ये Construction का एक बड़ा Unique type of model है। Owner-driven Reconstruction project है. Originally this idea was started in Gujarat after 2001 earthquake. And when there was a Tsunami in Srilanka, the high-power delegation from Sri Lanka came to Gujarat . They wanted to study how to do reconstruction. And for that when they came to Gujarat, they found this Owner-driven project. They were so excited. And I am happy that today here this Owner-driven reconstruction project is implemented.
इस Project के तहत 27,000 घर बनाने की योजना है, 27,000 परिवारों बसाने की योजना है। मतलब ये हुआ उस परिवार के जो छोटे-छोटे बच्चे हैं, ऐसे 27,000 परिवार के 50 हजार से ज्यादा बच्चे, उनका भाग्य बनाने का ये एक प्रयास है।
ये घर, ईंट और पत्थर से बनी हुई दीवारें सिर्फ नहीं है। ये घर किसी कारीगर की बनाई हुआ कोई इमारत नहीं है। एक प्रकार से भारत और श्रीलंका को, श्रीलंका के दुखी परिवारों को, जाफना के दुखियारों को, उनके दुख-दर्द में शरीख होने का, उनको मदद करने का और उनके जीवन में खुशहाली लाने का एक नम्र प्रयास है।
जिस परिवार का, जिस मकान का, आज लोकार्पण की पूजा हो रही थी। मैंने उस बच्ची की पूछा, बेटी कैसा लगता है? तो अपना घर देखकर वो इतनी खुश थी। मैंने उससे पूछा कि तुम जिंदगी में क्या बनना चाहती हो? उसने जो जवाब दिया, उसमें कितनी समझदारी है और कितना दायित्व है? उस छोटी बच्ची ने मुझे कहा, “मैं Teacher बनना चाहती हूं”।
भारत ने तो हजारों घर बनाए हैं। हमें इसका संतोष है। लेकिन उस बच्ची के जवाब से मुझे लगता है, वो जब Teacher बनेगी, इन घरों में रहने वाली बच्चियां Teacher बनेंगी तब वो - हम तो शायद घर बना पाएंगे - लेकिन वो आने वाले दिनों में लाखों लोगों की जिंदगी बना पाएगी।
मैं इन सभी परिवारों को, जिनको आज अपना घर मिल रहा है, अपनी शुभकामनाएं देता हूं। और मैं ईश्वर से प्रार्थना करता हूं कि वे इस मकान में अपने सपने को संजोएं, खुशहाल जिंदगी जीएं, बहुत प्रगति करें, उनके बच्चे पढ़-लिखकर के बहुत आगे बढ़ें और श्रीलंका की सेवा करने की एक मजबूत नींव बनें। ये ही मेरी उन सबको शुभकामनाएं हैं।
Second Phase में 45,000 मकान, उसको भी हम आगे बढ़ाने वाले हैं। 26 हजार मकानों का काम पूरा हुआ है और आगे का काम भी बहुत जल्दी से हम पूरा करेंगे। ये मैं जाफनावासियों को विश्वास दिलाता हूं। चार हजार मकान Central Yuva Province, वहां भी उसका काम बहुत तेजी से आगे बढ़ेगा।
मैं फिर बार जाफना के सभी भाईयों-बहनों को बहुत अच्छी सुखी जिंदगी के लिए शुभकामनाएँ देता हूं और श्रीलंका की प्रगति के लिए, मेरी तरफ से, भारत की तरफ से हमेशा साथ और सहयोग रहेगा, ये विश्वास दिलाता हूं।
श्रीलंका की मेरी दो दिवसीय यात्रा का एक प्रकार से ये आखिरी सार्वजनिक कार्यक्रम है। और मेरी लिए खुशी की बात है कि मेरी ये जो दो दिवसीय यात्रा का आखिरी कार्यक्रम है वो दुखियारों के आंसू पोंछने का कार्यक्रम है। मुसीबत में जिदंगी गुजारने वालों को एक नई आशा, नया विश्वास पैदा करने का कार्यक्रम है। और इस कार्यक्रम से मुझे सर्वाधिक संतोष हो रहा है।
मैं आप सबको बहुत-बहुत शुभकामनाएं देता हूं। धन्यवाद।
India’s youth are playing a vital role in accelerating the journey towards a Viksit Bharat: PM
Rozgar Mela reflects our Government’s commitment to empowering the Yuva Shakti with new opportunities: PM
The world is excited by India’s youth and technological progress and today the global community wants to partner in India’s development journey: PM
Sectors like clean energy, critical minerals, green hydrogen, and sustainable manufacturing are advancing rapidly and partnerships in these areas are creating new opportunities: PM Modi
Every Indian is moving forward with the resolve of building a Viksit Bharat by 2047: PM Modi at Rozgar Mela
Today, Rapid transformation is clearly visible even in rural areas; Enhanced connectivity has opened new avenues for farmers, small traders, and students: PM
Viksit Bharat will be built by the efforts of such youth who view their work as a means of national service: PM Modi
বন্ধুসকল,
সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱক-যুৱতীৰ বাবে আজি এক অতি উল্লেখযোগ্য দিন। আজি ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ লাভ কৰিছে। আজি আপোনালোক সকলোৱেই দেশৰ উন্নয়নৰ যাত্ৰাৰ মূল অংশগ্ৰহণকাৰী—দায়িত্বশীল অংশগ্ৰহণকাৰী হৈ পৰিছে। ৰে'লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য, শিক্ষা, আৰু বহু খণ্ডকে ধৰি বিভিন্ন খণ্ডত আপোনালোকে নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ ওলাইছে। আগন্তুক বছৰবোৰত আপোনালোকে ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ সংকল্পক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ সাজু হৈছে।
বন্ধুসকল,
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
বন্ধুসকল,
আপোনালোক সকলোৱে জ্ঞাত যে মাত্ৰ দুদিন আগতে মই পাঁচখন দেশ ভ্ৰমণ কৰি উভতি আহিছো। ক’বলৈ গ’লে এয়া মাত্ৰ পাঁচখন ৰাষ্ট্ৰৰ ভ্ৰমণ আছিল যদিও এই সময়ছোৱাত মই বহুতৰে সৈতে কথা-বতৰা পাতিলোঁ, বিশদভাবে আলোচনা কৰিলোঁ আৰু কেইবা ডজনো দেশৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ আগশাৰীৰ ব্যক্তিসকলক সাক্ষাৎ কৰিলোঁ। মই য’তেই গৈছিলো তাতেই এটাই আবেগ পৰ্যবেক্ষণ কৰিছিলোঁ যে ভাৰতৰ যুৱক-যুৱতী আৰু ভাৰতৰ প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি বিশ্বই অবিশ্বাস্যভাৱে উৎসাহী হৈ আছে। আজি বিশ্বই ভাৰতৰ উন্নয়নমূলক যাত্ৰাৰ অংশ হ’ব বিচাৰিছে। ভাৰতেও সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিছে। ইয়াৰ আঁৰৰ প্ৰধান উদ্দেশ্য হৈছে ভাৰতৰ যুৱক-যুৱতীসকলে যাতে সুযোগ তথা কৰ্মসংস্থাপন লাভ কৰে আৰু তেওঁলোকৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হয় । সঁচাকৈয়ে মোৰ আন্তৰিক ইচ্ছা এয়াই যে মোৰ দেশৰ যুৱক-যুৱতীসকলেও বিশ্বজুৰি পৰিচয় লাভ কৰক। এই ভ্ৰমণৰ সময়ত—নেদাৰলেণ্ডৰ উদাহৰণ দিছো— তাত অৰ্ধপৰিবাহী, পানী ব্যৱস্থাপনা, কৃষি আৰু উন্নত উৎপাদন সম্পৰ্কে আলোচনা কৰা হৈছিল। ছুইডেনৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বিস্তৃত আলোচনা অনুষ্ঠিত হয়। নৰ'ৱেৰ সৈতে সেউজ প্ৰযুক্তি আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা আলোচনাত অগ্ৰগতি লাভ কৰা হয়। কৌশলগত শক্তি আৰু প্ৰযুক্তি অংশীদাৰিত্বৰ সন্দৰ্ভত ইউ এ ইৰ সৈতে উল্লেখযোগ্য চুক্তি স্বাক্ষৰিত হয় আৰু ইটালীৰ সৈতে প্ৰতিৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ দৰে জটিল খণ্ডত অংশীদাৰিত্বৰ ক্ষেত্ৰত চুক্তিত উপনীত হও।
বন্ধুসকল,
এই সকলোবোৰ চুক্তিৰ প্ৰত্যক্ষ লাভ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে। আপোনালোকে হয়তো লক্ষ্য কৰিছে যে এই সকলোবোৰ পদক্ষেপে ভাৰতৰ উজ্জ্বল তথা সক্ষম ভৱিষ্যতৰ নিশ্চয়তা হিচাপে কাম কৰে। কাৰণ প্ৰতিটো নতুন বিনিয়োগ, প্ৰতিটো প্ৰযুক্তিৰ অংশীদাৰিত্ব আৰু প্ৰতিটো উদ্যোগিক সহযোগিতাই ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই অনাই নহয়, বিকাশৰ বাবে অগণন নতুন পথো সৃষ্টি কৰিছে।
বন্ধুসকল,
আমি মনত ৰাখিব লাগিব যে এইবোৰেই সেই খণ্ড য’ত আগন্তুক বিনিয়োগ আৰু অংশীদাৰিত্বই এনে উদ্যোগক লালন-পালন কৰিব , যিয়ে অনাগত তিনি-চাৰি দশকত বিশ্বৰ বিকাশক গঢ় দিবলৈ সাজু হৈছে। নিঃসন্দেহে ভাৰতৰ যুৱক-যুৱতীসকলে এই পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বন্ধুসকল,
বিশ্বৰ যোগান শৃংখলৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ কেনেদৰে উত্থান ঘটিছে তাৰ এটা উদাহৰণ দিওঁ। উদাহৰণস্বৰূপে ডাচ অৰ্ধপৰিবাহী কোম্পানী এ এছ এম এলৰ কথাই ধৰা হওক —এই নামটোৰ সৈতে আপোনালোকৰ বহুতেই হয়তো ইতিমধ্যে পৰিচিত। ভাৰতৰ টাটা গ্ৰুপে এ এছ এম এলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। বিশ্বৰ অতি কম সংখ্যক ৰাষ্ট্ৰৰ ভিতৰত ভাৰত অন্যতম, যাৰ সৈতে এই কোম্পানীটোৱে এনে চুক্তি কৰিছে। কেৱল এ এছ এম এল আৰু টাটা ইলেক্ট্ৰনিকছৰ মাজত হোৱা এই চুক্তিয়ে ভাৰতৰ ভিতৰতে অগণন নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু ভাৰতক পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ ক্ষেত্ৰখনত প্ৰৱেশৰ দুৱাৰ মুকলি কৰিব। একেদৰে ছুইডেনৰ সৈতে প্ৰযুক্তি আৰু এআইৰ অংশীদাৰিত্বৰ লগতে ইউ এ ইৰ সৈতে ছুপাৰ কম্পিউটিঙৰ সহযোগিতাই ভাৰতৰ প্ৰযুক্তিগত সামৰ্থ্যক যথেষ্ট শক্তিশালী কৰিবলৈ সাজু হৈছে। এই চুক্তিসমূহে নিঃসন্দেহে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব।
বন্ধুসকল,
আজি স্বচ্ছ শক্তি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, সেউজ হাইড্ৰজেন আৰু বহনক্ষম উৎপাদনৰ সৈতে জড়িত খণ্ডসমূহো দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু আগবাঢ়িছে। এই খণ্ডসমূহৰ সৈতে জড়িত অংশীদাৰিত্বই নতুন অৰ্থনীতিৰ দুৱাৰ মুকলি কৰিছে আৰু নতুন সুযোগৰ সৃষ্টি কৰিছে। ছুইডেন, নৰ'ৱে, ইটালীৰ দৰে দেশৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সেউজ পৰিৱৰ্তন আৰু বহনক্ষম