প্ৰধানমন্ত্ৰীঃবন্ধুসকল! আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আমাৰ বাবে আনন্দৰ বিষয় এয়ে যে আপোনালোকে দেশখনক উৎসাহ আৰু উদযাপনেৰে ভৰাই তুলিছে। আৰু, দেশবাসীৰ সকলো আশা-কামনাক আপোনাসৱেপূৰণ কৰিছে। মোৰফালৰপৰা আপোনালোকক অলেখ অভিনন্দন জনালোঁ। সাধাৰণতে মই কাৰ্য্যালয়ত গভীৰ নিশা কাম কৰোঁ। কিন্তু,সিদিনা টিভিটো অন কৰি ফাইল এটাওচাই আছিলোঁ যদিওফাইলটোত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সেইদিনা আপোনালোকে দলীয় মনোভাৱক উজ্জ্বল কৰি তুলিছিলআপোনালোকৰ প্ৰতিভা আৰু ধৈৰ্য্য দেখা পাইছিলোঁ। মই দেখিবলৈ পাইছিলোঁ,আপোনালোকে ধৈৰ্য্য ধৰিছিলকোনো খৰখেদা নাই। আপোনালোক গভীৰ আত্মবিশ্বাসেৰে ভৰি আছিলমোৰ ফালৰপৰা আপোনালোকক অভিনন্দন জনাইছোঁ।

ৰাহুল দ্ৰাবিড়ঃ প্ৰথমে আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ। কিয়নো আমাক আপোনাক লগ পোৱাৰ সুযোগ প্ৰদান কৰিছে। নৱেম্বৰত আহমেদাবাদত যেতিয়া আমি সেইখন মেচত পৰাস্ত হৈছিলোঁ, তেতিয়া আপুনি তাতো আছিল।সেয়া আমাৰ ভাল সময় নাছিল। গতিকে, আমি অতিশয় সুখী যে আজি এই সুখৰ অনুষ্ঠানত আপোনাক লগ পাব পাৰিছোঁ। মই মাত্ৰ কম যে ৰোহিত আৰু সকলোৱে যুঁজাৰু মনোভাৱ দেখুৱাইছে। আনকি ফাইনেলত প্ৰৱেশৰ বাবেও বহুত ক্ৰেডিট পোৱাৰ যোগ্য। সদস্যসকলে বহুত কষ্ট কৰিছে। এওঁলোকে আহিবলগীয়া প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। ২০১১ৰ জয় প্ৰত্যক্ষেৰে এওঁলোক ডাঙৰ হৈছে।গতিকে, এওঁলোকৰ প্ৰদৰ্শন দেখি মই নিশ্চিত যে আমাৰ দেশৰ ল'ৰা-ছোৱালীবোৰ প্ৰতিটো খেলতে বহু অনুপ্ৰাণিত হৈছে। গতিকে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এওঁলোকক অভিনন্দন জনাব বিচাৰিছোঁ।

প্ৰধানমন্ত্ৰীঃআপোনালোকলৈ অভিনন্দন। আগন্তুক সময়ত আপোনাসৱে দেশৰ যুৱক-যুৱতীসকলক বহুত দিব পাৰিব। আপোনালোকে তেওঁলোকক জয়ৰ সোৱাদৰ সমান্তৰালকৈ তেওঁলোকক বহুত অনুপ্ৰাণিত কৰিব পাৰে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকক পথ-প্ৰদৰ্শন কৰিব পাৰে। আপোনালোকৰ এতিয়া এটা কৰ্তৃত্ব আছে। চাহল কিয় ছিৰিয়াছমই ঠিকেই অনুমান কৰিলোঁ। হাৰিয়ানাৰ সকলো ব্যক্তিয়ে প্ৰতিটো পৰিস্থিতিত সুখীসকলোতে সুখ বিচাৰি পায়।

ৰোহিতএই মুহূৰ্তৰ আঁৰত তোমাৰ মনৰ কথা জানিব বিচাৰিছোঁ। মাটি যিকোনো ঠাইৰ হব পাৰেমাটি যিকোনো ঠাইৰপৰা হব পাৰেকিন্তু ক্ৰিকেটৰ জীৱন খেলপথাৰত। আৰু, আপুনি ক্ৰিকেটৰ জীৱনটোক চুমা খালে। এজন ভাৰতীয়ইহে এই কাম কৰিব পাৰে।

ৰোহিত শৰ্মাঃ মই মাথোঁ সেই বিজয়ৰ মুহূৰ্তটো মনত ৰাখিব বিচাৰিছিলোঁ আৰু চিৰদিনৰ বাবে তাৰ সোৱাদ লব বিচাৰিছিলোঁ। কাৰণ, আমি সেই খেলপথাৰত খেলাৰ পিছত জয়ী হৈছিলোঁকাৰণ আমি সকলোৱে ইয়াৰ বাবে ইমান দিন অপেক্ষা কৰিছিলোঁইমান কষ্ট কৰিছিলোঁ। বহু সময়ত বিশ্বকাপ আমাৰ অতি ওচৰলৈ আহিছিল যদিও আমি আগবাঢ়িব পৰা নাছিলোঁ। কিন্তু, এইবাৰ সকলোৰে বাবেই আমি সেয়া অৰ্জন কৰিবলৈ সক্ষম হলোঁগতিকে সেই পিটচখনে মোক বহুত বুজাইছিল, কাৰণ আমি সেই পিটচত যিয়েই নকৰোঁ কিয়সেই পিটচতেই কৰিছিলোঁ। আমিগোটেই দলটোৱে এই কামটোৰ বাবে ইমান কষ্ট কৰিলোঁ আৰু সেই কঠোৰ পৰিশ্ৰমৰ ফল সেইদিনা পালোঁ।

প্ৰধানমন্ত্ৰীঃ দেশৰ প্ৰতিজন নাগৰিকে নিশ্চয় মনকৰিছে!ৰোহিতমই দুটা কথা প্ৰত্যক্ষ কৰিলোঁ। তাত আৱেগ দেখা পাইছিলোঁ। আৰু যেতিয়া আপুনি ট্ৰফী লাভ কৰিবলৈ গৈছিলসেই দৃশ্যটো।

ৰোহিত শৰ্মাঃ ছাৰইয়াৰ আঁৰৰ কাৰণ আছিল যে আমাৰ সকলোৰে বাবে ইমান এটা বিশেষ মুহূৰ্ত আছিলআমি সকলোৱে ইমান বছৰে ইয়াৰ বাবে অপেক্ষা কৰি আছিলোঁ। গতিকে,সদস্যসকলে মোক কলে যে আপুনি কেৱল এনেকৈয়ে যাব নালাগেবেলেগ কিবা এটা কৰিব লাগে।

প্ৰধানমন্ত্ৰীঃ গতিকে এইটো চাহলৰ পৰিকল্পনা আছিল নেকি?

ৰোহিত শৰ্মাঃ চাহল আৰু কুলদীপ...

প্ৰধানমন্ত্ৰীঃ বাৰু! আপোনাৰ আৰোগ্য লাভৰ যাত্ৰা কঠিন। খেলুৱৈ হিচাপে সেয়া হয়তো আপোনাৰ পুৰণি আস্থা আছিলআপুনি ইয়াক আগুৱাই লৈ গৈছিল। কিন্তু এনে সময়ত কোনো সুস্থ হৈ উঠা উচিতকাৰণ সেই সময়ত আপুনিও বহুত পষ্ট কৰিছিলআগতে আপোনাৰ পষ্টবোৰ দেখিছিলোঁ। আজি আপুনি ইমানখিনি কৰিলেমোৰ সতীৰ্থসকলে মোক এই কথাই কৈছিল।

ঋষভ পন্তঃপ্ৰথমে আমাক ইয়ালৈ আমন্ত্ৰণজনোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আপুনি এই চিন্তাটো কৰিছে, কাৰণ ডেৰ বছৰ আগতে মোৰ এটা দুৰ্ঘটনা হৈছিল আৰু মই প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ মাজেৰে অগ্ৰসৰ হৈছিলোঁ। সেই কথা মোৰ ভালকৈ মনত আছে, কাৰণ আপুনি মোৰ মালৈ ফোন কৰিছিল। গতিকে, বহুত কথাই মোৰ মনত পৰিছে। আপোনাৰসৈতে কথা পতাৰ পিছত মায়ে মোক কৈছিল যে ছাৰে কোনো সমস্যা নাই বুলি কৈছে। তাৰ পিছত মানসিকভাৱে অলপ সবল হৈ পৰিছিলোঁ। আপুনি যোৱা ডেৰ-দুবছৰ ধৰি কৈ আছে যে মই খেলপথাৰলৈ ঘূৰি আহি মই যি কৰি আছোঁ, তাতকৈ ভাল কাম কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আন কাৰোবাৰ বাবে নহয় কিন্তু নিজকে প্ৰমাণ কৰিবলৈমই তাত নিজকে উৎসৰ্গা কৰিব লাগিব আৰু কব লাগিব যে মই আকৌ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিব লাগিব আৰু ভাৰত জয়ী হোৱাটো নিশ্চিত কৰিব লাগিব।

প্ৰধানমন্ত্ৰীঃ ঋষভতুমি সুস্থ হৈ উঠাৰ সময়ত তোমাৰ মাৰ লগত কথা পাতিছিলোঁ আৰু মই তেওঁক দুটা কথা কৈছিলোঁ। প্ৰথমে, ডাক্তৰৰ লগত আলোচনা কৰিছিলোঁ। কিন্তু মই আচৰিত হৈছিলোঁ তোমাৰ মাৰ বিশ্বাসৰ উমান পায়। তেওঁৰ লগত কথা পাতি থাকোঁতে যেন পুৰণি চিনাকিআগতেও লগ পাইছিলোঁ তেনেকুৱা লাগিছিল।তেওঁ মোক আশ্বাস দিছিল। সেয়া আচৰিত অভিজ্ঞতা আছিল। গতিকে, মই অনুভৱ কৰিছিলোঁ যে যিজনে এনেকুৱা মাতৃ পাইছেতেওঁ কেতিয়াও বিফল নহয়। এই চিন্তা মোৰ মনলৈ আহিছিল। আৰু তুমি এয়া প্ৰমাণ কৰিলা। আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ।

ঋষভ পন্তঃ ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ উত্থান-পতন হয়কিন্তু সঠিক সময়ত এটা দীঘলীয়া তপস্যা ফলপ্ৰসূ হয়। ক্ৰীড়াত আপুনি কৰা তপস্যাৰ বলত প্ৰয়োজনৰ সময়ত নিজৰ প্ৰকৃত ৰং দেখুৱাইছে। বিৰাট কোৱাএইবাৰ তোমাৰ যুঁজখন উত্থান-পতনেৰে ভৰি আছিল।

বিৰাট কোহলীঃপ্ৰথমে আমাক সকলোকে ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে বহু-বহু ধন্যবাদ। আৰু, এই দিনটো মোৰ মনত সদায় থাকিব। কাৰণ, এই সমগ্ৰ টুৰ্ণামেন্টত মই বিচৰা ধৰণেৰে অৱদান আগবঢ়াব পৰা নাছিলোঁ আৰু এটা সময়ত ৰাহুল ভাইকো কৈছিলোঁ যে মই এতিয়ালৈকে নিজৰ আৰু দল উভয়ৰেপ্ৰতি কৰণীয়খিনি কৰা নাই। তেতিয়া তেওঁ মোক কৈছিল, যেতিয়া পৰিস্থিতি আহিব, তেতিয়া মোৰ বিশ্বাস যে আপুনি প্ৰদৰ্শন কৰিব। গতিকে, আমাৰ এই কথা-বতৰা হৈছিল আৰু আমি খেলিবলৈ যাওঁতে প্ৰথমে ৰোহিতক কৈছিলোঁ কাৰণ মোৰ টুৰ্ণামেন্টখন যিদৰে চলিছিলমই খেলিবলৈ যোৱাৰ সময়ত ভিতৰত মোৰ ইমান আত্মবিশ্বাস নাছিল যে মই বিচৰা ধৰণে বেটিং কৰিব পাৰিম। গতিকে আমি খেলিবলৈ যাওঁতে প্ৰথম চাৰিটা বলত তিনিটা চাৰি পাইছিলোঁ। আৰু পিছত বুজিলোঁ যে যি হবলগীয়া থাকেকোনোবা নহয় কোনোবা প্ৰকাৰে ঘটে। গতিকে মোৰ লগতদলটোৰ লগত এনেকুৱা হোৱাটো নিশ্চিত আছিল। যদি আপুনি মেচখন চায়শেষত আমি মেচখন যিদৰে জয়ী হৈছিলোঁযি পৰিস্থিতি আছিলমেচখন কৰ পৰা ঘূৰিছিল আৰু আমাৰ ভিতৰত কি চলি আছিলআমি সেয়া বুজাব নোৱাৰোঁ। এটা সময়ত আমি আশা হেৰুৱাই পেলাইছিলোঁতাৰ পিছত হাৰ্দিকে এটা উইকেট লৈছিল। গতিকে, মই সুখী যে কঠিন সময়ৰ অন্তত দলটোৰ বাবে ইমান বিশেষ দিন এটাত অৰিহণা যোগাব পাৰিলোঁ। আৰু আমাৰ গোটেই দিনটো যিদৰে গল আৰু যিদৰে জয়ী হলোঁমই কোৱাৰ দৰেমই সেয়া জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে মই সুখী যে মই দলটোক এনে এটা ঠাইলৈ লৈ যাব পাৰিলোঁ যত আমি চেষ্টা কৰিলে মেচখন জয়ীহব পাৰিম।

