আজি নতুন দিল্লীত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী @OmarAbdullahই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
CM of Jammu and Kashmir, Shri @OmarAbdullah, met PM @narendramodi. pic.twitter.com/KMjAmMRMcZ
— PMO India (@PMOIndia) May 3, 2025


