Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ ভাৰত-বাংলাদেশৰ ৫০ বছৰীয়া বন্ধুত্বৰ বুনিয়াদ।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“আজি ভাৰত-বাংলাদেশে স্মৰণ কৰিছে মৈত্ৰী দিৱস। আমি একেলগে মিলি স্মৰণ আৰু উদযাপন কৰিম আমাৰ বন্ধুত্বৰ বুনিয়াদ। মই অনাগত সময়তো মহামহিম প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা সৈতে কাম কৰাৰ লগতে আমাৰ সম্পৰ্কৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ আৰু প্ৰগাঢ় কৰাৰ কামনা কৰিছো”।

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
'পৰীক্ষা পে চৰ্চা, ২০২২' ত অংশগ্ৰহণৰ আমন্ত্ৰণ প্ৰধানমন্ত্ৰীৰ
Explore More
Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi

Popular Speeches

Kashi Vishwanath Dham is a symbol of the Sanatan culture of India: PM Modi
Undoing efforts of past to obliterate many heroes: PM Modi

Media Coverage

Undoing efforts of past to obliterate many heroes: PM Modi
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Social Media Corner 24th January 2022
January 24, 2022
Share
 
Comments

On National Girl Child Day, citizens appreciate the initiatives taken by the PM Modi led government for women empowerment.

India gives a positive response to the reforms done by the government as the economy and infrastructure constantly grow.