প্ৰধানমন্ত্ৰীঃসকলোৱে এই অনুভৱেই কৰি আছিল।

বিৰাট কোহলীঃমই যি কৰিবলৈ চেষ্টা কৰি আছিলোঁসেয়া নহল। খেলত যেতিয়া মই খেলক সন্মান কৰিছিলোঁসেইদিনা খেলখনে মোকো সন্মান কৰিছিলগতিকে মোৰ এই অভিজ্ঞতা হৈছিল ছাৰ।

প্ৰধানমন্ত্ৰীঃআপোনাক অলেখ অভিনন্দন।

যশপ্ৰীত বুমৰাহঃ নাই ছাৰযেতিয়াই ভাৰতৰ হৈ বলিং কৰোঁ, তেতিয়াই মই অতিশয়মনোযোগেৰে বলিং কৰোঁ...

প্ৰধানমন্ত্ৰীঃইদলি খাই খেলপথাৰলৈ গৈছিলা নেকি?

যশপ্ৰীত বুমৰাহঃ নাই নাইযেতিয়াই পৰিস্থিতি কঠিন হয়তেতিয়াই সেই পৰিস্থিতিত মই বলিং কৰিব লাগে। গতিকে মই যেতিয়া দলটোক সহায় কৰিবলৈ সক্ষম হওঁ আৰু যিকোনো কঠিন পৰিস্থিতিৰপৰা মেচখন জয় কৰিবলৈ সক্ষম হওঁতেতিয়া মই বহুত আত্মবিশ্বাস লাভ কৰোঁ আৰু সেই আত্মবিশ্বাস মই আগলৈয়ো কঢ়িয়াই লৈ ফুৰোঁ। আৰু বিশেষকৈ এই প্ৰতিযোগিতাখনত বহু পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়া মই কঠিন অভাৰত বলিং কৰিবলগীয়া হৈছিল আৰু মই দলটোক সহায় কৰি মেচখন জয়ী কৰিবলৈ সক্ষম হৈছিলোঁ।

প্ৰধানমন্ত্ৰীঃক্ৰিকেট যিমানেই দেখিছোঁ৯০ৰ পিছত জয়ৰ আমেজ যিমানেই নাথাকক কিয়সকলো থাকিলেও বেটছমেনজন ৯০ৰ পিছত অলপ ছিৰিয়াছ হৈ পৰে।একেদৰে শেষৰ অভাৰটোত,যদি জয় বা পৰাজয় এটা বলৰ ওপৰত নিৰ্ভৰ কৰেতেতিয়া কিমান উত্তেজনা থাকিব। এনে পৰিস্থিতিত সেই সময়ত নিজকে কেনেকৈ চম্ভালিব।

যশপ্ৰীত বুমৰাহঃযদি মই ভাবোঁ যে আমি পৰাস্ত হম বা মেচখনত মই অতিৰিক্ত কিবা এটা কৰিব লাগিবতেন্তে মই হয়তো ভুল কৰিমমই নাৰ্ভাছ হযদি মই ভিৰলৈ চাওঁ বা আন সদস্যলৈ নাৰ্ভাছ হৈ চাওঁতেন্তে মোৰ হয়তো ভুল হব। গতিকে সেই সময়ত মই ফকাচ কৰোঁনিজৰ কথা আৰু মই কি কৰিব পাৰোঁ সেই বিষয়ে চিন্তা কৰোঁ। গতিকে সেই সকলোবোৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰোঁ যে মই ভাল দিনত দলটোক কেনেকৈ সহায় কৰিছোঁ। গতিকে সেই সকলোবোৰ কথা মনত ৰাখি মোৰ সাধ্য অনুসৰি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ।

প্ৰধানমন্ত্ৰীঃকিন্তু এয়া নিশ্চয় বৰ মানসিক চাপৰ কথা বন্ধু।

যশপ্ৰীত বুমৰাহঃনাই ছাৰৱেষ্ট ইণ্ডিজত আমি ইদলি আৰু পৰঠাও পোৱা নাছিলোঁ। আমি যি আছিল সেইখিনিৰে মেনেজ কৰি আছিলোঁ। কিন্তু দৃশ্যপটটো বৰ ভাল আছিলআমি বেক টু বেক ভ্ৰমণ কৰি আছিলোঁগতিকে দল হিচাপে টুৰ্ণামেন্টখন বহুত ভালকৈয়ে চলিছিল। আমি প্ৰথমবাৰৰ বাবে বিশ্বকাপ জিকিলোঁইমান আৱেগ মই কেতিয়াও অনুভৱ কৰা নাছিলোঁগতিকে মই অতি গৌৰৱান্বিত আৰু ইয়াতকৈ ভাল অনুভৱ মোৰ কেতিয়াও হোৱা নাই।

প্ৰধানমন্ত্ৰীঃআপুনি ডাঙৰ কাম কৰিলে। ৰাষ্ট্ৰখনে আপোনাক লৈ গৌৰৱ কৰে। ই আমাক গৌৰৱান্বিত কৰে।

