“Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community”
“Shree Sonal Mata’s spiritual energy, humanitarian teachings and penance created a wonderful divine charm in her personality that can be felt even today”
“Sonal Maa's entire life was dedicated to public welfare, service to the country and religion”
“Be it patriotic songs or spiritual sermons, Charan literature has played an important role for centuries”
“Those who heard the story of Ramayana from Sonal Mata could never forget it”

বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতিপুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপাআজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই  আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

এই তিনিদিনীয়া জন্ম শতবাৰ্ষিকী উৎসৱৰ সময়ত শ্ৰী সোণল মাৰ স্মৃতিয়ে আমাক ঘেৰি ধৰিছে। দেৱীৰ অৱতাৰ সোণল মা এই কথাৰ সাক্ষাৎ উদাহৰণ হৈ আছে যে ভাৰত ভূমি কোনো যুগতে অৱতাৰী আত্মাৰ পৰা বঞ্চিত হোৱা নাই। বিশেষকৈ গুজৰাটৰ সৌৰাষ্ট্ৰ হৈছে মহান ঋষি আৰু ব্যক্তিত্বৰ জন্মস্থান যিয়ে সমগ্ৰ মানৱতাৰ বাবে তেওঁলোকৰ পোহৰ বিকিৰণ কৰিছে। পবিত্ৰ গিৰনাৰে ভগৱান দত্তাত্ৰেয় আৰু আন বহুতো ঋষিৰ উপস্থিতি প্ৰত্যক্ষ কৰিছে। সৌৰাষ্ট্ৰৰ 'সনাতন সন্ত' পৰম্পৰাত শ্ৰী সোণল মা আধুনিক যুগৰ বাবে প্ৰকাশ স্তম্ভৰ দৰে আছিল। তেওঁৰ আধ্যাত্মিক শক্তি, মানৱীয় শিক্ষা আৰু তপস্যাই তেওঁৰ ব্যক্তিত্বত এক ঐশ্বৰিক আকৰ্ষণ সৃষ্টি কৰিছিল, যি জুনাগড় আৰু মুন্দ্ৰাৰ সোণল ধামত প্ৰতিধ্বনিত হৈ আছে।

 

ভাই-ভনীসকল,
সোণল মায়ে তেওঁৰ গোটেই জীৱনটো ৰাজহুৱা কল্যাণ, দেশৰ সেৱা আৰু ধৰ্মৰ বাবে উৎসৰ্গিত কৰিছিল। তেওঁ ভগত বাপু, বিনোবা ভাৱে, ৰবি শংকৰ মহাৰাজ, কানুভাই লাহেৰী আৰু কল্যাণ শেঠৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ সৈতে কাম কৰিছিল। চাৰণ সম্প্ৰদায়ৰ পণ্ডিতসকলৰ মাজত তেওঁ এক বিশেষ স্থান দখল কৰিছিল। তেওঁ বহুতো যুৱক-যুৱতীক দিশ দেখুৱাই জীৱন সলনি কৰিছিল। শিক্ষা, নিচাৰ আসক্তি নিৰ্মূল আৰু সামাজিক কল্যাণৰ বাবে তেওঁৰ অৱদান লক্ষণীয় আছিল। সোণল মায়ে সমাজক অশুভ আচৰণৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰি গৈছিল। তেওঁ কচ্ছৰ ভোভাৰ গাঁৱৰ পৰা এটা বৃহৎ প্ৰতিজ্ঞা অভিযান আৰম্ভ কৰিছিল। তেওঁ সকলোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল। তেওঁ পশুধনৰ ওপৰতো সমানে গুৰুত্ব দিছিল। তেওঁ সদায় পশুধনৰ সুৰক্ষাৰ বাবে কাম কৰিছিল।

 

