Inaugurates 10 Government Medical Colleges in Maharashtra
Lays foundation stone for upgradation of Dr Babasaheb Ambedkar International Airport, Nagpur
Lays foundation stone for New Integrated Terminal Building at Shirdi Airport
Inaugurates Indian Institute of Skills Mumbai and Vidya Samiksha Kendra, Maharashtra
Launch of projects in Maharashtra will enhance infrastructure, boost connectivity and empower the youth: PM

নমস্কাৰ!

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি.পি. ৰাধাকৃষ্ণন জী, মুখ্যমন্ত্ৰী একনাথ শিন্দে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থসকল, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীসকল, শ্ৰী দেৱেন্দ্ৰ ফাদনৱীজ জী, শ্ৰী অজিত পাৱাৰ জী, আন সকলো বিশিষ্ট ব্যক্তি আৰু মহাৰাষ্ট্ৰৰ মোৰ মৰমৰ ভাই-ভনীসকল...

মহাৰাষ্ট্ৰৰ সকলো শিৱপ্ৰেমী ভাই-ভনীক শুভেচ্ছা জনাইছোঁ।

আজি মহাৰাষ্ট্ৰই লাভ কৰিছে ১০ খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ উপহাৰ। ইয়াৰ লগতে দুই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ হৈছে- নাগপুৰ বিমানবন্দৰৰ আধুনিকীকৰণ তথা সম্প্ৰসাৰণ আৰু শিৰদী বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱন নিৰ্মাণ। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে মহাৰাষ্ট্ৰবাসীক অভিনন্দন জনাইছোঁ। যোৱা সপ্তাহত মই থানে আৰু মুম্বাই ভ্ৰমণ কৰিছিলোঁ, তেতিয়া মেট্ৰ’ লাইন প্ৰকল্পকে প্ৰমুখ্য কৰি ৩০ হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধনৰ সুযোগ পাইছিলোঁ। ইয়াৰ পূৰ্বে ভিন্ন জিলাত হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছিল। কেইবাখনো চহৰত মেট্ৰ’ৰ সম্প্ৰসাৰণ কৰা হৈছে। কেতবোৰ বিমানবন্দৰ উন্নীত কৰা হৈছে তথা পথ আৰু ঘাইপথ প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে। আন্তঃগাঁথনি, সৌৰশক্তি আৰু টেক্সটাইল পাৰ্কৰে জড়িত প্ৰকল্পসমূহ আৰম্ভ কৰা হৈছে। কৃষক আৰু পশুপালকসকলৰ স্বাৰ্থত নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহাৰাষ্ট্ৰত বাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। মহাৰাষ্ট্ৰৰ ইতিহাসত কেতিয়াও ভিন্ন খণ্ডৰ মাজেৰে ইমান দ্ৰুত আৰু বৃহৎ পৰিসৰৰ উন্নয়ন সাধন হোৱা নাছিল। হয়, কংগ্ৰেছৰ শাসনকালত ভিন্ন খণ্ডত একে দ্ৰুত গতি আৰু পৰিসৰত দুৰ্নীতি সংঘটিত হোৱাটো বেলেগ কথা।

ভাই-ভনীসকল,

কিছুদিন পূৰ্বে আমি মাৰাঠী ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্য্যাদা প্ৰদান কৰিছোঁ। যেতিয়া এটা ভাষাই নিজৰ উচিত সন্মান লাভ কৰে, তেতিয়া কেৱল শব্দই নহয়, এটা সম্পূৰ্ণ প্ৰজন্মই নতুন প্ৰকাশভংগী লাভ কৰে। কোটি-কোটি মাৰাঠী লোকৰ দশক-দশক পুৰণি সপোন পূৰণ হ’ল। সমগ্ৰ মহাৰাষ্ট্ৰৰ লোকে ইয়াৰ উদযাপন কৰিছে আৰু আজি সমগ্ৰ মহাৰাষ্ট্ৰৰ এই আনন্দৰ বাৰ্তা পাইছোঁ। এই বাৰ্তাসমূহত জনতাই মোক মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ বাবে ধন্যবাদ জনাইছে। অৱশ্যে মই স্পষ্ট কৰিব বিচাৰিছোঁ যে এই কাম মই অকলে কৰা নাছিলোঁ; আপোনালোকৰ আশীৰ্বাদেৰেহে এয়া সম্পন্ন হৈছে। মহাৰাষ্ট্ৰৰ প্ৰতিটো উন্নয়নমূলক প্ৰচেষ্টা ছত্ৰপতি শিৱাজী মহাৰাজ, বাবাছাহেব আম্বেদকাৰ, জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ দৰে মহান ব্যক্তিৰ আশীৰ্বাদত বাস্তৱায়িত হৈ আছে।

বন্ধুসকল,

আমি কালি হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফল পালোঁ। হাৰিয়ানাই ৰাষ্ট্ৰখনক দেখুৱালে তেওঁলোকৰ মনোভাৱৰ কথা! দুটা কাৰ্য্যকাল সম্পূৰ্ণ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে জয়লাভ কৰাটো ঐতিহাসিক ঘটনা। আৰ্বান নক্সাল গেংকে ধৰি কংগ্ৰেছৰ সমগ্ৰ ব্যৱস্থাই জনসাধাৰণক বিপথে পৰিচালিতকৰণত ব্যস্ত আছিল যদিও কংগ্ৰেছৰ সকলো ষড়যন্ত্ৰক ৰাইজে প্ৰত্যাখ্যান কৰিলে। দলিতসকলৰ মাজত মিছা কথা প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও দলিত সমাজে তেওঁলোকৰ বিপদজনক উদ্দেশ্য অনুভৱ কৰিছিল। দলিতসকলে উপলব্ধি কৰিলে যে কংগ্ৰেছে তেওঁলোকৰ সংৰক্ষণ কাঢ়ি নি নিজৰ ভোট বেংকৰ বাবে বিতৰণ কৰিব বিচাৰিছে। আজি হাৰিয়ানাৰ দলিত সমাজে বিজেপিলৈ অভিলেখ সমৰ্থন আগবঢ়াইছে। হাৰিয়ানাৰ অ’বিচিসকলে বিজেপিৰ উন্নয়নমূলক কামক স্বীকৃতি দি বিজেপিৰ সৈতে থিয় দিছে। কংগ্ৰেছে কৃষকক উচটনি দিবলৈ চেষ্টা কৰিছিল, কিন্তু খেতিয়কসকলে জানে কোনে তেওঁলোকৰ শস্যৰ বাবে এমএছপি দিছে। বিজেপিৰ কল্যাণমূলক আঁচনিত হাৰিয়ানাৰ কৃষকসকল সুখী হৈছে। যুৱক-যুৱতীসকলক লক্ষ্য কৰি কংগ্ৰেছে বিভিন্ন ধৰণে বিপথে পৰিচালিতকৰণৰ চেষ্টা চলাইছিল। অৱশ্যে হাৰিয়ানাৰ যুৱক-যুৱতী, কন্যাই নিজৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিজেপিক বিশ্বাস কৰে। কংগ্ৰেছে প্ৰতিটো কৌশল ব্যৱহাৰ কৰিছিল যদিও হাৰিয়ানাৰ জনসাধাৰণে দেখুৱাইছে যে তেওঁলোক আৰু কংগ্ৰেছ তথা আৰ্বান নক্সালৰ ষড়যন্ত্ৰৰ বলি নহয়।

