প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰপতি জীয়ে ভাৰতবাসীৰ হৈ পৰম পৱিত্ৰ পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাইছে। "পোপ ফ্ৰান্সিছৰ সমাজৰ প্ৰতি কৰা সেৱা বিশ্বই সদায় মনত ৰাখিব", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :
"ৰাষ্ট্ৰপতি জীয়ে ভাৰতৰ জনসাধাৰণৰ হৈ পৰম পৱিত্ৰ পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জনাইছে। সমাজৰ প্ৰতি তেওঁৰ সেৱাক বিশ্বই সদায় মনত ৰাখিব।”
Rashtrapati Ji pays homage to His Holiness, Pope Francis on behalf of the people of India. The world will always remember his service to society. https://t.co/eW73nRp4MZ
— Narendra Modi (@narendramodi) April 26, 2025