প্ৰযুক্তিৰ ক্ষেত্ৰতো সহযোগিতা সম্প্ৰসাৰিত হৈছে। ইয়াৰ দ্বাৰা স্বচ্ছ উৎপাদনৰ সৈতে জড়িত ভৱিষ্যতৰ উদ্যোগসমূহত ভাৰতৰ স্থিতি শক্তিশালী হ’ব। তদুপৰি ভাৰতে বন্দৰ, জাহাজ, আৰু সামুদ্ৰিক আন্তঃগাঁথনিৰ সৈতে জড়িত চুক্তিসমূহৰ বিষয়ত দ্ৰুতগতিত কাম কৰি আহিছে। ইউ এ ই আৰু নৰ'ৱেৰ সৈতে অংশীদাৰিত্বই ভাৰতৰ জাহাজ নিৰ্মাণৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব। আপোনালোকে জানে যে জাহাজ নিৰ্মাণৰ লগত দক্ষ জনশক্তিৰ চাহিদাৰ কথাটো জড়িত হৈ থাকে। অৰ্থাৎ ভাৰতৰ অভিযন্তা, কাৰিকৰী, দক্ষ শ্ৰমিকৰ চাহিদা কল্পনাতীত পৰিমাণে বৃদ্ধি পাব, যাৰ ফলত নতুন সুযোগৰ এক বিশাল শৃংখল সৃষ্টি হ’ব।
বন্ধুসকল,
প্ৰতিটো নতুন অংশীদাৰিত্বৰ লগে লগে আমি ভাৰতীয় ষ্টাৰ্টআপ, গৱেষক আৰু যুৱ পেছাদাৰীসকলৰ বাবে বিশ্বৰ সৈতে সংযোগ স্থাপনৰ অৰ্থে নতুন পথ গঢ়ি তুলিছো। ইয়াৰ দ্বাৰা ভাৰতীয় যুৱক-যুৱতীসকলে উন্নত বিশেষজ্ঞতা, বিশ্ব বজাৰ আৰু বৃদ্ধিৰ নতুন পথৰ সুবিধা লাভ কৰিব। আজি বিশ্বই সেই দেশসমূহক সন্মান কৰে যিবোৰে উদ্ভাৱন কৰে, যিবোৰে নিৰ্মাণ কৰে আৰু যিবোৰৰ বৃহৎ পৰিসৰত কাম কৰাৰ ক্ষমতা আছে। বৰ্তমান ভাৰত এই তিনিওটা দিশতে দ্ৰুতগতিত আগবাঢ়িছে; আৰু এই পৰিৱৰ্তনৰ আঁৰৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি হৈছে আপোনালোক—মোৰ যুৱ বন্ধুসকল—ভাৰতৰ যুৱক-যুৱতীসকল। সঁচাকৈয়ে মই সমগ্ৰ বিশ্বৰ য’তেই ভ্ৰমণ কৰো, মই নিৰৱচ্ছিন্নভাৱে মোৰ আলোচনাৰ এক উল্লেখযোগ্য অংশ ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তিক উজ্জ্বল কৰি তোলাৰ বাবে উৎসৰ্গা কৰোঁ।
বন্ধুসকল,
আজি প্ৰতিজন ভাৰতীয়ই এক গভীৰ সংকল্পৰে আগবাঢ়িছে—২০৪৭ চনৰ ভিতৰত ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ সংকল্প।এই লক্ষ্যত উপনীত হ’বলৈ দেশখনে বৰ্তমান বিভিন্ন খণ্ডত কৌশলগত বিনিয়োগ কৰি আছে। এই বিনিয়োগসমূহে পাছলৈ দেশৰ যুৱক-যুৱতীসকলৰ বাবে লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। উদাহৰণস্বৰূপে, বৰ্তমান ভাৰতৰ ভিতৰতে অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে এটা সম্পূৰ্ণ যোগান শৃংখল স্থাপন কৰা হৈছে। আগন্তুক সময়ত ভাৰতৰ ১০টা প্ৰধান অৰ্ধপৰিবাহী গোটে বিশ্বজুৰি নিজৰ স্থান দখল কৰিব। এই উদ্যোগসমূহ ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱ্য, বৌদ্ধিক প্ৰতিভা আৰু অটল দায়বদ্ধতাৰ দ্বাৰা চালিত হ’ব—আৰু, স্বাভাৱিকতে, ইয়াৰ দ্বাৰা যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি হ’ব। আজি ভাৰতে জাহাজ নিৰ্মাণৰ পৰা আৰম্ভ কৰি জাহাজ মেৰামতি আৰু অভাৰহ’লিঙলৈকে এক ব্যাপক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। এই পদক্ষেপত প্ৰায় ৭৫,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। একেদৰে আমি ভাৰতৰ ভিতৰতে ইয়াতেই এটা সম্পূৰ্ণ এম আৰ অ’ পৰিৱেশ তন্ত্ৰ স্থাপন কৰিছো—য’ত ৰক্ষণাবেক্ষণ, অভাৰহ’ল আৰু মেৰামতিৰ সুবিধাসমূহ সামৰি লোৱা হৈছে। ইয়াৰ দ্বাৰা দেশৰ বিমান পৰিবহণ খণ্ডত এক উল্লেখযোগ্য উত্থান ঘটিব আৰু ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ এক সম্পূৰ্ণ নতুন পথ মুকলি হোৱাটো নিশ্চিত।