ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ছচিয়েল মিডিয়া এক্সত পোষ্ট কৰা হৈছে:
“ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী @MohanMOdishaই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMO_Odisha”
CM of Odisha, Shri @MohanMOdisha, met PM @narendramodi.@CMO_Odisha pic.twitter.com/iBpuBprHaK
— PMO India (@PMOIndia) May 24, 2025


