আজি নতুন দিল্লীত চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেৱ ছাইয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ
“চত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@ChhattisgarhCMO”
CM of Chhattisgarh, Shri @vishnudsai met Prime Minister @narendramodi.@ChhattisgarhCMO pic.twitter.com/WDlu4Gogbl
— PMO India (@PMOIndia) August 1, 2025


