প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজত মহা কুম্ভ ২০২৫ আৰম্ভ হোৱাউপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতি অনুসৰণ কৰা কোটি কোটি লোকৰ বাবে এই দিনটো অতি বিশেষবুলিশ্ৰীমোদীয়েমত প্ৰকাশ কৰে।তেওঁ কয় যে মহা কুম্ভই ভাৰতৰ কালজয়ী আধ্যাত্মিক ঐতিহ্যক মূৰ্ত কৰি তোলাৰ লগতেবিশ্বাস আৰু সম্প্ৰীতি উদযাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ জৰিয়তে এইদৰে প্ৰকাশ কৰে:
"ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতি অনুসৰণ কৰা কোটি কোটি লোকৰ বাবে এয়া এক অতি বিশেষ দিন! বিশ্বাস, ভক্তি আৰু সংস্কৃতিৰ এক পবিত্ৰ সংগমত অগণন লোকক একত্ৰিত কৰিপ্ৰয়াগৰাজত মহা কুম্ভ ২০২৫ আৰম্ভ হৈছে। মহা কুম্ভই ভাৰতৰ কালজয়ী আধ্যাত্মিক ঐতিহ্যক মূৰ্ত কৰি তোলাৰ লগতেবিশ্বাস আৰু সম্প্ৰীতি উদযাপন কৰে।"
A very special day for crores of people who cherish Bharatiya values and culture!
— Narendra Modi (@narendramodi) January 13, 2025
Maha Kumbh 2025 commences in Prayagraj, bringing together countless people in a sacred confluence of faith, devotion and culture. The Maha Kumbh embodies India’s timeless spiritual heritage and…
"অগণন লোকে প্ৰয়াগৰাজলৈ আহি পবিত্ৰ স্নানকৰি আশীৰ্বাদ বিচৰা দেখি মই আনন্দিত হৈছো।
সকলো তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ এই সময় সুন্দৰ হওঁক।"
A very special day for crores of people who cherish Bharatiya values and culture!
— Narendra Modi (@narendramodi) January 13, 2025
Maha Kumbh 2025 commences in Prayagraj, bringing together countless people in a sacred confluence of faith, devotion and culture. The Maha Kumbh embodies India’s timeless spiritual heritage and…
I am happy to see Prayagraj abuzz with countless people coming there, taking the holy dip and seeking blessings.
— Narendra Modi (@narendramodi) January 13, 2025
Wishing all pilgrims and tourists a wonderful stay.
"পুহ মাহৰ পূৰ্ণিমাৰ পৱিত্ৰ স্নানৰ সৈতে আজি পবিত্ৰ প্ৰয়াগৰাজ ভূমিত মহা কুম্ভৰ আৰম্ভণি হৈছে। আমাৰ বিশ্বাস আৰু সংস্কৃতিৰ সৈতে জড়িত এই ঐশ্বৰিক অনুষ্ঠানত সকলো ভক্তক আন্তৰিকতাৰে প্ৰণাম আৰু অভিনন্দন জনাইছো।ভাৰতীয় আধ্যাত্মিক পৰম্পৰাৰ এই মহোৎসৱে আপোনালোক সকলোৰে জীৱনলৈ নতুন শক্তি আৰু উৎসাহকঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিলোঁ।"
पौष पूर्णिमा पर पवित्र स्नान के साथ ही आज से प्रयागराज की पुण्यभूमि पर महाकुंभ का शुभारंभ हो गया है। हमारी आस्था और संस्कृति से जुड़े इस दिव्य अवसर पर मैं सभी श्रद्धालुओं का हृदय से वंदन और अभिनंदन करता हूं। भारतीय आध्यात्मिक परंपरा का यह विराट उत्सव आप सभी के जीवन में नई ऊर्जा…
— Narendra Modi (@narendramodi) January 13, 2025