বন্ধুসকল,

কংগ্ৰেছে সদায় ‘বিভাজন আৰু শাসন’ সূত্ৰৰে কাম কৰি আহিছে। বাৰে-বাৰে কংগ্ৰেছ দায়িত্বহীন দল বুলি প্ৰমাণিত হৈছে। ই দেশক বিভাজিত কৰিবলৈ নতুন নতুন আখ্যানৰ সৃষ্টি কৰিয়েই আছে। কংগ্ৰেছে ভোটাৰক বিপথে পৰিচালিত কৰাটো কেতিয়াও বন্ধ নকৰে। তেওঁলোকৰ সূত্ৰ স্পষ্টঃ মুছলমানসকলক ভয়ত ৰাখক, ভোট বেংকলৈ ৰূপান্তৰিত কৰক আৰু সেই ভোট বেংকটো শক্তিশালী কৰক। কংগ্ৰেছৰ কৌশল হ’ল হিন্দুৰ এটা জাতিৰ বিৰুদ্ধে আন এটা জাতিক থিয় কৰোঁৱা। তেওঁলোকে জানে যে হিন্দু যিমানেই বিভাজিত হ’ব, সিমানেই তেওঁলোক লাভৱান হ’ব। কংগ্ৰেছে নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে হিন্দু সমাজখনক অস্থিৰ কৰি ৰাখিব বিচাৰিছে। ভাৰতৰ য’তেই নিৰ্বাচন অনুষ্ঠিত হয়, তাতেই এই সূত্ৰ প্ৰয়োগ কৰা হয়। কংগ্ৰেছে নিজৰ ভোটবেংক সুৰক্ষিত কৰিবলৈ সমাজত বিষ বিয়পাই দিয়াৰ বাবে সম্ভৱপৰ সকলো উপায় প্ৰয়োগ কৰে। কংগ্ৰেছ সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক আৰু জাতিভিত্তিক ৰাজনীতিত নিয়োজিত। নিৰ্বাচনী সফলতা নিশ্চিত কৰিবলৈ হিন্দু সমাজখনক বিভাজিত কৰাটো কংগ্ৰেছৰ ৰাজনীতিৰ ভেটি হৈ পৰিছে। কংগ্ৰেছে ‘সৰ্ব জন হিতায়া, সৰ্বজন সুখায়া’ (সকলোৰে কল্যাণ)ৰ নীতি লগতে সনাতন পৰম্পৰাকো দমন কৰি আছে। ইমান বছৰে দেশত শাসন কৰি অহা কংগ্ৰেছে এতিয়া ক্ষমতালৈ ঘূৰি আহিবলৈ ইমানেই হাহাকাৰ কৰিছে যে প্ৰতিদিনে ঘৃণাৰ ৰাজনীতিত লিপ্ত হৈছে। আনকি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলো নিজৰ দলৰ অৱস্থা দেখি অসহায় আৰু হতাশ হৈ পৰিছে। ঘৃণাৰ সৰ্ববৃহৎ কাৰখানা হোৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ। স্বাধীনতাৰ ঠিক পিছতেই মহাত্মা গান্ধীয়ে এই কথা উপলব্ধি কৰিছিল, যাৰ বাবে তেওঁ কংগ্ৰেছ ভংগ কৰিব লাগে বুলি কৈছিল। গতিকে আমি সতৰ্ক আৰু সজাগ হৈ থাকিব লাগিব।

 

বন্ধুসকল,

মোৰ দৃঢ় বিশ্বাস যে মহাৰাষ্ট্ৰৰ জনসাধাৰণে সমাজক বিভাজিত কৰাৰ প্ৰতিটো প্ৰচেষ্টা বিফল কৰিব। ৰাষ্ট্ৰীয় উন্নয়নক সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে ৰাখি মহাৰাষ্ট্ৰৰ জনসাধাৰণে একত্ৰিত হৈ বিজেপি আৰু মিত্ৰজোঁটৰ বাবে ভোট দিব।

বিজেপিয়ে হাৰিয়ানা জয় কৰাৰ পিছত এতিয়া মহাৰাষ্ট্ৰত আৰু ডাঙৰ জয় নিশ্চিত কৰিব লাগিব।

বন্ধুসকল,

যোৱা ১০ বছৰত আমি দেশৰ উন্নয়নৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ এক বৃহৎ অভিযান আৰম্ভ কৰিছোঁ। আজি আমি কেৱল অট্টালিকা নিৰ্মাণ কৰাই নহয়; আমি এখন সুস্থ আৰু সমৃদ্ধিশালী মহাৰাষ্ট্ৰৰ ভেটি স্থাপন কৰিছোঁ। ১০ খন নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ একেলগে উদ্বোধন কেৱল নতুন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাই নহয়, লাখ-লাখ লোকৰ জীৱন উন্নত কৰাৰ ‘মহাযজ্ঞ’। থানে-অম্বাৰনাথ, মুম্বাই, নাচিক, জালনা, বুলধনা, হিংগোলী, ৱাছিম, অমৰাৱতী, ভাণ্ডাৰা আৰু গাডচিৰোলিৰ এই চিকিৎসা মহাবিদ্যালয়সমূহে এই জিলাসমূহ আৰু ওচৰৰ অঞ্চলসমূহৰ লাখ-লাখ পৰিয়ালক সেৱা আগবঢ়াব। ফলত মহাৰাষ্ট্ৰত ৯০০ খন নতুন চিকিৎসা আসন সংযোজন কৰা হৈছে। এতিয়া মহাৰাষ্ট্ৰত চিকিৎসা আসনৰ সংখ্যা প্ৰায় ৬ হাজাৰ হ’ব। দেশখনে এইবাৰ লালকিল্লাৰ পৰা চিকিৎসা ক্ষেত্ৰখনত নতুনকৈ ৭৫ হাজাৰ আসন সংযোজন কৰাৰ প্ৰতিশ্ৰুতি দিছে। আজিৰ অনুষ্ঠানটোও সেই দিশত এক ডাঙৰ পদক্ষেপ।

বন্ধুসকল,

আমি চিকিৎসা শিক্ষাক অধিক সুলভ কৰি তুলিছোঁ। ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে। দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসক হৈ নিজৰ সপোন পূৰণ কৰাটো আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ। এটা সময়ত এনেধৰণৰ অধ্যয়নৰ বাবে মাতৃভাষাত পাঠ্যপুথিৰ অভাৱ এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ স্বাৰ্থ মনত ৰাখি আমি এই বৈষম্যও আঁতৰাইছো। এতিয়া মহাৰাষ্ট্ৰৰ আমাৰ যুৱক-যুৱতীসকলে মাৰাঠী ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পাৰিব। মাৰাঠী ভাষাত পঢ়া-শুনা কৰি তেওঁলোকে ডাক্তৰ হোৱাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ’ব।

বন্ধুসকল,

জীৱন যাত্ৰক সহজ কৰাৰ আমাৰ প্ৰচেষ্টা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজৰ এক প্ৰধান আহিলা। কংগ্ৰেছৰ দৰে দলসমূহে দৰিদ্ৰতাক নিজৰ ৰাজনীতিৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিছে। সেইবাবেই তেওঁলোকে দুখীয়াক দৰিদ্ৰতাত ৰাখিছিল। কিন্তু যোৱা এটা দশকৰ ভিতৰত আমাৰ চৰকাৰে ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উলিয়াই আনিছে। দেশৰ স্বাস্থ্যসেৱা সেৱাৰ ৰূপান্তৰ ইয়াৰ এক প্ৰধান কাৰক হিচাপে পৰিগণিত হৈছে। আজি প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ হাতত বিনামূলীয়া চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ড আছে। এতিয়া ৭০ বছৰৰ ওপৰৰ সকলো নাগৰিকেও বিনামূলীয়া স্বাস্থ্যসেৱা লাভ কৰিছে। অত্যাৱশ্যকীয় ঔষধ জন ঔষধি কেন্দ্ৰত অতি কম দামত উপলব্ধ। হৃদৰোগীৰ বাবে ষ্টেন্ট ৮০-৮৫% সস্তা হৈ পৰিছে। আমি কেন্সাৰ চিকিৎসাৰ বাবেও প্ৰয়োজনীয় ঔষধৰ দাম হ্ৰাস কৰিছোঁ। চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিয়ে চিকিৎসাক অধিক সুলভ কৰি তুলিছে। আজি আটাইতকৈ দৰিদ্ৰ নাগৰিকৰো সামাজিক সুৰক্ষাৰ আৱৰণ শক্তিশালী হৈ পৰিছে।

বন্ধুসকল,

বিশ্বই এখন দেশক তেতিয়াহে বিশ্বাস কৰে, যেতিয়া দেশখনৰ যুৱক-যুৱতীসকল আত্মবিশ্বাসেৰে ভৰা হয়। আজি ভাৰতৰ যুৱক-যুৱতীসকলৰ আত্মবিশ্বাসে দেশৰ উজ্জ্বল ভৱিষ্যতৰ নতুন কাহিনী কৈছে। প্ৰধান ৰাষ্ট্ৰসমূহে এতিয়া ভাৰতক মানৱ সম্পদৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে দেখিছে। আমাৰ যুৱক-যুৱতীসকলৰ বাবে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি চফ্টৱেৰলৈকে, সমগ্ৰ বিশ্বতে প্ৰতিটো ক্ষেত্ৰতে অপৰিসীম সুযোগ আছে। সেইবাবেই আমি আমাৰ যুৱক-যুৱতীসকলক বিশ্ব মানদণ্ড অনুসৰি দক্ষ কৰি তুলিছোঁ। আজি আমি মহাৰাষ্ট্ৰৰ বিদ্যা সমিতিকেন্দ্ৰৰ দৰে পদক্ষেপ আৰম্ভ কৰিছোঁ। আজি আমি মুম্বাইত ভাৰতীয় দক্ষতা প্ৰতিষ্ঠানো উদ্বোধন কৰিছোঁ। ইয়াত যুৱক-যুৱতীসকলে ভৱিষ্যতমুখী প্ৰশিক্ষণ লাভ কৰিব। বজাৰৰ চাহিদা অনুসৰি তেওঁলোকৰ প্ৰতিভাৰ বিকাশ হ’ব। আমাৰ চৰকাৰেও যুৱক-যুৱতীসকলক পেইড ইন্টাৰ্ণশ্বিপ দিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া যুৱক-যুৱতীসকলে ইন্টাৰ্ণশ্বিপ ভাট্টা হিচাপে লাভ কৰিব ৫ হাজাৰ টকা। মই সুখী যে হাজাৰ-হাজাৰ কোম্পানীয়ে এই পদক্ষেপক সমৰ্থন কৰিবলৈ আৰু যুৱক-যুৱতীসকলক ইন্টাৰ্ণশ্বিপ প্ৰদান কৰিবলৈ পঞ্জীয়ন কৰিছে। এই প্ৰচেষ্টাই যুৱক-যুৱতীসকলৰ ভেটি শক্তিশালী কৰিব, তেওঁলোকক নতুন অভিজ্ঞতা প্ৰদান কৰিব আৰু নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

ভাই-ভনীসকল,

ভাৰতে নিজৰ যুৱ প্ৰজন্মৰ বাবে যি প্ৰচেষ্টা চলাইছে, তাৰ ফল আজি দৃশ্যমান হৈছে। আজি আমাৰ শিক্ষানুষ্ঠানসমূহ বিশ্বৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠানসমূহৰ সমান্তৰালভাৱে থিয় হৈ আছে। কালি ঘোষণা কৰা হ’ল বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং। এই ৰেংকিং অনুসৰি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে উচ্চ শিক্ষা আৰু গৱেষণাৰ মানদণ্ড উন্নত হৈছে।

