প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ‘২০২৪-২৫ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে সকলো বাধ্যতামূলক খৰিফ শস্যৰ বাবে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি) বৃদ্ধিৰ প্ৰস্তৱলৈ অনুমোদন জনাইছে।

চৰকাৰে ‘২০২৪-২৫ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে খৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰিছে যাতে উৎপাদকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য নিশ্চিত কৰিব পৰা যায়। তৈলবীজ আৰু মাহজাতীয় শস্য যেনে- ৰামতিল (প্ৰতি কুইন্টালত ৯৮৩/- টকা) আৰু তিল (প্ৰতি কুইন্টালত ৬৩২/- টকা) আৰু মচুৰ/ৰহৰ (প্ৰতি কুইন্টালত ৫৫০/- টকা)আদিৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত ‘এমএছপি’-ৰ আগৰ বছৰৰ তুলনাত সৰ্বাধিক বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে।

 

বিপণন ঋতু ২০২৪-২৫ ৰ বাবে সকলো খৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য

টকা প্ৰতি কুইণ্টল হিচাপত

শস্য

এমএছপি ২০২৪-২৫

ব্যয়* কেএমএছ
২০২৪-২৫

ব্যয়তকৈ লাভৰ ব্যৱধান (%)

এমএছপি ২০২৩-২৪

২০২৩-২৪ তকৈ ২০২৪-২৫ চনত

এমএছপি বৃদ্ধি

 

খাদ্যশস্য

 

 

 

 

 

 

 

ধান

সাধাৰণ

2300

1533

50

2183

117

 

গ্ৰেড এ^

2320

-

-

2203

117

 

জোৱাৰ

হাইব্ৰীড

3371

2247

50

3180

191

 

মালান্দি"

3421

-

-

3225

196

 

বাজ্ৰা

2625

1485

77

2500

125

 

ৰাগী

4290

2860

50

3846

444

 

মাকৈ

2225

1447

54

2090

135

 

মাহ

 

 

 

 

 

 

মচুৰ/ৰহৰ

7550

4761

59

7000

550

 

মগু

8682

5788

50

8558

124

 

Text Box: Page 2 of 5

শস্য

এমএছপি ২০২৪-২৫

ব্যয়* কেএমএছ
২০২৪-২৫

ব্যয়তকৈ লাভৰ ব্যৱধান (%)

এমএছপি ২০২৩-২৪

২০২৩-২৪ তকৈ ২০২৪-২৫ চনত

এমএছপি বৃদ্ধি

 

 

 

 

মাটিমাহ

7400

4883

52

6950

450

তৈলবীজ

 

 

 

 

 

বাদাম

6783

4522

50

6377

406

বেলিফুলৰ গুটি

7280

4853

50

6760

520

চয়াবীন (হালধীয়া)

4892

3261

50

4600

292

তিল

9267

6178

50

8635

632

ৰাম তিল

8717

5811

50

7734

983

বাণিজ্যিক

 

 

 

 

 

কপাহ

(মধ্যমীয়া আঁহ)

7121

4747

50

6620

501

(দীঘল আঁহ)

7521

-

-

7020

501

 

*ব্যয়ৰ অৰ্থ হৈছে সকলো পৰিশোধ কৰা ব্যয় যেনে- মানৱ শ্ৰমিক, গৰুৰ শ্ৰম/যন্ত্ৰৰ শ্ৰম, ভূমিৰ বাবদ দিয়া ভাড়া, বীজ, ৰাসায়নিক সাৰ, পচনসাৰ, জলসিঞ্চনৰ মাচুল, সা-সঁজুলি আৰু খেতিৰ ভৱনৰ মূল্য হ্ৰাস, কাৰ্যকৰী মূলধনৰ ওপৰত সূত, পাম্প ছেট পৰিচালনাৰ বাবে ডিজেল/বিদ্যুৎ আদিৰ খৰছকে ধৰি বিবিধ ব্যয় আৰু পাৰিবাৰিক শ্ৰমৰ মূল্য।

ধান (গ্ৰেড এ), জোৱাৰ (মালদাণ্ডি) আৰু কপাহ (দীঘল আঁহ)ৰ বাবে ব্যয় তথ্য পৃথকে সংকলিত কৰা নহয়

‘বিপণন ঋতু ২০২৪-২৫’ৰ বাবে খৰিফ শস্যৰ ‘এমএছপি’ৰ বৃদ্ধি কেন্দ্ৰীয় বাজেট ২০১৮-১৯ৰ সৈতে সামঞ্জস্যপূৰ্ণ, সৰ্বভাৰতীয় ওজনযুক্ত উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণ স্তৰত ‘এমএছপি’ নিৰ্ধাৰণ কৰাৰ ঘোষণাৰ সৈতে সামঞ্জস্যপূৰ্ণ, বাজ্ৰাৰ ক্ষেত্ৰত কৃষকসকলৰ উৎপাদন ব্যয়তকৈ প্ৰত্যাশিত ব্যৱধান সৰ্বাধিক হ'ব বুলি অনুমান কৰা হৈছে (৭৭%) আৰু তাৰ পিছতে আছে মচুৰ ৫৯%), মাকৈ (৫৪%) আৰু মাটিমাহ (৫২%)। বাকী শস্যৰ বাবে এইবোৰৰ উৎপাদন ব্যয়তকৈ কৃষকসকলক আদায় দিব লগা ব্যৱধান ৫০% হ'ব বুলি অনুমান কৰা হৈছে।

 

শেহতীয়া বছৰবোৰত চৰকাৰে এই শস্যবোৰৰ বাবে অধিক ‘এমএছপি’ প্ৰদান কৰি শস্য যেনে মাহজাতীয় শস্য, আৰু নিউট্ৰি-চিৰিয়েল/ শ্ৰী অন্নৰ বাহিৰেও অন্য শস্যৰ খেতিক উত্সাহিত কৰি আহিছে।

‘খৰিফ বিপণন ঋতু’ৰ অধীনত সামৰা ১৪বিধ শস্যৰ বাবে ২০০৩-০৪ ৰ পৰা ২০১৩-১৪ বৰ্ষলৈ ‘এমএছপি’ৰ ‘ন্যূনতম সম্পূৰ্ণ বৃদ্ধি’ আছিল বাজ্ৰাৰ বাবে প্ৰতি কুইন্টালত ৭৪৫/- টকা আৰু মগুৰ বাবে ‘সৰ্বাধিক সম্পূৰ্ণ বৃদ্ধি’ আছিল ৩,১৩০/- টকা প্ৰতি কুইন্টাল, আনহাতে ২০১৩-১৪ ৰ পৰা ২০২৩-২৪ বৰ্ষলৈ মাকৈৰ বাবে ‘এমএছপি’-ৰ ‘ন্যূনতম সম্পূৰ্ণ বৃদ্ধি’ আছিল ৭৮০/- টকা প্ৰতি কুইন্টাল আৰু ৰাম তিলৰ বাবে সৰ্বাধিক বৃদ্ধি প্ৰতি কুইন্টালত ৪,২৩৪/- টকা। সবিশেষ ‘পৰিশিষ্ট-১’-ত উল্লেখ কৰা হৈছে।

 

২০০৪-০৫ ৰ পৰা ২০১৩-১৪ বৰ্ষলৈ ‘খৰিফ বিপণন ঋতু’ৰ অধীনত সামৰা ১৪ বিধ শস্য ক্ৰয়ৰ পৰিমাণ আছিল ৪,৬৭৫.৯৮ লাখ মেট্ৰিক টন (এলএমটি) আনহাতে ২০১৪-১৫ ৰ পৰা ২০২৩-২৪ বৰ্ষলৈ এই শস্যবোৰৰ ক্ৰয়ৰ পৰিমাণ আছিল ৭,১০৮.৬৫ এলএমটি। বছৰ অনুসৰি বিৱৰণসমূহ ‘পৰিশিষ্ট-২’-ত  উল্লেখ কৰা হৈছে।

 

 

২০২৩-২৪ বৰ্ষৰ উৎপাদনৰ তৃতীয় আগতীয়া প্ৰকলন অনুসৰি দেশত মুঠ খাদ্যশস্য উৎপাদন ৩২৮৮.৬ লাখ মেট্ৰিক টন (এলএমটি) হ’ব বুলি অনুমান কৰা হৈছে, আৰু তৈলবীজৰ উৎপাদন ৩৯৫.৯ এলএমটি স্পৰ্শ কৰিছে। ২০২৩-২৪ বৰ্ষত, চাউল, মাহজাতীয় শস্য, তৈলবীজ আৰু নিউট্ৰি-চিৰিয়েল/শ্ৰী অন্ন আৰু কপাহৰ খৰিফ উৎপাদন ক্ৰমে ১১৪৩.৭ এলএমটি, ৬৮.৬ এলএমটি, ২৪১.২ এলএমটি, ১৩০.৩ এলএমটি আৰু ৩২৫.২ লাখ বেল হ'ব বুলি অনুমান কৰা হৈছে।

 

পৰিশিষ্ট-১ টকা প্ৰতি কুইণ্টল  হিচাপত

শস্য

এমএছপি ২০০৩-০৪

এমএছপি ২০১৩-১৪

এমএছপি ২০২৩-২৪

  • ২০০৩-০৪ তকৈ ২০১৩-১৪ চনত

এমএছপি বৃদ্ধি

.

  • .

