বিভিন্ন উৎসৱ উপলক্ষে আয়োজিত বিভিন্ন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ বিষয়ে শ্বেয়াৰ কৰিলে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জন বাৰ্লাই। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোদীৰ তামিল নৱবৰ্ষ কাৰ্যসূচীত অংশগ্ৰহণ, চেক্ৰেড হাৰ্ট কেথেড্ৰেল দিল্লীত ইষ্টাৰ উদযাপন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ বাসগৃহত গণেশ উৎসৱত অংশগ্ৰহণ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত বিহু উদযাপনত অংশগ্ৰহণৰ দৰে বিভিন্ন উৎসৱত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ আভাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে।

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে কৰা এই বিৱৰণাত্মক টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতৰ প্ৰাণৱন্ত সংস্কৃতি আৰু বৈচিত্ৰ্যই আমাক শক্তিশালী কৰি তুলিছে। মানুহৰ মাজত উপস্থিত হোৱা আৰু তেওঁলোকৰ অনন্য ঐতিহ্যৰ দিশবোৰ উদযাপন কৰাটো অতি আনন্দৰ বিষয়।" 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance