ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাং (গ’লে) য়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ
‘ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী @PSTamangGolay-এ প্ৰধানমন্ত্ৰী @narendramodi-ৰ সৈতে এখন বৈঠকত মিলিত হয়।’
Chief Minister of Sikkim, Shri @PSTamangGolay had a meeting with Prime Minister @narendramodi. pic.twitter.com/38vuUtYHMr
— PMO India (@PMOIndia) April 8, 2026