বন্ধুসকল,

আধ্যাত্মিক আৰু সামাজিক কৰ্মৰ উপৰিও, সোণল মা দেশৰ একতা আৰু অখণ্ডতাৰ এগৰাকী মজবুত প্ৰহৰী আছিল। ভাৰত বিভাজনৰ সময়ত, যেতিয়া জুনাগড়ক কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ চলিছিল, তেতিয়া ইয়াৰ বিৰুদ্ধে সোণল মা দেৱী চণ্ডীৰ দৰে দৃঢ়তাৰে থিয় হৈছিল।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আই শ্ৰী সোণল মায়ে দেশ, চাৰণ সম্প্ৰদায় আৰু দেৱী সৰস্বতীৰ সকলো উপাসকলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। চাৰণ সম্প্ৰদায়ে আমাৰ শাস্ত্ৰত এক বিশেষ স্থান আৰু সন্মান লাভ কৰিছে। ভাগৱত পুৰাণৰ দৰে গ্ৰন্থ অনুসৰি, চাৰণ সম্প্ৰদায়ক শ্ৰী হৰিৰ প্ৰত্যক্ষ বংশধৰ বুলি বিশ্বাস কৰা হয়। এই সম্প্ৰদায়ৰ ওপৰত দেৱী সৰস্বতীৰ আশীৰ্বাদ আছে। সেয়েহে, পূজ্য থাৰণ বাপু, পুজ্য ইস্বৰ দাস জী, পিংগলশী বাপু, পুজ্য কাগ বাপু, মেৰুভা বাপু, শংকৰদান বাপু, শম্ভুদান জী, ভজনিক নাৰায়ণস্বামী, হেমুভাই গধৱী, পদ্মশ্ৰী কবি দাদ, আৰু পদ্মশ্ৰী ভিখুদান গাধভিকে ধৰি বহু পণ্ডিতে চাৰন সাহিত্য সমৃদ্ধ কৰিছে। বিশাল চাৰণ সাহিত্য এতিয়াও এই মহান পৰম্পৰাৰ প্ৰমাণ। দেশপ্ৰেমমূলক গীতেই হওঁক বা আধ্যাত্মিক শিক্ষাই হওঁক, চাৰণ সাহিত্যই বহু শতাব্দী ধৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰী সোণল মাৰ শক্তিশালী ভাষণ ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁ কেতিয়াও পৰম্পৰাগত পদ্ধতিৰ জৰিয়তে শিক্ষা লাভ কৰা নাছিল। কিন্তু সংস্কৃত ভাষা আৰু শাস্ত্ৰৰ জ্ঞানৰ ওপৰত সোনল মাৰ গভীৰ আধিপত্য অসাধাৰণ আছিল। তেওঁৰ মুখৰে যিয়ে ৰামায়ণৰ মধুৰ কাহিনী শুনিছে, তেওঁ সেয়া কেতিয়াও পাহৰিব নোৱাৰে। আমি সকলোৱে কল্পনা কৰিব পাৰোঁ যে ২২ জানুৱাৰীত অযোধ্যাত শ্ৰী ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত শ্ৰী সোণল মাৰ আত্মা কিমান সুখী হ'ব। আজি এই উপলক্ষে মই আপোনালোক সকলোকে, প্ৰতিটো পৰিয়ালক ২২ জানুৱাৰীত এটা চাকি (শ্ৰী ৰাম জ্যোতিজ্বলাবলৈ অনুৰোধ জনাইছোঁ। কালিৰ পৰা, আমি আমাৰ মন্দিৰসমূহত এক বিশেষ পৰিচ্ছন্নতা অভিযানো আৰম্ভ কৰিছোঁ। আমি এই দিশত একেলগে কাম কৰিব লাগিব। মই নিশ্চিত যে এনে প্ৰচেষ্টাৰ ফলত শ্ৰী সোণল মাৰ সুখ বহুগুণে বৃদ্ধি পাব। এনে প্ৰচেষ্টাৰ দ্বাৰা আমি একেলগে শ্ৰী সোণল মাৰ আনন্দ বৃদ্ধি কৰিব পাৰোঁ।

 

বন্ধুসকল,

 