বন্ধুসকল,

আজি বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত। ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। বিশ্ব অৰ্থনীতিৰ ভৱিষ্যৎ এতিয়া ভাৰতৰ সৈতে সংযুক্ত! ভাৰতৰ এই অৰ্থনৈতিক প্ৰগতিয়ে কঢ়িয়াই আনিছে নতুন সুযোগ। দশক-দশক ধৰি কংগ্ৰেছৰ বাবে অৱহেলিত হৈ থকা অঞ্চলসমূহ এতিয়া অপৰিসীম সুযোগৰ উৎস হৈ পৰিছে। উদাহৰণস্বৰূপে পৰ্যটন তেনে এটা ক্ষেত্ৰ। মহাৰাষ্ট্ৰত অমূল্য ঐতিহ্যৰ ঘৰ! ইয়াত সুন্দৰ প্ৰাকৃতিক স্থান আৰু আধ্যাত্মিক কেন্দ্ৰ আছে। এই স্থানসমূহৰ আশে-পাশে বহু কোটি টকীয়া অৰ্থনীতি গঢ়ি তুলিব পৰা গ’লহেঁতেন। কিন্তু এই সুযোগবোৰ যিদৰে ব্যৱহাৰ হ’ব লাগিছিল, তেনেদৰে ব্যৱহাৰ কৰা নহ’ল। ‘বিকাশ’ (উন্নয়ন) বা ‘বিৰাসত’ (ঐতিহ্য)ৰ প্ৰতি কংগ্ৰেছৰ কোনো আগ্ৰহ নাছিল। আমাৰ চৰকাৰৰ ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণ দুয়োটা মনোভাৱেই আছে। আমি আমাৰ চহকী অতীতৰ পৰা প্ৰেৰণা লাভ কৰি এক উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিছোঁ। সেইবাবেই আজি আমি শিৰডী বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰিছোঁ, নাগপুৰ বিমানবন্দৰ আধুনিকীকৰণ কৰিছোঁ আৰু সমগ্ৰ মহাৰাষ্ট্ৰতে আন বহুতো নিৰন্তৰ উন্নয়নমূলক কাম চলি আছে। শিৰডী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৱে সাই বাবাৰ ভক্তসকলৰ বাবে যথেষ্ট সুবিধাৰ সঞ্চাৰ কৰিব। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক ভক্তই ভ্ৰমণ কৰিব পাৰিব। কিছুদিন পূৰ্বে উন্নীতকৃত সোলাপুৰ বিমানবন্দৰটোও উদ্বোধন কৰিছিলোঁ। ইয়াৰ ফলত মহাৰাষ্ট্ৰৰ পৰ্যটন অৰ্থনীতি বৃদ্ধি পাব আৰু চাকৰিৰ সুযোগ বৃদ্ধি পাব।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ প্ৰতিটো সিদ্ধান্ত আৰু নীতি মাথোঁ এটা লক্ষ্যৰ বাবে উৎসৰ্গিত— ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)! আৰু ইয়াৰ বাবে আমাৰ দৃষ্টিভংগী হৈছে দৰিদ্ৰ লোক, কৃষক, যুৱক-যুৱতী, মহিলাৰ কল্যাণ। গতিকে প্ৰতিটো উন্নয়নমূলক প্ৰকল্প গাঁও, দুখীয়া, শ্ৰমিক আৰু কৃষকৰ বাবে উৎসৰ্গিত। শিৰডী বিমানবন্দৰত নিৰ্মাণ হৈ থকা সুকীয়া কাৰ্গো কমপ্লেক্স কৃষকসকলৰ বাবে যথেষ্ট সহায়ক হ’ব। এই কমপ্লেক্সৰ জৰিয়তে দেশৰ বাকী অংশ আৰু বিদেশলৈ বিভিন্ন কৃষিজাত সামগ্ৰী প্ৰেৰণ কৰা হ’ব। শিৰডী, লাছলগাঁও, অহিল্যানগৰ আৰু নাচিকৰ কৃষকসকল উপকৃত হ’ব। এই কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী, যেনে পিঁয়াজ, আঙুৰ, ডালিম আদি বৃহৎ বজাৰলৈ সহজেই লৈ যাব পাৰিব।

ভাই-ভনীসকল,

কৃষকৰ স্বাৰ্থত আমাৰ চৰকাৰে অহৰহ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। আমি বাছমতী চাউলৰ ন্যূনতম ৰপ্তানি মূল্য আঁতৰ কৰিছোঁ। অনা-বাছমতী চাউল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ কৰা হৈছে। মহাৰাষ্ট্ৰৰ কৃষকৰ লাভ বৃদ্ধিৰ বাবে আমি পিঁয়াজৰ ওপৰতো ৰপ্তানি কৰ আধালৈ হ্ৰাস কৰিছোঁ।

বন্ধুসকল,

এটা কথা আমি সদায় মনত ৰাখিব লাগিব যে বিৰোধীয়ে ক্ষমতা লাভৰ বাবে মহাৰাষ্ট্ৰক দুৰ্বল কৰিব বিচাৰে, আনহাতে আমাৰ সংকল্প হৈছে মহাৰাষ্ট্ৰক শক্তিশালী কৰা। মই সুখী যে আজি মহাৰাষ্ট্ৰই পুনৰবাৰ দেশৰ প্ৰগতিৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। আকৌ এবাৰ মহাৰাষ্ট্ৰবাসীলৈ এই সকলোবোৰ উন্নয়নমূলক পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ।

আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The days of TMC’s hooliganism are coming to an end: PM Modi in Kolkata, West Bengal
March 14, 2026
The days of TMC’s hooliganism are coming to an end. The countdown for the departure of the TMC government has begun: PM Modi in Kolkata rally
Due to infiltration, Bengal’s ‘roti, beti and mati’ are under threat. Jobs of local people are being snatched away, security of our daughters is at risk and illegal encroachments are taking place: PM Modi
I assure the mothers and sisters of Bengal that under a BJP government, women will be safe and criminals will be behind bars: PM Modi’s promise to West Bengal
First the Congress, then the Communists and now the TMC - they kept coming one after another, filling their pockets while development work in Bengal remained stalled: PM’s concern in West Bengal

भारत माता की... भारत माता की... भारत माता की...

ये बेटी कब से चित्र लेकर खड़ी है कोई कलेक्ट कर लीजिए ताकि वो बेटी आराम से बैठ सके। जरा एसपीजी के लोग इसे कलेक्ट कर लीजिए। धन्यवाद बेटा... बहुत बढ़िया चित्र बनाया आपने...

भारत माता की... भारत माता की...

आमार प्रियो पोश्चिम बोंगोबाशी, भाई ओ बोनेरा, आमार अंतोरेर अंतोस्थल थेके… आपनादेर शोबाइके सश्रोद्धो प्रोणाम।

बंगाल की ये ऐतिहासिक धरती....ये ब्रिगेड परेड ग्राउंड का ऐतिहासिक मैदान.....और, बांग्ला मानुष का ये ऐतिहासिक जन-सैलाब... जहां जहां मेरी नजर पहुंच रही हो लोग ही लोग नजर आ रहे हैं। ये अद्भुत दृश्य है। ये.आपका उत्साह...ये आपका जोश...बंगाल क्या सोच रहा है....बंगाल के मन में क्या चल रहा है....अगर किसी को ये देखना है, तो जरा ये तस्वीरें देख ले!

ब्रिगेड परेड ग्राउंड का इतिहास साक्षी है....जब-जब बंगाल देश को दिशा देता है...ये ब्रिगेड मैदान बंगाल की आवाज़ बनता है। इस मैदान से अंग्रेजी हुकूमत के खिलाफ उठी आवाज. और वो आवाज हिंदुस्तान में एक क्रांति बन गई थी। और उसका नतीजा क्या हुआ...अंग्रेजों के अत्याचार और लूट का खात्मा हुआ! आज एक बार फिर...ब्रिगेड ग्राउंड से नए बंगाल की क्रांति का बिगुल बज गया है। बंगाल में बदलाव अब दीवारों पर भी लिख चुका है... और बंगाल के लोगों के दिलों में भी छप चुका है। अब बंगाल से निर्मम सरकार का अंत होकर रहेगा... अब बंगाल से महाजंगलराज का खात्मा होगा। इसीलिए, बंगाल के हर कोने से आवाज उठ रही है... चाइ बीजेपी शॉरकार चाइ बीजेपी शॉरकार पाल्टानो दोरकार, चाइ बीजेपी शॉरकार

साथियों,

कल TMC ने इस रैली में आने वाले आप सभी लोगों को चोर कहकर गाली दी है। असली चोर कौन है, ये बंगाल की प्रबुद्ध जनता जानती है। अपनी कुर्सी जाते हुए देखकर... यहां की निर्मम सरकार बौखला गई है।

साथियों,

आज भी इस विशाल सभा को रोकने के लिए निर्मम सरकार ने सारे हथियार निकाल लिए आपलोगों को आने से रोकने के लिए ब्रिज बंद करवा दिए, गाड़ियां रुकवा दी, ट्रैफिक जाम करवाया, भाजपा के झंडे उखड़वा दिए, पोस्टर फड़वा दिए। लेकिन निर्मम सरकार साफ-साफ देख लो आज के जनसैलाब को रोक नहीं पाई हो। बंगाल में महाजंगलराज लाने वालों का काउंटडाउन शुरू हो चुका है। वो दिन दूर नहीं जब बंगाल में फिर से कानून का राज होगा...जो कानून तोड़ेगा... जो अत्याचार करेगा...TMC के किसी अत्याचारी को छोड़ा नहीं जाएगा। चुन-चुन के हिसाब लिया जाएगा।

भाइयों बहनों,

यहां की निर्मम सरकार चाहे अब जितना जोर लगा ले...परिवर्तन की इस आंधी को अब निर्मम सरकार रोक नहीं पाएगी... भाजपा के साथ...एनडीए के साथ...महिषासुरमर्दिनी का आशीर्वाद है। श्री रामकृष्ण परमहंस...स्वामी विवेकानंद....नेताजी सुभाष चंद्र बोस....ऋषि बंकिम चंद्र, गुरुदेव रवीन्द्र नाथ टैगोर....ईश्वर चंद विद्यासागर...बाघा जतिन और खुदीराम बोस...डॉ. श्यामा प्रसाद मुखर्जी.....लोकमाता रानी रॉशमोनी...ऐसी सभी महान विभूतियों ने जिस बंगाल की परिकल्पना की थी....भारतीय जनता पार्टी की सरकार...उस बंगाल का निर्माण करेगी, नवनिर्माण करेगी।

साथियों,

बंगाल का विकास नेक नीयत से होगा, सही नीतियों से होगा। बंगाल में अभी हमारी सरकार नहीं है। लेकिन फिर भी, केंद्र सरकार के जरिए बीजेपी दिन-रात बंगाल के विकास में लगी हुई है। आज भी, मैंने 18 हजार करोड़ रुपए से अधिक की परियोजनाओं का उद्घाटन और शिलान्यास किया है। अभी-अभी 18 हजार करोड़.. कितना... कितना.. 18 हजार करोड़... कितना... कितना... कितना... चार दिन पहले ही, कैबिनेट ने पश्चिम बंगाल के लिए मल्टी-ट्रैकिंग प्रोजेक्ट्स को मंजूरी दी है। ये सभी प्रोजेक्ट पश्चिम बंगाल में कनेक्टिविटी को बेहतर बनाएंगे। इसका फायदा यहां के सामान्य मानवी, किसान, व्यापारी और स्टूडेंट्स को मिलेगा।

भाइयो और बहनों,

यहां की निर्मम सरकार ने बंगाल के युवाओं को पलायन का अभिशाप दिया है। आप सब जानते हैं.... बंगाल के युवा प्रतिभा और हुनर में सबसे आगे हैं। बंगाल के युवा मेहनत करने में सबसे आगे हैं। बंगाल एक समय पर पूरे भारत के विकास को गति देता था... बंगाल व्यापार और उद्योगों में सबसे आगे था। लेकिन, आज हालात क्या हैं? यहाँ का युवा ना डिग्री ले पा रहा है... और ना ही उसे रोजगार मिल रहा है! आपके बेटे-बेटियों को काम की तलाश में दूसरे राज्यों में पलायन करना पड़ता है।

साथियों,

पहले कांग्रेस, फिर कम्युनिस्ट और अब TMC…. ये लोग एक के बाद एक आते रहे.... अपनी जेबें भरते रहे.... और बंगाल में विकास के काम ठप्प पड़े रहे। इनफ्रास्ट्रक्चर के मामले में हमारा बंगाल पीछे होता चला गया। उद्योग धंधे बंद होते चले गए। यहाँ टीएमसी सरकार में नौकरियां खुलेआम बेची जा रही हैं। भर्तियों में घोटाले हो रहे हैं। अब समय आ गया है.... अब समय आ गया है.... ये हालात बदलें, बंगाल के युवाओं को बंगाल में काम मिले! ये नौजवान बंगाल के विकास का नेतृत्व करें! एई शोप्नो आपनार, आर एई शोप्नो पूरोन कोरा.... मोदीर गारंटी! मोदीर गारंटी!

साथियों,

TMC सरकार का एक ही एजेंडा है.... ये टीएमसी वाले न खुद काम करेंगे, न करने देंगे! जब तक इनको अपना कटमनी नहीं मिल जाता.... ये किसी भी योजना को गाँव-गरीब तक नहीं पहुँचने देते! इसीलिए, TMC सरकार केंद्र की योजनाओं को रोककर रखती है। आप देखिए.... हम कारीगरों और कामगारों को आगे बढ़ाने के लिए पीएम-विश्वकर्मा योजना चला रहे हैं। हमारे कुम्हार, लोहार, बढ़ई... ऐसे हुनरमंद लोगों को इसका लाभ मिल रहा है। लेकिन, निर्मम सरकार ने बंगाल में योजना पर ब्रेक लगा रखा है। मुझे बताइए भाइयों, मेरे इन विश्वकर्मा भाइयों को भारत सरकार के पैसे पहुंचने चाहिए कि नहीं पहुंचने चाहिए, उनको मदद मिलनी चाहिए कि नहीं मिलनी चाहिए , उनका भविष्य उज्ज्वल होना चाहिए कि नहीं होना चाहिए.. केंद्र सरकार पैसे दे रही है, बंगाल को कुछ नहीं करना है लेकिन उसके बावजूद भी ये विश्वकर्मा समाज के छोटे-छोटे भाई-बहनों को उससे वंचित रखा जाता है।

साथियों,

देशवासियों को मुफ्त बिजली देने के लिए हमने पीएम-सूर्यघर मुफ्त बिजली योजना शुरू की है। केंद्र की भाजपा सरकार इसके लिए हर लाभार्थी को 75 से 80 हजार रुपए देती है। आपको, बंगाल के मेरे भाई-बहनों को, हर परिवार को मोदी सरकार 75 से 80 हजार रुपए रुपये देती है। जो लाभार्थी पीएम सूर्य घर मुफ्त बिजली योजना से जुड़ता है, उसके घर का बिजली बिल जीरो हो जाता है...लेकिन बंगाल सरकार इसे भी लागू नहीं होने दे रही। आप मुझे बताइए आपका बिजली बिल जीरो होना चाहिए कि नहीं। बिजली बिल जीरो करने के लिए मोदी की मदद मिलनी चाहिए कि नहीं चाहिए। जो इसे रोकते हैं वो आपके दुश्मन हैं कि नहीं हैं… बंगाल के दुश्मन हैं कि नहीं हैं… हर परिवार के दुश्मन हैं कि नहीं है।

साथियों,

बंगाल के विकास में चाय बागानों और उनमें काम करने वाले श्रमिकों की बड़ी भूमिका है। लेकिन चाय बागानों के श्रमिकों को PM चाह श्रमिक प्रोत्साहन योजना का लाभ नहीं मिल रहा है। मुझे बताइए.. चाय बागान के मेरे श्रमिकों को ये लाभ मिलना चाहिए कि नहीं मिलना चाहिए… उनको मदद मिलनी चाहिए कि नहीं मिलनी चाहिए। केंद्र सरकार की इस योजना में बंगाल सरकार रोड़े अटका रही है।

साथियों,

आप सबने देश भर में पीएम-आवास योजना की सफलता के बारे में सुना है! दुनिया के लोग भी जब सुनते हैं ना तो अचरज करते हैं। जो लोग बंगाल से बाहर रह रहे हैं… ऐसे हर गरीब परिवार को पक्का घर मिल रहा है। लेकिन यहां क्या हुआ? योजना का नाम बदल दिया गया। लाभार्थियों की सूची में गड़बड़ की। और जिन गरीबों को घर मिलना चाहिए था, वे आज भी इंतजार कर रहे हैं। ईमानदारी से, ट्रांसपैरेंसी से बंगाल के गरीबों को पक्का घर मिलना चाहिए कि नहीं मिलना चाहिए….ये टीएमसी सरकार मिलने देगी क्या… ये निर्मम सरकार मिलने देगी क्या… ये सरकार जानी चाहिए कि नहीं जानी चाहिए… गरीबों को घर मिलना चाहिए कि नहीं मिलना चाहिए

साथियों,

इतना ही नहीं, यही हाल जल जीवन मिशन का भी है। बंगाल में लोग पूछ रहे हैं...जब देश के बाकी हिस्सों में हर घर जल पहुंच सकता है, तो बंगाल में क्यों नहीं? भाइयों बहनों, केवल बिजली, पानी, सड़क और घर इसकी ही बात नहीं है....ये टीएमसी की सरकार...अपनी स्वार्थी राजनीति की वजह से आयुष्मान योजना को लागू नहीं कर रही है। देश के करोड़ों लोग इस योजना के तहत पाँच लाख रुपए तक के मुफ्त इलाज का लाभ उठा रहे हैं। मुझे बताइए, गरीबों को बीमारी में पांच लाख रुपये तक की मदद पहुंचनी चाहिए कि नहीं पहुंचनी चाहिए.. मोदी दे रहा है मिलनी चाहिए कि नहीं मिलनी चाहिए… ये टीएमसी सरकार बीमार लोगों का दुश्मन है कि नहीं है.. अत्याचारी है कि नहीं है… लेकिन बंगाल के गरीब परिवारों को पांच लाख रुपये वाली आयुष्मान योजना से भी, उस अधिकार से वंचित रखा गया है।

साथियों,

आज बंगाल के किसान की हालत भी किसी से छिपी नहीं है. मुझे बताया गया है कि दो-तीन दिन पहले ही चंद्रकोना में हमारे एक आलू किसान ने खुदकुशी कर ली है। आत्महत्या कर ली है। पश्चिमी मिदनापुर से हुगली और बर्धवान तक....किसानों से झूठ वायदे और सरकारी खरीद में घोटाला ही ये टीएमसी सरकार की पहचान बन गया है। TMC के कट, कमीशन और करप्शन के कारण.... गंदी राजनीति के लिए किसानों की जिंदगी से, गरीबों और मध्यम वर्ग की जिंदगी से माताओं और बहनों की सुरक्षा से खिलवाड़ किया जा रहा है। इसीलिए....TMC जाएगी.... तो हर गरीब को पक्का घर मिलेगा। गरीब को पक्का घर मिलना चाहिए कि नहीं मिलना चाहिए… मिलना चाहिए कि नहीं मिलना चाहिए.. ये मोदी की गारंटी है। हर गरीब परिवार को बता देना कि जैसे ही टीएमसी की सरकार जाएगी गरीबों का पक्का घर बनना शुरू हो जाएगा। TMC जाएगी.... तो हर घर साफ जल पहुंचेगा। TMC जाएगी.... तो हर गरीब को मुफ्त इलाज मिलेगा। TMC जाएगी.... तो कारीगरों को नए अवसर मिलेंगे। TMC जाएगी.... तभी बंगाल में सुशासन आएगा।

साथियों,

हमारे बंगाल ने आज़ादी के बाद विभाजन सहा! विभाजन की आग देखी.... मजहबी दंगे देखे.... बाद के दशकों में अस्थिरता देखी.... घुसपैठ का दौर देखा... रक्तपात सहा! इस सबकी सबसे बड़ी भुक्तभोगी अगर कोई थीं, तो बंगाल की माताएं, बहनें, बेटियां, बंगाल की महिलाएं थीं। लेफ्ट की सरकार में अपहरण, हत्या, बलात्कार का वो दौर कोई नहीं भूल सकता। इसलिए बंगाल के आप लोग... लेफ्ट को हटाकर बढ़ी आशा के साथ TMC को लेकर आए! आपने TMC पर भरोसा किया! लेकिन, TMC ने लेफ्ट के गुंडों और माफियाओं को ही अपनी पार्टी में भर्ती कर लिया। आज बंगाल में अपराधियों को खुली छूट है। आए दिन बहन-बेटियों के खिलाफ दिल दहलाने वाले अपराध होते हैं। बंगाल का कोई इलाका ऐसी घटनाओं से अछूता नहीं है। आप याद करिए.... कॉलेज परिसर में दुष्कर्म की घटना.... नाबालिग बेटियों से दुष्कर्म के मामले.... TMC कार्यालय में महिला से बलात्कार.... 7-8 साल की बच्चियों से बलात्कार के खौफनाक कुकृत्य.... कहीं आदिवासी बेटी के साथ दुष्कर्म.... ऐसे ज़्यादातर मामलों में अपराधी कोई न कोई कोई न कोई TMC का नेता होता है... या TMC से जुड़ा होता है!

