আজিৰ ঘটনাটো অত্যন্ত দুখজনক। মই অনুভৱ কৰি থকা হতাশাৰ অনুভৱক যদি শব্দৰে প্ৰকাশ কৰিব পাৰিলোহেতেনঃ প্ৰধানমন্ত্ৰী

পেৰিছ অলিম্পিকৰ অন্তিমখন যুঁজৰ পূৰ্বে ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰাৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ হৈ দুখ প্ৰকাশ কৰে৷

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়;

“ভিনেশ, তুমি চেম্পিয়নতকৈ চেম্পিয়ন! তুমি ভাৰতৰ গৌৰৱ আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে এক প্ৰেৰণাস্বৰূপ৷

আজিৰ ঘটনাটো অত্যন্ত দুখজনক। মই অনুভৱ কৰি থকা হতাশাৰ অনুভৱক যদি শব্দৰে প্ৰকাশ কৰিব পাৰিলোহেতেন৷

একে সময়তে আমি জানো যে তুমি সুস্থিৰতাৰ প্ৰতীক৷ প্ৰত্যাহ্বান গ্ৰহণ কৰাটোৱেই তোমাৰ স্বভাৱ৷

শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰা! আমি সকলোৱে তোমাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ৷

@Phogat_Vinesh”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi