প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক কেবিনেট কমিটীয়ে পশ্চিম বংগৰ শিলিগুৰি বাগডোগ্ৰা বিমান বন্দৰত আনুমানিক ১৫৪৯ কোটি টকা ব্যয় সাপেক্ষে নিউ চিভিল এনক্লেভৰ উন্নয়নৰ বাবে ভাৰতীয় বিমান বন্দৰ কর্তৃপক্ষৰ প্রস্তাৱত অনুমোদন জনাইছে৷

 

প্ৰস্তাৱিত টাৰ্মিনেল ভৱনটো ৭০,৩৯০ বৰ্গমিটাৰ ক্ষেত্ৰত নিৰ্মাণ কৰা হ'ব আৰু সৰ্বাধিক ব্যস্ত সময়ত ৩০০০ যাত্ৰী (পিএইচপি)ক ধাৰণ কৰাৰ বাবে ডিজাইন কৰা হৈছে, যাৰ বাৰ্ষিক ক্ষমতা ১ কোটি যাত্ৰীক চম্ভালিব পৰা যায়। প্ৰকল্পটোৰ মূল উপাদানসমূহৰ ভিতৰত আছে এ-৩২১ ধৰণৰ বিমানৰ বাবে উপযোগী ১০টা পাৰ্কিং বে’ স্থাপন কৰিব পৰা এপ্ৰ’ন নিৰ্মাণৰ লগতে দুটা লিংক টেক্সিৱে আৰু মাল্টি-লেভেল কাৰ পাৰ্কিং। পৰিৱেশৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি টাৰ্মিনেল বিল্ডিংটো হ’ব এটা সেউজ বিল্ডিং, য’ত নবীকৰণযোগ্য শক্তিৰ উৎসসমূহ একত্ৰিত কৰা হ’ব আৰু পৰিৱেশগত পদাংক কম কৰিবলৈ প্ৰাকৃতিক পোহৰ সৰ্বাধিক কৰা হ’ব।

 

এই উন্নয়নে বাগডোগ্ৰা বিমান বন্দৰৰ পৰিচালন দক্ষতা আৰু যাত্ৰীৰ অভিজ্ঞতাক যথেষ্ট বৃদ্ধি কৰিবলৈ সাজু হৈছে, যাৰ ফলত অঞ্চলটোৰ বাবে এক গুৰুত্বপূৰ্ণ বিমান ভ্ৰমণ কেন্দ্ৰ হিচাপে ইয়াৰ ভূমিকা শক্তিশালী হ’ব।

 

This development is poised to significantly enhance Bagdogra Airport's operational efficiency and passenger experience, reinforcing its role as a pivotal air travel hub for the region.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win