প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যুদ্ধ-বিধ্বস্ত ইউক্ৰেইনৰপৰা ঘূৰি অহা শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। শিক্ষাৰ্থীসকলে তেওঁলোকক উদ্ধাৰৰ অভিজ্ঞতা প্ৰধানমন্ত্ৰীগৰাকীক ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ সমষ্টি বাৰাণসীত এই বাৰ্তালাপ অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে ইউক্ৰেইনৰপৰা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অব্যাহত থকা অপাৰেশ্যন গংগাৰ বাবে ভাৰত চৰকাৰ, ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে। শিক্ষাৰ্থীসকলে ভাৰতৰ ত্ৰিৰংগাৰ শক্তি সম্পৰ্কেও তেওঁলোকৰ সন্তুোষ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই আনিবলৈ চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই আৰু তেওঁলোকক অতি সোনকালে বাকী থকা শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ সম্পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে।

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
Union Budget gives a leg-up to MSMEs, manufacturing sector

Media Coverage

Union Budget gives a leg-up to MSMEs, manufacturing sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2024
July 23, 2024

Budget 2024-25 sets the tone for an all-inclusive, high growth era under Modi 3.0