প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় জলপথ-৬৮ নিৰ্মাণত আনন্দ প্ৰকাশ কৰে যাৰ ফলত গোৱাৰ পাঞ্জিমৰ পৰা ভাস্কোৰ মাজৰ দূৰত্ব ৯ কিলোমিটাৰ হ্ৰাস পাইছে আৰু এতিয়া এই যাত্ৰা মাত্ৰ ২০ মিনিটত সম্পূৰ্ণ কৰিব পাৰি। আগতে পাঞ্জিমৰ পৰা ভাস্কো দূৰত্ব প্ৰায় ৩২ কিলোমিটাৰ আছিল আৰু ভ্ৰমণৰ সময় আছিল প্ৰায় ৪৫ মিনিট।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ ৱাই নায়কৰ টুইট থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গোৱাৰ পাঞ্জিমৰ পৰা ভাস্কোলৈ এই সংযোগে জনসাধাৰণক সকাহ দিয়াৰ লগতে পৰ্যটনৰ প্ৰসাৰ ঘটাব।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"পাঞ্জিম আৰু ভাস্কোৰ মাজত এই সংযোগে জনসাধাৰণক সকাহ দিয়াৰ লগতে পৰ্যটন বৃদ্ধি কৰিব। "

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Not an iota of truth’: PM Modi dismisses report of restriction on foreign travels via tax

Media Coverage

‘Not an iota of truth’: PM Modi dismisses report of restriction on foreign travels via tax
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance