মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালদুহোমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছে; "মিজোৰামৰ মুখ্যমন্ত্ৰী Shri @Lal_Duhoma -ই প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOMizoram”
CM of Mizoram, Shri @Lal_Duhoma, met Prime Minister @narendramodi.@CMOMizoram pic.twitter.com/uBhESm82Qs
— PMO India (@PMOIndia) July 14, 2025


