Prime Minister urges everyone to a be part of Kashi Tamil Sangamam 2025

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কাশী তামিল সংগমম ২০২৫ ৰ অংশ হ'বলৈ আহ্বান জনাইছে।

শ্ৰী মোদীয়ে কয় যে কাশী তামিল সংগমম আৰম্ভ হৈছে। কাশী আৰু তামিলনাডুৰ মাজত কালজয়ী সভ্যতামূলক বন্ধনৰ উদযাপন এই মঞ্চই যুগ যুগ ধৰি প্ৰবাহমান আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগসমূহক একত্ৰিত কৰে, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;

“কাশী তামিল সংগমম আৰম্ভ হৈছে…

কাশী আৰু তামিলনাডুৰ মাজত কালজয়ী সভ্যতামূলক বন্ধনৰ উদযাপন এই মঞ্চই যুগ যুগ ধৰি প্ৰবাহমান আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগসমূহক একত্ৰিত কৰে। ই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মাকো উজ্জ্বল কৰি তোলে।

মই আপোনালোক সকলোকে কাশী তামিল সংগমম ২০২৫ৰ অংশ হ’বলৈ আহ্বান জনাইছোঁ!

@KTSangamam”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 এপ্ৰিল 2026
April 30, 2026

Investment Magnet India: PLI Triumphs, FTA Deals & Defence Milestones — How PM Modi’s Vision is Reshaping the Nation