প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ৰ পাছত ৫৩,৮৬৮ কিলোমিটাৰৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ এটা টুইট শ্বেয়াৰ কৰিছে।
এই কৃতিত্বৰ শলাগ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"যোৱা ৯ বছৰত সকলো আন্তঃগাঁথনি সম্পৰ্কীয় খণ্ডতে ৰূপান্তৰ সাধন হৈছে। উন্নত পথ সংযোগে অৰ্থনীতিৰ আন-আন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ বহুলাংশে সুদৃঢ় কৰিছে।"
The last 9 years have been transformative in all infra related sectors. Better road connectivity has greatly strengthened other vital areas of the economy. https://t.co/7BkOH3AfLn
— Narendra Modi (@narendramodi) April 26, 2023


