দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে বনে
বাষ্টিল দিৱস উদযাপন অনুষ্ঠানলৈ আমন্ত্ৰণৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে জনায় যে পেৰিছত ৰাষ্ট্ৰপতি মেক্ৰনক সাক্ষাতৰ বাবে তেওঁ অপেক্ষা কৰি আছে

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কূটনৈতিক উপদেষ্টা শ্ৰী ইমানুৱেল বনে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ আগন্তুক ফ্ৰান্স ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি সন্দৰ্ভত শ্ৰী বনে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৪ জুলাইত বাষ্টিল দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক কৃতজ্ঞতা জ্ঞাপন কৰে।

হিৰোছিমাত ৰাষ্ট্ৰপতি মেক্ৰ'নৰ সৈতে হোৱা তেওঁৰ শেহতীয়া বৈঠকৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ পেৰিছত তেওঁলোকৰ আগন্তুক বাৰ্তালাপক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত, যিয়ে ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Manufacturing emerges as new growth engine for India’s GCC office demand

Media Coverage

Manufacturing emerges as new growth engine for India’s GCC office demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the courage and perseverance of India's Youth
July 20, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the courage and perseverance of India's Youth:

"प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥"

Shri Modi said that our youth is achieving historic success through their courage, self-confidence, and relentless hard work, and this is the greatest strength of a rapidly developing India.

The Prime Minister posted on X:

आज हमारे युवा साथी धैर्य, आत्मविश्वास और अथक परिश्रम से ऐतिहासिक सफलता हासिल कर रहे हैं। यही विकसित हो रहे भारत की सबसे बड़ी ताकत है।

प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः।

दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