প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন সৱলীকৃত গোটসমূহৰ সৈতে ক’ভিডজনিত পৰিস্থিতিৰ বুজ লয়।

আৰ্থিক আৰু কল্যাণমূলক ব্যৱস্থাক লৈ গঠিত সৱলীকৃত গোটে প্ৰধানমন্ত্ৰীৰ সন্মুখত গৰীব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণ আদিৰ দৰে পদক্ষেপসমূহৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। এক দেশ এক ৰেচন কাৰ্ডৰ ফলত সৃষ্টি হোৱা সৰল বহনযোগ্যতাই অধিক লোকক উপকৃত কৰা বুলি বৈঠকত আলোচনা হয়। একেদৰে, ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মীসকলৰ বাবে বীমা আঁচনি আৰু ৬মাহৰ বাবে বৃদ্ধি কৰা হৈছে।  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে সু-সমন্বয়েৰে এই বিষয়ত কাম কৰা উচিত যাতে দৰিদ্ৰ লোকে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চৰকাৰী সুবিধাসমূহ লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে সৱলীকৃত গোটসমূহক খাদ্য সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ বিস্তৃত ৰূপত পৰিকল্পনা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

সৱলীকৃত গোটসমূহে কিদৰে ব্যক্তিগত খণ্ড, এনজিঅ’ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে সমন্বয় বৰ্তাই ৰাখিছে, সেয়া প্ৰধানমন্ত্ৰীৰ আগত বৰ্ণনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s economy resilient despite West Asia headwinds

Media Coverage

India’s economy resilient despite West Asia headwinds
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মাৰ্চ 2026
March 24, 2026

Pradhan Sevak Modi: Diplomacy, Determination, and the Making of a Self-Reliant Superpower