আজিৰ যুগত, যিহেতু ভাৰতে উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যেৰে কাম কৰি আছে, শ্ৰী সোণল মাৰ অনুপ্ৰেৰণাই আমাক পুনৰুজ্জীৱিত কৰিছে। এই লক্ষ্যবোৰ প্ৰাপ্তিৰ ক্ষেত্ৰত চাৰণ সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সোনল মায়ে দিয়া ৫১ টা আদেশই চাৰণ সম্প্ৰদায়ক নিৰ্দেশনা প্ৰদান কৰে। চাৰণ সম্প্ৰদায়ে এইবোৰ কেতিয়াও পাহৰিব নালাগে আৰু সমাজত সজাগতা সৃষ্টিৰ কাম অব্যাহত ৰাখিব লাগে। মোক কোৱা হৈছে যে, সামাজিক সম্প্ৰীতি শক্তিশালী কৰিবলৈ মাধড়া ধামত সদাব্ৰতৰ এক নিৰন্তৰ যজ্ঞও চলি আছে। মই এই প্ৰচেষ্টাৰো শলাগ লৈছোঁ। মই নিশ্চিত যে মাধড়া ধামে ভৱিষ্যতেও ৰাষ্ট্ৰ নিৰ্মাণৰ এনে অগণন ৰীতি-নীতিক গতি প্ৰদান কৰি যাব। শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উৎসৱত সকলোকে মোৰ শুভেচ্ছা।

 

ইয়াৰ সৈতে, আপোনালোক সকলোকে বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Uttarakhand Crosses 98% Literacy, Becomes India's Sixth Fully Literate State

Media Coverage

Uttarakhand Crosses 98% Literacy, Becomes India's Sixth Fully Literate State
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-New Zealand friendship has gained new momentum and a new direction: PM Modi during the Gala Lunch
July 11, 2026

Your Excellency, Prime Minister क्रिस्टोफर लक्सन,

दोनों देशों के delegates,

नमस्कार!

किया ओरा!

मेरे और मेरे delegation के ऊष्मा भरे स्वागत और आतिथ्य के लिए मैं मेरे मित्र प्रधानमंत्री लक्सन का हार्दिक आभार व्यक्त करता हूँ। उन्होंने स्वागत में इतनी गर्मजोशी दिखाई है, कि ऑकलैंड की सर्दी भी आज कुछ कम लग रही है। इस यात्रा के दौरान न्यूजीलैंड के लोगों से जो स्नेह और अपनापन मिला है, वह हमारे हृदय में हमेशा रहेगा।

पिछले वर्ष प्रधानमंत्री लक्सन की भारत यात्रा से हमारे संबंधों के हर क्षेत्र में नई ऊर्जा आई है। उनके नेतृत्व, स्पष्ट विजन, और मजबूत प्रतिबद्धता से, भारत और New Zealand की मित्रता को नयी गति और नयी दिशा मिली है। आज चालीस वर्षों के बाद भारतीय प्रधानमंत्री की यात्रा हो रही है। और मैं हमेशा कहता हूँ, कि बहुत सारे अच्छे काम है, जो मेरे पहले वाले लोग मेरे लिए छोड़ के गए हैं, जो मैं पूरा कर रहा हूँ। साथियों, यह हमारे संबंधों के एक नए अध्याय का शुभारंभ है।

Friends,

भारत और न्यूजीलैंड का लोकतान्त्रिक मूल्यों में दृढ़ विश्वास हमें मिलकर आगे बढ़ने के लिए natural comfort प्रदान करता है। पिछले कुछ वर्षों में हमने हमारे सबंधों को अभूतपूर्व गति प्रदान की है।

आज आज की बैठक में हमने हमारे सहयोग को नई गहराई और व्यापकता देने पर विस्तार से चर्चा की। हमने भारत-न्यूजीलैंड संबंधों को Strategic Partnership के स्तर पर ले जाने का ऐतिहासिक निर्णय लिया है। इसके अंतर्गत हम हर क्षेत्र में स्पष्ट लक्ष्यों और ठोस परिणामों के साथ आगे बढ़ेंगे।

इस वर्ष हमने रिकॉर्ड समय में Free Trade Agreement किया। इस उपलब्धि से दोनों देशों के उद्योगों, किसानों और युवाओं के लिए नए द्वार खुलेंगे। हम trade के साथ साथ trust, technology और talent का blue print तैयार कर रहे हैं।

पिछले तीन वर्षों में हमारे व्यापार में 50 पर्सेन्ट से अधिक की बढ़ोतरी हुई है। हमें विश्वास है कि FTA अगले पाँच वर्षों में हमारे व्यापार को दोगुना करने का मजबूत आधार बनेगा।

न्यूजीलैंड द्वारा भारत में बीस बिलियन डॉलर के investment commitment का भी हम विशेष स्वागत करते हैं। यह न्यूज़ीलैंड की companies को भारत की growth story में long-term partner बनने का अवसर देगा।

