বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নিতীশ কুমাৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত প্ৰকাশ কৰিছে;
"বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী @NitishKumar, উপ মুখ্যমন্ত্ৰী শ্ৰী @samrat4bjp আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @LalanSingh_1 য়ে আজি প্ৰধানমন্ত্ৰীক @narendramodi সাক্ষাৎ কৰে।"
Chief Minister of Bihar, Shri @NitishKumar, Deputy CM, Shri @samrat4bjp and Union Minister, Shri @LalanSingh_1 met Prime Minister @narendramodi today. pic.twitter.com/PUBfVW5llj
— PMO India (@PMOIndia) December 22, 2025