প্ৰধানমন্ত্ৰীঃ হয় হাৰ্দিক কওঁকচোন।

হাৰ্দিক পাণ্ডিয়াঃপ্ৰথমতে ছাৰআমাক নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ আৰু মানে মই সাক্ষাৎকাৰৰ সময়ত যি কথা কৈছিলোঁ, কাৰণ যোৱা ছমাহ মোৰ বাবে যথেষ্ট মনোৰঞ্জনদায়কবহু উত্থান-পতন ঘটিছিল। মোক লৈ জনসাধাৰণে বু-বু বা-বা কৰিছিল আৰু বহু ঘটনা ঘটিছিল। কিন্তু, মই সদায় বিশ্বাস কৰোঁ যে যদি মই উত্তৰ দিম, তেন্তে মই মোৰ খেলৰ জৰিয়তে দিম। আৰু মানে সেই সময়তো মই বাকৰুদ্ধ হৈ আছিলোঁ আৰু এতিয়াও বাকৰুদ্ধ হৈ পৰিছোঁ, কাৰণ যিয়েই নকওঁক কিয়আপুনি সদায় যুঁজি থাকে। মই জীৱনত সদায় বিশ্বাস কৰোঁ যে যুদ্ধত যুঁজি থাকে আৰু কেতিয়াও ফিল্ড এৰি নাযায় কাৰণ ই অসুবিধা দেখুৱায় আৰু আপুনি জানে সফলতায়ো এই কথা প্ৰকাশ কৰে। গতিকে মই বিশ্বাস কৰোঁ ছাৰ যে মই থাকিমমই কঠোৰ পৰিশ্ৰম কৰিম আৰু আপুনি জানে সকলো দলখেলুৱৈঅধিনায়কপ্ৰশিক্ষকৰ সমৰ্থন বহুত ভাল আছিল। আৰু মই মাত্ৰ প্ৰস্তুতি কৰিলোঁপ্ৰস্তুতি কৰিলোঁ আৰু আপুনি জানে ভগৱানে মোক এনেকুৱা ভাগ্য দিলেশেষৰ অভাৰত এটা সুযোগ পাইছিলোঁ।

প্ৰধানমন্ত্ৰীঃআপোনাৰ সেই অভাৰটো ঐতিহাসিক হৈ পৰিল, কিন্তু সূৰ্য্যক কি কলে।

হাৰ্দিক পাণ্ডিয়াঃতেতিয়াআমাৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল যে আমি সকলোৱে উদযাপন কৰিলোঁ। তেতিয়া আমি বুজিলোঁ যে আমি সূৰ্য্যক সুধিব লাগিছিল যে সূৰ্য্য নিখুঁতগতিকে প্ৰথমে আমি উদযাপন কৰা বুলি নিশ্চিত হৈছিলোঁ।কিন্তুতাৰ পিছত তেওঁ না-না কলে। তেওঁ কলে যেযৰপৰা আমি টেনচনত আছিলোঁকেচ সলনি কৰি খেল এখন ধৰিলে।

প্ৰধানমন্ত্ৰীঃ হয় সূৰ্য্য।

সূৰ্য্যকুমাৰ যাদৱঃমই হেৰাই গৈছিলোঁ ছাৰ! ছাৰসেই মুহূৰ্তত মই কেৱল বলটো কেনেকৈ ধৰিম সেইটোহে ভাবি আছিলোঁমানে মই বল ধৰিম নে নলওঁ সেই কথা ভবা নাছিলোঁ। মই বলটো ঠেলি ভিতৰলৈ দিয়াৰ কথা ভাবি আছিলোঁ।এটা ৰানদুটা ৰানমেক্সিম কাৰণ বতাহ তেনেকৈয়ে বলি আছিল। আৰু এবাৰ হাতত আহিলেই মাথোঁ তুলি লৈ সিফাললৈ দলিয়াই দিব লগা হতাৰ পিছত দেখিলোঁ যে সেই সময়ত ৰোহিত বহুত দূৰত আছিল। কিন্তু আমি এই কামটো ইতিমধ্যে বহুত অনুশীলন কৰিছোঁ। মই এটা কথা ভাবিলোঁ যে মই বেটিং কৰোঁ কিন্তু অভাৰ শেষ হোৱাৰ পিছত দলটোলৈ আৰু কি-কি অৰিহণা যোগাব পাৰোঁফিল্ডিঙত বা আন কিবা এটাত, সেয়া ভাবিছিলোঁ।

প্ৰধানমন্ত্ৰীঃআপুনিও বাৰে-বাৰে হিট বল ধৰাৰ অভ্যাস কৰে নেকি?

ৰাহুল দ্ৰাবিড়ঃসূৰ্য্যই ইমান কথা কৈছেইয়াৰ আগতেও অনুশীলনত ১৮৫১৬০ টা এনে কেচ লৈছে।

প্ৰধানমন্ত্ৰীঃ হয়?

সূৰ্য্যকুমাৰ যাদৱঃ সম্পূৰ্ণ মানে ছাৰটুৰ্ণামেন্ট আৰম্ভ হোৱাৰপৰাই আৰু আইপিএলৰপৰা উভতি আহি মই এনেকুৱা কেচ বহুত ধৰিছিলোঁ যদিও মই নাজানিছিলোঁ যে ভগৱানে মোক এনে এটা সময়ত কেচ ধৰাৰ ইমান সুযোগ দিব। কিন্তু সেই সময়ত ষ্টেণ্ডত কোনো বহি নাছিলসেই সময়ত অলপ বেছি মানুহ বহিছিল। কিন্তু সেই মুহূৰ্তত থাকি বৰ ভাল লাগিল...

প্ৰধানমন্ত্ৰীঃ মই আপোনালোকক কওঁ যে মই নিজকে ইয়াক প্ৰশংসা কৰাত বাধা দিব নোৱাৰো... কাৰণ প্ৰথমতে সমগ্ৰ দেশৰ আমেজ... উত্থান-পতনবোৰ অতি উত্তেজিত আছিল আৰু তাৰ ওপৰত এই কাণ্ডই সমগ্ৰ পৰিস্থিতি সলনি কৰি পেলায়... এইটো এটা বহুত ডাঙৰ কথা হৈ পৰে আৰু যদি এইটো আপোনাৰ জীৱনৰ সৈতে জড়িত হয় তেন্তে আপুনি এজন অতিঅতি ভাগ্যৱান ব্যক্তি বন্ধু...

