে ২০০ বছৰতকৈও অধিক সময় দুয়োখন দেশৰ মাজত এক সম্পৰ্কৰ এনাজৰী ধৰি ৰাখিছে। শ্ৰীলংকা চৰকাৰৰ সহযোগত ভাৰতে ১০,০০০ গৃহ নিৰ্মাণ কৰাৰ লগতে স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু আই অ' টিৰ বাবে অন্যান্য সমুদায় উন্নয়ন প্ৰকল্প নিৰ্মাণতো সহায় কৰিব।"

 

“இந்தியாவை பூர்வீகமாக கொண்ட தமிழ் மக்களுடன் சுமூகமான சந்திப்பு இடம்பெற்றிருந்தது. இச்சமூகத்தினர் 200 ஆண்டுகளுக்கும் மேலாக இரு நாடுகளுக்குமான ஒரு வாழும் உறவுப் பாலமாக திகழ்கின்றனர். இலங்கை அரசாங்கத்துடனான ஒத்துழைப்புடன் இந்தியாவை பூர்வீகமாக கொண்ட தமிழ் மக்களுக்காக 10000 வீடுகள், சுகாதார வசதிகள், புனித சீதை அம்மன் ஆலயம் ஆகியவற்றின் நிர்மாணம் மற்றும் ஏனைய சமூக அபிவிருத்தி திட்டங்களுக்காக இந்தியா ஆதரவு வழங்கும்.”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future