साथियों,

यहां निर्मम सरकार खुलेआम बलात्कारियों को संरक्षण देती है। अपराधियों को बचाने की पूरी कोशिश की जाती है। आप मुझे बताइए.. अपराधियों को बचाया जाता कि नहीं बचाया जाता… बलात्कारियों को बचाया जाता कि नहीं बचाया जाता.. संदेशखाली की वो तस्वीरें, और TMC सरकार का रवैया...आर.जी. कर अस्पताल की उस बेटी के साथ हुई दरिंदगी...बंगाल के लोग भूले नहीं हैं....TMC कैसे खुलेआम अपराधियों के साथ खड़ी नज़र आती थी।

साथियों,

इसी मानसिकता का परिणाम है... आज महिलाओं के खिलाफ एसिड अटैक… एसिड अटैक जैसे घिनौने अपराध इतने ज्यादा पश्चिम बंगाल में हो रहे हैं। जो बंगाल एक समय देश का सबसे प्रगतिशील राज्य होता था...आज वहाँ शाम होते ही माएं बेटियों को फोन करके कहती हैं....बाड़ी फिरे ऐशो शोन्धे नामार आगे। शक्ति की पूजा करने वाले बंगाल को ऐसे हालात मंजूर नहीं होंगे। मैं बंगाल की मेरी माताओं बहनों को भरोसा दिलाता हूँ....आप भाजपा को बीजेपी को अपना आशीर्वाद दीजिये। बीजेपी सरकार में महिलाएं सुरक्षित होंगी...और अपराधी जेल में होंगे। और ये मोदी की गारंटी है।

साथियों,

TMC सरकार गुंडों और अपराधियों की बैसाखी पर चलती है। रंगबाजी और कटमनी... ये TMC की कमाई का जरिया है। ये लोग जानते हैं.... जिस दिन बंगाल के लोग खुलकर सामने आ गए...TMC की विदाई पक्की है। और मैं ये दृश्य देखकर कह सकता हूं कि अब टीएमसी को बचाने वाला कोई नहीं बचा है इसीलिए, ये बंगाल के आप लोगों को डरा-धमकाकर रखना चाहते हैं। इसके लिए TMC वाले माफिया गिरोहों को पालते हैं। ये कट्टरपंथियों को संरक्षण देते हैं। और ऐसे गिरोहों की ताकत बढ़ाने के लिए घुसपैठियों को बुलाते हैं.... घुसपैठियों को

साथियों,

ये TMC 'माँ, माटी, मानुष' के नारे पे सत्ता में आई थी..... आज वही माँ रो रही है… माटी को लूटा जा रहा है.... और, बंगाली मानुष बंगाल छोड़ने पर मजबूर हो रहा है। घुसपैठियों की वजह से आज बंगाल की ‘रोटी, बेटी, माटी’ उस पर सबसे बड़ा खतरा आ गया है। ये लोग बंगाल के लोगों का रोजगार छीन रहे हैं। हमारी बहन बेटियों की सुरक्षा खतरे में पड़ गई है। और, बंगाल के लोगों की ज़मीनों पर, बंगाल की माटी पर इन घुसपैठियों को कब्जा दिलवाया जा रहा है। इसका परिणाम आज सबके सामने है। बीते दशकों में बंगाल के ज़्यादातर इलाकों में डेमोग्राफी बदल गई है। बंगाली हिंदुओं को जानबूझकर अल्पसंख्यक बनाया जा रहा है। तुष्टीकरण का ऐसा खुला खेल.... जब शरणार्थी हिंदुओं को नागरिकता देने की बात होती है, तो पूरी TMC उसका विरोध करती है। वो हिन्दू... जिन्होंने कभी विभाजन का समर्थन नहीं किया था! जिन्होंने हमेशा अविभाजित बंगाल को, भारत को अपनी मातृभूमि माना! TMC वाले उन्हें नागरिकता देने का विरोध करते हैं। क्योंकि, उनके लिए उनका वोट बैंक ही सबसे प्रमुख है। वो हिंदुओं को वो अपना वोटबैंक नहीं समझते! उनसे उनके आपराधिक गिरोह नहीं बढ़ते! इसीलिए, ये लोग SIR का भी विरोध करते हैं। ताकि, घुसपैठियों के नाम वोटर लिस्ट से हट ना जाएं...वोटर लिस्ट शुद्ध ना हो जाए! ये तो ऐसे लोग है … जिनकी मृत्यु हो जाए उनके नाम तक निकालने को तैयार नहीं हैं ।

भाइयों बहनों,

डेमोग्राफी के इस खतरनाक बदलाव ने आज बंगाल को असुरक्षित बना दिया है। और अब तो, यहां खुलेआम धमकी दी जा रही है! कहा जा रहा है कि एक खास कम्यूनिटी वाले मिलकर आप लोगों को खत्म कर देंगे! संवैधानिक कुर्सी पर बैठकर ऐसी धमकी !!! करोड़ों बंगाली लोगों को खत्म करने की बात !!!....आपके मुंह में शोभा नहीं देती है मैं पूछना चाहता हूँ…वो कौन लोग हैं, जो TMC सरकार के इशारों पर करोड़ों लोगों को खत्म कर देंगे?

साथियों,

धमकाने-डराने की इस राजनीति को...TMC ने इसे अपना हथियार बना लिया है। चुनाव में वोटरों को धमकी... सरकार के नीतियों के आलोचकों को धमकी... मीडिया को धमकी... विपक्ष को धमकी... ये बंगाल में खौफ का कैसा माहौल बनाकर रखना चाहते हैं... ये पूरे देश को जानना चाहिए... ये लोग कहते हैं... तृणमूल को जिसका वोट नहीं, TMC को जिसका वोट नहीं, तो वो बंगाली नहीं! तृणमूल को वोट नहीं, तो सरकार योजना का लाभ नहीं! तृणमूल को वोट नहीं, तो घरों में बिजली पानी नहीं! TMC सिंडीकेट के जरिए नहीं जाओगे, तो कोई सप्लाइ नहीं! लेकिन साथियों, मैं TMC को याद दिलाना चाहता हूँ... TMC की गुंडागर्दी के दिन अब खत्म होने जा रहे हैं। TMC सरकार के जाने का काउंटडाउन शुरू हो चुका है। यहां बंगाल में बीजेपी सरकार बनने के बाद एक तरफ हम, सबका साथ, सबका विकास ये मंत्र लेकर चलेंगे, दूसरी तरफ सबका हिसाब लिया जाएगा। टीएमसी के वे गुंडे, TMC के ये गुंडे जो आपको डराते हैं...बीजेपी सरकार में उनके डर भरे दिन शुरू होना तय है। बीजेपी सरकार में खौफ हर अपराधी को होगा... खौफ हर घुसपैठिए को होगा...खौफ तुष्टीकरण की राजनीति करने वालों को होगा...क्योंकि, कानून अपना काम करेगा! कानून का राज आएगा ऐसे लोगों को मुंह छिपाने की जगह नहीं मिलेगी। ऐसे अपराधियों की सिर्फ एक ही जगह होगी- एक ही जगह होगी जेल। जेल। जेल।