সূৰ্য্যকুমাৰ যাদৱঃমই আৰু এটা ষ্টাৰ পাইছোঁ ছাৰ... মোৰ এতিয়া ভাল লাগিছে...

প্ৰধানমন্ত্ৰীঃ আপোনাক বহুত অভিনন্দন!

সূৰ্য্যকুমাৰ যাদৱঃ ধন্যবাদ ছাৰ!

প্ৰধানমন্ত্ৰীঃ আপোনাৰ পিতৃৰ এটা বক্তব্যক লৈ গোটেই দেশতে বাৰে-বাৰে চৰ্চা চলি আছে। আপোনাৰ দেউতাৰ উত্তৰটো বৰ হৃদয়স্পৰ্শী আছিল... তেওঁ কলে চাওঁকপ্ৰথমে দেশতাৰ পিছত লৰাএইটো বৰ ডাঙৰ কথা! হয় আৰ্শদীপমোক কওঁক...

আৰ্শদীপ সিং:ছাৰধন্যবাদপ্ৰথমে আপুনি মোক লগ পোৱাৰ সুযোগ দিলে আৰু তাৰ পিছত মোৰ ক্ৰিকেটৰ প্ৰতি এক বৃহৎ অনুভৱ হৈছে ছাৰ... মোৰ বহুত ভাল লাগে যে আমি এই প্ৰতিযোগিতাখন আৰু বলিঙত জয়ী হৈছোঁ। আৰু আন বলাৰসকলেও বহুত ভাল বলিং কৰিছেগতিকে মই কম যে মই তাৰ ফল পোৱা উচিত আৰু মই উপভোগ কৰি আছিলোঁমই উইকেট পাই আছিলোঁ আৰু ইয়াৰ ক্ৰেডিট গোটেই দলটোৰ।

প্ৰধানমন্ত্ৰীঃ অক্ষৰে স্কুলত খেলি থাকোঁতে এবাৰ তেওঁক পুৰস্কাৰ দিয়াৰ সুযোগ পাইছিলোঁ।

অক্ষৰ পেটেলঃ৮ম শ্ৰেণীত...

প্ৰধানমন্ত্ৰীঃ যেতিয়াই ক্ৰীড়া জগতত আন্দোলন হয়, তেতিয়াই মোৰ মন তাৰ লগত জড়িত হৈ পৰে।

অক্ষৰ পেটেলঃসেই কেচৰ কাৰণ এইটোৱেই আছিলতেওঁলোকৰ অংশীদাৰিত্ব অক্ষত আছিলপ্ৰথম অভাৰত উইকেট পৰিলতাৰ পিছত নপৰিলে আৰু কুলদীপে বলিং কৰি থকাৰ সময়ত বতাহ বলিছিল মই থিয় হৈ থকাৰ দৰেইগতিকে মই থিয় হৈ আছিলোঁ আৰু যেতিয়া তেওঁ শ্বটটো মাৰিলেমই ভাবিলোঁ যে ই এটা সহজ কেচ কিন্তু বতাহৰ লগত ইমান বেগেৰে যাবলৈ ধৰিলেগতিকে প্ৰথমে মই ভাবি আছিলোঁ যে মই বাওঁহাতেৰে ধৰিম কিন্তু যেতিয়া বলটো গমই কলোঁ তাৰ পিছত মই সেই সময়ত জপিয়াই পৰিলোঁ আৰু যেতিয়া মই সেই সময়ত মোৰ হাতত ইমান ডাঙৰ শব্দ শুনিলোঁতেতিয়া মই বুজিলোঁ যে মই ইয়াক মোৰ হাতত ধৰিছোঁ আৰু মই ভাবোঁ বেছিভাগ সময়তে১০ ৰ ৯ বাৰ এনে কেচ মিছ কৰা হয় কিন্তু মই ভাগ্যৱান আছিলোঁ যে বিশ্বকাপৰ এই সময়তযেতিয়া দলটোক ইয়াৰ প্ৰয়োজন হৈছিলমই সেই কেচটো ধৰিলোঁ...

প্ৰধানমন্ত্ৰীঃ গতিকে আমূল গাখীৰ কাম কৰি আছে?

(হাঁহি-হাঁহি)

কুলদীপ যাদৱঃ বহুত-বহুত ধন্যবাদ ছাৰ।

প্ৰধানমন্ত্ৰীঃ কুলদীপ বুলি কওঁ নে দেশদ্বীপ?

কুলদীপ যাদৱঃ ছাৰপ্ৰথম কথা মই মোৰ দেশৰগতিকে স্পষ্টভাৱে ছাৰ... ভাৰতৰ হৈ সকলো মেচ খেলি ভাল লাগেবহুত ভাল লাগে আৰু ময়ো বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু দলত মোৰ ভূমিকাও স্পিনাৰৰ। গতিকে মই সদায় মিডল অভাৰত বলিং কৰোঁগতিকে অধিনায়ক আৰু প্ৰশিক্ষকৰ পৰিকল্পনা সদায় একে আৰু মোৰ ভূমিকাও হল যে মিডল অভাৰত উইকেট লোৱাগতিকে মই সদায় মিডল অভাৰত উইকেট লবলৈ চেষ্টা কৰোঁ আৰু বেগী বলাৰসকলে ভাল এটা দিয়ে আৰম্ভণিতে এটা বা দুটা উইকেট লওঁকমাজৰ অভাৰত বল কৰাটো অলপ সহজ হৈ পৰে। গতিকে বৰ ভাল লাগিছেমোৰ বৰ ভাল লাগিছে। মই তিনিটা বিশ্বকাপ খেলিছোঁ আৰু এইটো এটা ভাল সুযোগ আছিলমই ট্ৰফী লবলৈ পাই অতিশয় সুখী ছাৰ...

প্ৰধানমন্ত্ৰীঃ গতিকে কুলদীপকেপ্তেইনক নাচিবলৈ কেনেকৈ সাহস দিছা?

কুলদীপ যাদৱঃ কেপ্তেইনক মই নৃত্য কৰিবলৈকোৱা নাছিলোঁ!

