আজি নতুন দিল্লীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নায়াব ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়াব ছাইনী@NayabSainiBJP য়ে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক @narendramodi।”
@cmohry
Chief Minister of Haryana, Shri @NayabSainiBJP met Prime Minister @narendramodi.@cmohry pic.twitter.com/sqC35V0hlU
— PMO India (@PMOIndia) November 10, 2025


