কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্ল কে পেটেলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা-নগৰ হাভেলী আৰু দমন-দিউৰ প্ৰশাসক শ্ৰী @prafulkpatel-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
The Administrator of the Union Territory of Dadra & Nagar Haveli and Daman & Diu, Shri @prafulkpatel, met PM @narendramodi. pic.twitter.com/0ppIlN4kaA
— PMO India (@PMOIndia) May 24, 2025