২০১৩-১৪ তকৈ ২০২৩-২৪ চনত

এমএছপি বৃদ্ধি

 

খাদ্যশস্য

 

A

B

C

D=B-A

E=C-B

 

ধান

সাধাৰণ

550

1310

2183

760

873

 

গ্ৰেড এ^

580

1345

2203

765

858

 

জোৱাৰ

হাইব্ৰীড

505

1500

3180

995

1680

 

মালদাণ্ডিএ

-

1520

3225

 

1705

 

বাজ্ৰা

505

1250

2500

745

1250

 

ৰাগী

505

1500

3846

995

2346

 

মাকৈ

505

1310

2090

805

780

 

মাহ

 

 

 

 

 

 

মচুৰ /ৰহৰ

1360

4300

7000

2940

2700

 

মগু

1370

4500

8558

3130

4058

 

মাটিমাহ

1370

4300

6950

2930

2650

 

তৈলবীজ

 

 

 

 

 

 

বাদাম

1400

4000

6377

2600

2377

 

বেলিফুলৰ গুটি

1250

3700

6760

2450

3060

 

চয়াবীন (হালধীয়া)

930

2560

4600

1630

2040

 

তিল

1485

4500

8635

3015

4135

 

ৰামতিল

1155

3500

7734

2345

4234

 

 

 

বাণিজ্যিক

 

 

 

 

কপাহ

(মধ্যমীয়া আঁহ)

1725

3700

6620

1975

2920

 

(দীঘ আঁহ)"

1925

4000

7020

2075

3020

 

 

 

 

পৰিশিষ্ট-২

খৰিফ শস্য ২০০৪-০৫ ৰ পৰা ২০১৩-১৪লৈ আৰু ২০১৪-১৫ৰ পৰা ২০২৩-২৪ লৈ ক্ৰয় কৰা পৰিমাণ

লাখ মেট্ৰিক টন হিচাপত

শস্য

২০০৪-০৫ ৰ পৰা ২০১৩-১৪লৈ

২০১৪-১৫ৰ পৰা ২০২৩-২৪ লৈ

 

খাদ্যশস্য

 

A

B

 

ধান

4,590.39

6,914.98

 

জোৱাৰ

1.92

5.64

 

বাজ্ৰা

5.97

14.09

 

ৰাগী

0.92

21.31

 

মাকৈ

36.94

8.20

 

মাহ

 

 

 

মচুৰ /ৰহৰ

0.60

19.55

 

মগু

0.00

1

 

মাটিমাহ

0.86

8.75

 

তৈলবীজ

 

 

 

বাদাম

3.45

32.28

 

বেলিফুলৰ গুটি

0.28

 

 

চয়াবীন (হালধীয়া)

0.01

1.10

 

তিল

0.05

0.03

 

ৰামতিল

0.00

0.00

 

বাণিজ্যিক

 

 

 

কপাহ

34.59

 

63.41

 

মুঠ

4,675.98

7,108.65

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Welcomes Release of Commemorative Stamp Honouring Emperor Perumbidugu Mutharaiyar II
December 14, 2025

Prime Minister Shri Narendra Modi expressed delight at the release of a commemorative postal stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran) by the Vice President of India, Thiru C.P. Radhakrishnan today.

Shri Modi noted that Emperor Perumbidugu Mutharaiyar II was a formidable administrator endowed with remarkable vision, foresight and strategic brilliance. He highlighted the Emperor’s unwavering commitment to justice and his distinguished role as a great patron of Tamil culture.

The Prime Minister called upon the nation—especially the youth—to learn more about the extraordinary life and legacy of the revered Emperor, whose contributions continue to inspire generations.

In separate posts on X, Shri Modi stated:

“Glad that the Vice President, Thiru CP Radhakrishnan Ji, released a stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran). He was a formidable administrator blessed with remarkable vision, foresight and strategic brilliance. He was known for his commitment to justice. He was a great patron of Tamil culture as well. I call upon more youngsters to read about his extraordinary life.

@VPIndia

@CPR_VP”

“பேரரசர் இரண்டாம் பெரும்பிடுகு முத்தரையரை (சுவரன் மாறன்) கௌரவிக்கும் வகையில் சிறப்பு அஞ்சல் தலையைக் குடியரசு துணைத்தலைவர் திரு சி.பி. ராதாகிருஷ்ணன் அவர்கள் வெளியிட்டது மகிழ்ச்சி அளிக்கிறது. ஆற்றல்மிக்க நிர்வாகியான அவருக்குப் போற்றத்தக்க தொலைநோக்குப் பார்வையும், முன்னுணரும் திறனும், போர்த்தந்திர ஞானமும் இருந்தன. நீதியை நிலைநாட்டுவதில் அவர் உறுதியுடன் செயல்பட்டவர். அதேபோல் தமிழ் கலாச்சாரத்திற்கும் அவர் ஒரு மகத்தான பாதுகாவலராக இருந்தார். அவரது அசாதாரண வாழ்க்கையைப் பற்றி அதிகமான இளைஞர்கள் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.

@VPIndia

@CPR_VP”