প্ৰধানমন্ত্ৰীঃ হেৰাএইটোৰ ওপৰত সেইটো নিবিচাৰে নেকি?

কুলদীপ যাদৱঃ মই তাক এই কামটো কৰিবলৈ কৈছিলোঁ... সি একো নকৰোঁ বুলি কওঁতে মই কলো যে সি কৰিব পাৰে। কিন্তু মই কোৱাৰ দৰে সি নকৰিলে...

প্ৰধানমন্ত্ৰীঃ মানে অভিযোগ আছে?

প্ৰধানমন্ত্ৰীঃ২০০৭ৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ আৰু ২০২৪ত বিজয়ী দলৰ অধিনায়ক ... আপোনাৰ অভিজ্ঞতা কি?

ৰোহিত শৰ্মাঃছাৰ সঁচা কথা কবলৈ গলে ২০০৭ত যেতিয়া মই প্ৰথমবাৰৰ বাবে দলত যোগদান কৰিছিলোঁ তেতিয়া আমি আয়াৰলেণ্ড ভ্ৰমণ কৰিছিলোঁ যত ৰাহুল ভাই অধিনায়ক আছিল। তাৰ পিছত তাৰ পিছত আমি পোনে-পোনে দক্ষিণ আফ্ৰিকালৈ গৈছিলোঁ বিশ্বকাপৰ বাবে। গতিকে তাতেই আমি বিশ্বকাপ জিকিলোঁ। গতিকে যেতিয়া আমি বিশ্বকাপ জয় কৰি প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছিলোঁআমি মুম্বাইলৈ যোৱাৰ পথত আছিলোঁবিমানবন্দৰৰ পৰা ৱাংখেড়ে ষ্টেডিয়াম পাবলৈ পাঁচ ঘন্টা সময় লাগিছিল। গতিকে ২-৩ দিনৰ পিছত মই বুজিলোঁ যে বিশ্বকাপ জয় কৰাটো যথেষ্ট সহজ। কিন্তু তাৰ পিছত বিশ্বকাপ আহি থাকিলবহুবাৰ আমি ওচৰ চাপি আহিলোঁ যদিও জয়ী হব পৰা নাছিলোঁ। এই বিশ্বকাপত মই অতি আত্মবিশ্বাসেৰে এটা কথা কব পাৰোঁ যে আমি ইয়াৰপৰা ৱেষ্ট ইণ্ডিজলৈ যোৱাৰ সময়ত জনতাৰ মাজত বহুত হতাশা আৰু ভোক আছিল... প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেলাৰ সময়ত তাত বহুত অসুবিধা হৈছিল নিউয়ৰ্কত তাত আগতে কেতিয়াও ক্ৰিকেট খেলা হোৱা নাছিলখেলপথাৰখন অনুশীলনৰ বাবে ভাল নাছিল। কিন্তু লৰাবোৰৰ কোনোৱেই সেই কথাটোত মনোনিৱেশ কৰা নাছিলতেওঁলোকে মাত্ৰ এটা কথাত মনোনিৱেশ কৰিছিলআমি বাৰ্বাডোছত ফাইনেল কেনেকৈ খেলিমগতিকে তাৰ অৰ্থ হল এনে এটা দলৰ অধিনায়কত্ব কৰি ভাল লাগে যত সকলোৰে একেটা লক্ষ্য থাকে কেনেকৈ জয়ী হব আৰু যেতিয়া আমি জনতাৰ মুখত ইমান হাঁহি দেখিবলৈ পাওঁ আৰু জনতাই ইজনে-সিজনৰ লগত আনন্দ কৰি আছেভাৰতীয় পতাকা লৈ গভীৰ নিশালৈকে ৰাজপথত ঘূৰি ফুৰেইয়াত আমাৰ এই গোটটোৱেআমাৰ লক্ষ্যও পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰা যেনে যেতিয়া ৰাহুল ভাই আৰু শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীলক্ষ্মণএই সকলোবোৰে খেলিছিল... আমি সকলোৱে তেওঁলোকক চাইছিলোঁগতিকে... তেওঁলোকে আমাৰ সকলো লৰাকে অনুপ্ৰাণিত কৰিছেকিন্তু আমাৰ এটা দায়িত্বও আছে যে আমি ভৱিষ্যৎ প্ৰজন্মক কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰোঁ আৰু হয়তো এই বিশ্বকাপৰ জৰিয়তে মই নিশ্চিত যে আগন্তুক প্ৰজন্মৰ সেই উৎসাহ নিশ্চয় থাকিব।

প্ৰধানমন্ত্ৰীঃ ৰোহিতআপুনি সদায় ইমান ছিৰিয়াছ?