साथियों,

बंगाल की निर्मम सरकार में आज सबसे ज्यादा प्रताड़ित यहाँ का दलित, आदिवासी और हमारे गरीब भाई-बहन हैं। आदिवासी समाज के साथ कैसा अन्याय होता है... ये किसी से छिपा नहीं है। लेकिन, अब तो TMC सरकार ने सभी सीमाएं लांघ दी हैं। आप देखिए...अभी कुछ दिन पहले हमारे देश की महामहिम राष्ट्रपति... आदिवासी समाज की बेटी… आदरणीय द्रौपदी मुर्मू जी बंगाल आईं थीं। उन्हें संथाल आदिवासी परंपरा के पावन उत्सव में शामिल होना था। लेकिन अहंकार में डूबी इस निर्मम सरकार ने न केवल उस कार्यक्रम का बहिष्कार किया, बल्कि उसे पूरी तरह बदइंतजामी के हवाले कर दिया। क्योंकि, एक आदिवासी बेटी इतने बड़े पद पर है.... TMC वालों को उनका सम्मान मंजूर नहीं हुआ! द्रौपदी मुर्मू जी, जो हमेशा अपनी सरलता के लिए जानी जाती हैं.... उन्हें खुद बड़े दुखी मन से खेद व्यक्त करना पड़ा! भारत के राष्ट्रपति को अपनी तकलीफ बतानी पड़ी! TMC वालों को ये याद रखना पड़ेगा...उन्होंने केवल द्रौपदी मुर्मू जी का अपमान नहीं किया है। उन्होंने करोड़ों आदिवासियों का अपमान किया है। उन्होंने करोड़ों महिलाओं के सम्मान को ठेस पहुंचाई है। उन्होंने देश के सर्वोच्च पद की गरिमा को ठेस पहुंचाई है। इन्होंने भारत के संविधान का अपमान किया है। इन्होंने बाबा साहेब आंबेडकर का अपमान किया है और इसका जवाब बंगाल के लोगों से टीएमसी को मिलने वाला है। निर्मम सरकार को मिलने वाला है।

साथियों,

TMC सरकार ने बंगाल को पूरी तरह से अराजकता के हवाले कर दिया है। संवैधानिक व्यवस्था पर आए हर दिन हमले करने के वो रास्ते खोजते रहते हैं, हमले करते रहते हैं। पिछले कुछ महीनों में आपने देखा है....जब भी चुनाव आयोग निष्पक्ष चुनाव सुनिश्चित करने के लिए कदम उठाता है, मतदाता सूची की शुद्धि की कोशिश करता है, तब टीएमसी उसके खिलाफ हमला करने लगती है। जो संस्था स्वतंत्र और निष्पक्ष चुनाव कराने के लिए जिम्मेदार है, उसी की विश्वसनीयता पर सवाल खड़े किए जाते हैं। ऐसा ही व्यवहार देश की सेना को लेकर दिखाई देता है। जब 2019 में भारतीय वायुसेना ने बालाकोट में आतंकवादी ठिकानों पर निर्णायक कार्रवाई की, तब TMC ने देश की वायुसेना से कार्रवाई का सबूत मांगा।

साथियों,

यहां राज्य सरकार...पुलिस को स्वतंत्र रूप से जांच करने नहीं देती। जब राष्ट्रीय एजेंसियां TMC सरकार के भ्रष्टाचार या गंभीर अपराधों की जांच करना चाहती हैं, तो उन्हें भी रोकने की कोशिश होती है। अब जरा सोचिए, न्याय के लिए लोग आखिर कहां जाएंगे? साथियों, तृणमूल वाले यही अराजकता दिल्ली तक फैलाने की कोशिश करते हैं। आपने संसद में भी देखा है… सदन के भीतर कैसे कागज फाड़े जाते हैं, कैसे बहस को रोका जाता है, कैसे सदन की कार्यवाही को बाधित किया जाता है। देश...TMC की शर्मनाक हरकतें देखकर हैरान होता है। साथियों,बंगाल के प्रबुद्ध लोग अब इस अराजकतावादी सरकार के खिलाफ संकल्प ले चुके हैं। इस अराजक सरकार को उखाड़ फेंकने का काम इसी धरती के लोग करने वाले हैं।

साथियों,

आज यहां जो जनसैलाब उमड़ा है...ये पश्चिम बंगाल की जागती हुई चेतना है। यह उस बदलाव की आहट है, जिसका इंतजार वर्षों से किया जा रहा है। पश्चिम बंगाल में दार्जिलिंग की पहाड़ियों से लेकर सुंदरबन के द्वीपों तक, उत्तर बंगाल के चाय बागानों से लेकर कोलकाता की गलियों तक, आज हर जगह पर एक ही चर्चा है। बदलाव चाहिए... और ये बदलाव अब होकर रहेगा। साथियों, बंगाल की आत्मा कभी हार मानने वाली नहीं है। बंगाल… का नौजवान कभी हार मानने वाला नहीं है। बंगाल की बेटियां कभी हार मानने वाली नहीं है। बंगाल का किसान कभी हार मानने वाला नहीं है। जब-जब इस भूमि के सामने चुनौतियाँ आई हैं, तब-तब यहाँ की जनता ने साहस के साथ उनका सामना किया है। गुरुदेव रवींद्रनाथ ठाकुर ने भी हमें यही संदेश दिया है। उन्होंने कहा था...

“बिपोदे मोरे रोक्खा करो ए नोहे मोर प्रार्थना,
बिपोदे आमि ना जेनो कोरि भॉय।”

आज भी वही समय है। कुछ लोग आपको डराने की कोशिश करेंगे। कुछ लोग कहेंगे कि बदलाव संभव नहीं है। लेकिन याद रखिए, और याद जरूर रखें.. जब जनता ठान लेती है, तो कोई भी ताकत उसे रोक नहीं सकती। और बंगाल की जनता ने जब भी ठाना है, इतिहास बदल कर दिखाया है। आज मुझे इस ऐतिहासिक ब्रिगेड मैदान में वही आत्मविश्वास, मेरी आंखों के सामने दिखाई दे रहा है। याद रखिए...इस बार चुनाव सिर्फ सरकार बदलने का नहीं... इस बार चुनाव बंगाल की आत्मा को बचाने का है। इस बार चुनाव व्यवस्था बदलने का है। इस बार चुनाव कट-मनी से छुटकारे का है। इस बार चुनाव डर से मुक्ति का है। मैं आने वाले परिवर्तन के लिए मेरे बंगाल के भाइयों बहनों को बहुत-बहुत शुभकामनाएं देता हूं।

मेरे साथ बोलिए, मेरे साथ पूरी ताकत से बोलिए..

पाल्टानो दोरकार, चाइ बीजेपी शॉरकार!

पाल्टानो दोरकार, चाइ बीजेपी शॉरकार!

पश्चिम बोंगेर जॉनोगोनेर जॉय होक!

जय हिंद।

भारत माता की...जय

भारत माता की...जय

भारत माता की...जय

वंदे.. वंदे... वंदे... वंदे.. मातरम्!