Friends,

हमारी Strategic Partnership को सार्थक बनाने के लिए हम दोनों देशों की strengths को practical cooperation में बदल रहे हैं। Fin Tech के क्षेत्र में हम भारत के UPI और न्यूजीलैंड के payment systems को जोड़ने पर आगे बढ़ रहे हैं।

Agriculture, dairy और food processing में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशु-पालकों को मिलेगा।

Traditional medicine में न्यूज़ीलैंड और भारत दोनों की समृद्ध और जीवंत परंपराएं हैं। आज हमने हमारे स्वास्थ्य सहयोग में traditional medicines की भूमिका बढ़ाने पर सहमति व्यक्त की।

रक्षा और सुरक्षा में हमारा बढ़ता सहयोग हमारे गहरे strategic trust का प्रतीक है। पिछले वर्ष किए गए Defence Cooperation Agreement से हमारे सहयोग का मजबूत ढांचा तैयार हुआ है। आज हमने इंडो-पैसिफिक में maritime cooperation के लिए एक फ्रैम्वर्क पर सहमति बनाई है। Bilateral naval exercises, Logistics support और hydrography में सहयोग से हमारा आपसी तालमेल बढ़ेगा।

Friends,

हमारे संबंधों की सबसे मजबूत ताकत हमारे people-to-people ties हैं। भारतीय समुदाय के लोगों ने अपने परिश्रम और talent से न्यूजीलैंड में विशेष स्थान बनाया है। उनकी देखरेख के लिए मैं प्रधानमंत्री लक्सन और न्यूजीलैंड सरकार और न्यूजीलैंड के लोगों का आभार व्यक्त करता हूँ।

आज हुआ Cultural Cooperation MOU दोनों देशों के art, culture, heritage तथा creative industries में exchanges को गति देगा। न्यूजीलैंड भारतीय students के लिए एक महत्वपूर्ण destination रहा है। हम न्यूजीलैंड की universities को भारत में campus खोलने के लिए आमंत्रित करते हैं।

इस वर्ष हम दोनों देशों के बीच खेल संबंधों की सौवीं वर्षगांठ मना रहे हैं। सौ साल पहले मेजर ध्यानचंद के नेतृत्व में हॉकी टीम ने यहाँ आकर जो इतिहास रचा था, वह हमारी खेल साझेदारी को आज भी प्रेरित कर रहा है। इस उपलक्ष्य पर हम दोनों देशों में कई स्पोर्ट्स इवेंट्स आयोजित कर रहे हैं। क्रिकेट के साथ-साथ अन्य खेलों में भी सहयोग बढ़ाने के लिए हम Sports Joint Action Plan बनाया है। हाल ही में भुवनेश्वर में न्यूजीलैंड रग्बी और रग्बी इंडिया के कोचिंग प्रोग्राम से अच्छी शुरुवात हुवी है।

Friends,

वैश्विक मंच पर भी भारत और न्यूज़ीलैंड भरोसेमंद साझेदार और करीबी मित्र हैं। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए UN सहित अन्य वैश्विक संस्थानों में reform आवश्यक है।

आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने Joint Working Group का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो-पेसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है।

Friends, मैं आप सभी को माओरी नव वर्ष “मातरिकी” की हार्दिक शुभकामनाएँ देता हूँ। जिस तारा-समूह को यहाँ “मातरिकी” नाम दिया गया है, जैसे आपने भी बताया, उसे भारत में प्राचीन काल से “कृत्तिका नक्षत्र” के रूप में जाना जाता है। मुझे विश्वास है कि “मातरिकी” का यह पर्व, हमारे संबंधों को इन्हीं सितारों की तरह जगमगाने की प्रेरणा देगा।

Prime Minister लक्सन,

आपकी मित्रता, आपकी प्रतिबद्धता और मेरी न्यूज़ीलैंड यात्रा को यादगार बनाने के लिए मैं आपका आभार व्यक्त करता हूँ। जैसे रग्बी में टीमवर्क और भरोसा ज़रूरी होता है, वैसे ही हम भी आपसी विश्वास के साथ आगे बढ़ेंगे। हम एक ही टीम में है, इसलिए टैकल केवल चुनौतियों को करेंगे।

बहुत-बहुत धन्यवाद।