ৰোহিত শৰ্মাঃ ছাৰআচলতে এই কথাটো লৰাইহে কব পাৰে।

প্ৰধানমন্ত্ৰীঃ সকলো মেচত জয়ী হৈ এইবাৰ আপোনাৰ পৰিয়ালটোও ডাঙৰ আছিল। বহু নতুন দেশে এতিয়া যোগদান কৰিছে আৰু ক্ৰিকেটত এইটো সঁচা যে যিজনে খেলে তেওঁ ইমান কষ্ট কৰি আহেতেওঁ হয়তো গম পোৱা নাই যে তেওঁ ইমান ডাঙৰ কাম কৰিছে কাৰণ তেওঁ অবিৰতভাৱে কৰি আহিছে। দেশত ইয়াৰ প্ৰভাৱ পৰিছে যদিও ভাৰতীয় ক্ৰিকেটৰ বিশেষত্ব আছে। ভাৰতৰ ক্ৰিকেট যাত্ৰা অতি সফল হৈছে। এতিয়া ই অন্যান্য ক্ৰীড়াতো প্ৰেৰণা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে। আৰু ক্ৰীড়া মানুহেও ভাবে যে যদি ক্ৰিকেটত এনেকুৱা হব পাৰেতেন্তে ইয়াত কিয় হব নোৱাৰেঅৰ্থাৎ আপোনালোকৰ জৰিয়তে এইটো এটা পৰম সেৱা চলি আছে। যদি আমি নিজকে আৰু দেশক আগুৱাই নিব লাগে তেন্তে আমি সকলো খেলতে সেই একেই মনোভাৱ সৃষ্টি কৰিব লাগিব যে আমি বিশ্বত আমাৰ পতাকা উত্তোলন কৰিম আৰু মই দেখিছোঁ যে আজি দেশত আৰু সৰু-সৰু গাঁৱত প্ৰতিভা বিচাৰি পোৱা গৈছে... প্ৰতিভা হৈছে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰৰ... আগৰ ডাঙৰ চহৰবোৰডাঙৰ ক্লাববোৰ কেৱল তাৰ পৰাই আহিছিল। এতিয়া তেনেকুৱা নহয়বুজিছাঁআপোনাৰ দলৰ আধাতকৈ অধিক মানুহ সৰু-সৰু ঠাইৰপৰা আহিছে। এইটো আচলতে জয়ৰ প্ৰভাৱ আৰু ইয়াৰ ফল আমি বহুদিনলৈ পাওঁ। আফগানিস্তানৰ মন্ত্ৰীৰ বক্তব্য অতি আকৰ্ষণীয় আছিল। শেষৰটোত তেওঁ দক্ষিণ আফ্ৰিকাৰ সৈতে খেলাৰ সুযোগ পাইছিলএই ভ্ৰমণ তেওঁৰ বাবে আছিল এক বৃহৎ সফলতাৰ যাত্ৰাকিন্তু তেওঁ ইয়াৰ কৃতিত্ব ভাৰতক দিলে। তেওঁ কয় যে আফগানিস্তানৰ ক্ৰিকেট দলৰ অগ্ৰগতিৰ কৃতিত্ব যদি কাৰোবাৰ হাতলৈ যায়তেন্তে সেয়া আমাৰ লৰা-ছোৱালীক প্ৰস্তুত কৰা ভাৰতৰ জনসাধাৰণৰ বাবেই।

প্ৰধানমন্ত্ৰীঃআপোনালোকে ৰাহুলক ২০ বছৰ সৰু কৰি দিছে।

ৰাহুল দ্ৰাবিড়ঃ নাইক্ৰেডিট এই লৰাকেইটাৰ বাবে যায় কাৰণ আমি... মই সদায় কওঁ যে মই এজন খেলুৱৈ হৈ আহিছোঁ আৰু মই এজন প্ৰশিক্ষকো হৈছোঁ। আমি এই লৰাকেইটাকহে সহায় কৰিব পাৰোঁ। এই সমগ্ৰ টুৰ্ণামেন্টত মই এটাও ৰান কৰা নাইএটাও উইকেট লোৱা নাইএটাও কেচ লোৱা নাই। আমি কেৱল সমৰ্থন কৰিব পাৰোঁ আৰু কেৱল মোক নহয়আমাৰ এটা গোটেই দল আছেএটা সহায়ক কৰ্মচাৰীৰ দল আছেআমাৰ আন প্ৰশিক্ষক আছে। মোৰ বিশ্বাস যে বহু সহায়ক কৰ্মচাৰীৰ দলটোৱে বহুত কষ্ট কৰেতেওঁলোকে কাম কৰে আৰু আমি এই লৰাকেইটাকহে সহায় কৰিব পাৰোঁ। চাপৰ পৰিস্থিতিযেতিয়া বিৰাট বা বুমৰাহ বা হাৰ্দিক বা ৰোহিতে ৰান কৰিব লাগেইয়াত সকলোৱে... যেতিয়া এই লৰাকেইটাই কৰেআমি তেওঁলোকক কেৱল সমৰ্থন কৰিব পাৰোঁতেওঁলোকে যি বিচাৰে তাকেই দিব পাৰোঁ আৰু গোটেই ক্ৰেডিট তেওঁলোকৰ হাতলৈ যায়তেওঁলোকে মোক দিলে ইমান সুখৰ সুযোগমানে মই মাত্ৰ এই ল'ৰাকেইটাক ধন্যবাদ জনাইছোঁ যিয়ে মোক ইমান ভাল সময়এটা অতি ভাল অভিজ্ঞতা দিছিলগতিকে মই এইটোও ক'ব বিচাৰিছোঁ যে যেতিয়া আমাৰ দলীয় মনোভাৱ এই প্ৰতিযোগিতাত অতি ভাল আছিলতেতিয়া এই দলতখেলা এঘাৰটা ল'ৰাৰ ভিতৰত চাৰিজন ল'ৰাও বাহিৰত বহি আছিল। ইয়াত মহম্মদ চিৰাজে প্ৰথম তিনিখন মেচ খেলিছিলআমেৰিকাত আমি ফাষ্ট বলাৰ এক্সট্ৰা খেলি আছিলোঁ। গতিকে এই টুৰ্ণামেন্টত তেওঁ মাত্ৰ ৩ খন মেচ খেলিছিল আৰু আমাৰ দলত এনেকুৱা তিনিটা ল'ৰা আছিল যিয়ে এখনো মেচ খেলা নাছিল। সঞ্জুৱে এখনো মেচ খেলিব নোৱাৰিলেযুজবেন্দ্ৰ চাহালে এখনো মেচ খেলিবলৈ নাপালে আৰু যশস্বী জয়ছোৱালে এখনো মেচ খেলিবলৈ নাপালে কিন্তু তেওঁলোকৰ যি আগ্ৰহ আছিলযি উৎসাহ আছিলসেয়া দেখাৰ পিছত তেওঁলোকে কেতিয়াও তললৈ নাচালে বাহিৰত আৰু সেইটো আমাৰ আৰু আমাৰ দলৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা আছিল আৰু যেতিয়া আপুনি এনে প্ৰতিযোগিতা খেলে তেতিয়া ই এটা অতি গুৰুত্বপূৰ্ণ কথা যে বাহিৰত বহি থকা ল'ৰাবোৰৰ মনোভাৱতেওঁলোকৰ আগ্ৰহমই তেওঁলোককো বহুত প্ৰশংসা কৰোঁ।

