হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলত এনেদৰে পোষ্ট কৰিছে :
"হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।
@RajBhavanHP”
Governor of Himachal Pradesh, Shri Shiv Pratap Shukla, met PM @narendramodi.@RajBhavanHP pic.twitter.com/VUvBMXzVG5
— PMO India (@PMOIndia) July 29, 2025


