আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰপৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে মহিলাৰ আত্মসহায়ক গোট (SHG)সমূহৰ সৈতে গাঁৱে-ভূঞে ২ কোটি ‘লাখপতি দিদি’ক প্ৰতিষ্ঠাৰ লক্ষ্যৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ১০ কোটি মহিলা মহিলাৰ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে। “আজি গাঁৱে-ভূঞে বেংকত, অংগনৱাড়ীত আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত দিদি জড়িত হৈছে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি প্ৰযুক্তি সম্পৰ্কে কয় আৰু গ্ৰামোন্নয়নত বিজ্ঞান তথা প্ৰযুক্তিৰ সম্ভাৱনাক বাস্তৱায়িতকৰণৰ বাবে আহ্বান জনায়। ১৫,০০০ মহিলাৰ আত্মসহায়ক গোটক ঋণ প্ৰদান আৰু ড্ৰোন চালনা তথা মেৰামতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। "ড্ৰোন কী উড়ান" এই মহিলা আত্মসহায়ক গোটসমূহৰদ্বাৰা পৰিচালিত হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s petroleum products’ exports surge 8% in July

Media Coverage

India’s petroleum products’ exports surge 8% in July
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi