প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২-২৩ বৰ্ষৰ জিডিপি বৃদ্ধিৰ পৰিসংখ্যাক লৈ সন্তুষ্টি ব্যক্ত কৰিছে আৰু ইয়াক দেশৰ অৰ্থনীতিৰ বাবে এক আশাব্যঞ্জক গতিপথ হিচাপে অভিহিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"২০২২-২৩ বৰ্ষৰ জিডিপি বৃদ্ধিৰ পৰিসংখ্যাই বৈশ্বিক প্ৰত্যাহ্বানৰ মাজত ভাৰতীয় অৰ্থনীতিৰ স্বাভাৱিক অৱস্থাক প্ৰতিফলিত কৰিছে।সামগ্ৰিক আশাৰ সৈতে দৃঢ় কৰ্মক্ষমতা আৰু বৃহত্তৰ অৰ্থনৈতিক সূচকৰ লগতে এই শক্তিশালী প্ৰদৰ্শন আমাৰ অৰ্থনীতিৰ প্ৰতিশ্ৰুতিপূৰ্ণ গতিপথ আৰু আমাৰ জনসাধাৰণৰ দৃঢ়তাৰ উদাহৰণ।"
The 2022-23 GDP growth figures underscore the resilience of the Indian economy amidst global challenges. This robust performance along with overall optimism and compelling macro-economic indicators, exemplify the promising trajectory of our economy and the tenacity of our people.
— Narendra Modi (@narendramodi) May 31, 2023