প্ৰধানমন্ত্ৰীঃমোৰ ভাল লাগিল যে এজন প্ৰশিক্ষক হিচাপে আপুনি সমগ্ৰ দলটোৰ প্ৰতি মনোযোগ দিয়ে আৰু মই ভাবোঁ যে আপোনাৰ এই ৩-৪টা বাক্য যিয়েই শুনিব তেওঁ অনুভৱ কৰিব যে সম্ভৱ যে আমি খেলপথাৰত কিছুমান মানুহক দেখা নাই কিন্তু তেওঁলোকেও ৰং যোগ কৰে খেলপথাৰখনততেওঁলোকে খেলপথাৰখনক সংযোগ কৰে আৰু মই ক্ৰিকেটত দেখিছোঁ যে সকলোৰে কোনোবা নহয় কোনোবা অৱদান আছে। ইমান ডাঙৰ দলীয় মনোভাৱৰ প্ৰয়োজন তেতিয়াহে হয়। কিন্তু ৰাহুলমই নিশ্চিতভাৱে জানিব বিচাৰিম যে এতিয়া ২০২৮ত যেতিয়া আমেৰিকাত অলিম্পিক অনুষ্ঠিত হতেতিয়া ক্ৰিকেটে ইতিমধ্যে অলিম্পিকত স্থান পাইছে আৰু মই ভাবোঁ যে এতিয়া বিশ্বকাপতকৈয়ো মানুহে ইয়াৰ প্ৰতি অধিক গুৰুত্ব দিব। যদি ভাৰত চৰকাৰে তেনেকৈয়ে বা ক্ৰিকেট বৰ্ডে তেনেকৈয়ে বা আপোনালোকে মনটো অলপ প্ৰয়োগ কৰি সুধিব যে অলিম্পিকৰ বাবে প্ৰস্তুতি চলোৱাৰ অৰ্থ কিকেনেকৈ কৰিবযদি আমি গুৰুত্বসহকাৰে চিন্তা কৰিব লাগেতেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ?

ৰাহুল দ্ৰাবিড়ঃ নাইমোদী জীঅলিম্পিকত খেলাটো আচলতে এজন ক্ৰিকেটাৰে পোৱা সুযোগ নহয় কাৰণ ২০২৮ত প্ৰথমবাৰৰ বাবে ক্ৰিকেট অলিম্পিকলৈ আহিব... গতিকে মই ভাবোঁ যে ই দেশৰ বাবে আৰু দেশৰ বাবেও বহুত ডাঙৰ কথা হব।সেই প্ৰতিযোগিতাখনত ক্ৰিকেটাৰসকলে বহুত ভাল প্ৰদৰ্শন কৰিব আৰু আনটো কথাআপুনি আগতে কোৱাৰ দৰেআন খেলৰ সৈতে থাকিব লাগেতেওঁলোকৰ লগত থাকিব লাগে কাৰণ সেই খেলবোৰতো বহুত প্ৰতিভাশালী খেলুৱৈ আছে। তেওঁলোকে আমাৰ দেশলৈ ইমান গৌৰৱ কঢ়িয়াই আনে আৰু এই অলিম্পিক ইমান ডাঙৰ অনুষ্ঠানইয়াত ক্ৰিকেট থকাটো ক্ৰিকেটৰ বাবে গৌৰৱৰ বিষয়। আৰু মই আশাবাদী যে সেই সময়ত যিয়েই বৰ্ডত থাকিবআমাৰ বিচিচিআইসেই প্ৰতিযোগিতাখনৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাব। আশাকৰোঁমই আশাবাদী যে এই দলৰপৰা বহু লৰা থাকিব... মই আশাবাদী যে ৰোহিতবিৰাটৰ দৰে বহু সৰু লৰা থাকিব।

প্ৰধানমন্ত্ৰীঃহয়২০২৮ত বহুত মানুহ থাকিব! ২০২৮ত বহুত মানুহ থাকিব!

ৰাহুল দ্ৰাবিড়ঃ গতিকে মই আশাবাদী যে এই ল'ৰাবোৰ আহিব আৰু তাত স্বৰ্ণ জয় কৰাতকৈ আনন্দ আৰু সুখৰ কথা একো হ'ব নোৱাৰেগতিকে আমি ইয়াকে লৈ কঠোৰ পৰিশ্ৰম কৰা উচিত...

প্ৰধানমন্ত্ৰীঃ কোনোবাৰ চকুত বিজয়ৰ পিছত আনন্দৰ চকুলো দেখিলে উপলব্ধি হয় যে পৰাজয়ৰ মুহূৰ্তবোৰ নিশ্চয় কিমান কঠিন আছিল। মানুহে পৰাজয়ৰ মুহূৰ্তটো অনুভৱ কৰিব পৰা নাইখেলুৱৈ এজনে কিমান কষ্ট সহ্য কৰিব লাগে। কাৰণ তেওঁ ইমান তপস্যা কৰি আহিছে আৰু মাত্ৰ এখোজ বাকী আছে। আৰু যেতিয়া তেওঁ জয়লাভ কৰে তেতিয়া তেওঁৰ সুখে দেখুৱাইছে যে পৰাজয়ৰ মুহূৰ্তবোৰ নিশ্চয় কিমান কঠিন আছিল আৰু এই সকলোবোৰ মই সেইদিনা দেখিছিলোঁমই নিজেই অনুভৱ কৰিছিলোঁ আৰু লগতে আত্মবিশ্বাস আছিল যে আমি ইয়াক জয় কৰিম আৰু আজি মই অনুভৱ কৰিছোঁ যে আপুনি সেই কামটো কৰিলে। আপোনালোক বহু অভিনন্দনৰ যোগ্য!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.

Media Coverage

India leads globally in renewable energy; records highest-ever 31.25 GW non-fossil addition in FY 25-26: Pralhad Joshi.
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses joy on the commencement of 20th Session of UNESCO’s Committee on Intangible Cultural Heritage in India
December 08, 2025

The Prime Minister has expressed immense joy on the commencement of the 20th Session of the Committee on Intangible Cultural Heritage of UNESCO in India. He said that the forum has brought together delegates from over 150 nations with a shared vision to protect and popularise living traditions across the world.

The Prime Minister stated that India is glad to host this important gathering, especially at the historic Red Fort. He added that the occasion reflects India’s commitment to harnessing the power of culture to connect societies and generations.

The Prime Minister wrote on X;

“It is a matter of immense joy that the 20th Session of UNESCO’s Committee on Intangible Cultural Heritage has commenced in India. This forum has brought together delegates from over 150 nations with a vision to protect and popularise our shared living traditions. India is glad to host this gathering, and that too at the Red Fort. It also reflects our commitment to harnessing the power of culture to connect societies and generations.

@UNESCO”