ये Construction का एक बड़ा Unique type of model है। Owner-driven Reconstruction project है. Originally this idea was started in Gujarat after 2001 earthquake. And when there was a Tsunami in Srilanka, the high-power delegation from Sri Lanka came to Gujarat . They wanted to study how to do reconstruction. And for that when they came to Gujarat, they found this Owner-driven project. They were so excited. And I am happy that today here this Owner-driven reconstruction project is implemented.

44 PM MODI HANDING OVER HOMES JAFFNA (3)

44 PM MODI HANDING OVER HOMES JAFFNA (16) इस Project के तहत 27,000 घर बनाने की योजना है, 27,000 परिवारों बसाने की योजना है। मतलब ये हुआ उस परिवार के जो छोटे-छोटे बच्चे हैं, ऐसे 27,000 परिवार के 50 हजार से ज्यादा बच्चे, उनका भाग्य बनाने का ये एक प्रयास है।

ये घर, ईंट और पत्थर से बनी हुई दीवारें सिर्फ नहीं है। ये घर किसी कारीगर की बनाई हुआ कोई इमारत नहीं है। एक प्रकार से भारत और श्रीलंका को, श्रीलंका के दुखी परिवारों को, जाफना के दुखियारों को, उनके दुख-दर्द में शरीख होने का, उनको मदद करने का और उनके जीवन में खुशहाली लाने का एक नम्र प्रयास है।

44 PM MODI HANDING OVER HOMES JAFFNA (1) जिस परिवार का, जिस मकान का, आज लोकार्पण की पूजा हो रही थी। मैंने उस बच्ची की पूछा, बेटी कैसा लगता है? तो अपना घर देखकर वो इतनी खुश थी। मैंने उससे पूछा कि तुम जिंदगी में क्या बनना चाहती हो? उसने जो जवाब दिया, उसमें कितनी समझदारी है और कितना दायित्व है? उस छोटी बच्ची ने मुझे कहा, “मैं Teacher बनना चाहती हूं”।

44 PM MODI HANDING OVER HOMES JAFFNA (15)

भारत ने तो हजारों घर बनाए हैं। हमें इसका संतोष है। लेकिन उस बच्ची के जवाब से मुझे लगता है, वो जब Teacher बनेगी, इन घरों में रहने वाली बच्चियां Teacher बनेंगी तब वो - हम तो शायद घर बना पाएंगे - लेकिन वो आने वाले दिनों में लाखों लोगों की जिंदगी बना पाएगी।

44 PM MODI HANDING OVER HOMES JAFFNA (12)

मैं इन सभी परिवारों को, जिनको आज अपना घर मिल रहा है, अपनी शुभकामनाएं देता हूं। और मैं ईश्वर से प्रार्थना करता हूं कि वे इस मकान में अपने सपने को संजोएं, खुशहाल जिंदगी जीएं, बहुत प्रगति करें, उनके बच्चे पढ़-लिखकर के बहुत आगे बढ़ें और श्रीलंका की सेवा करने की एक मजबूत नींव बनें। ये ही मेरी उन सबको शुभकामनाएं हैं।

44 PM MODI HANDING OVER HOMES JAFFNA (5) Second Phase में 45,000 मकान, उसको भी हम आगे बढ़ाने वाले हैं। 26 हजार मकानों का काम पूरा हुआ है और आगे का काम भी बहुत जल्दी से हम पूरा करेंगे। ये मैं जाफनावासियों को विश्वास दिलाता हूं। चार हजार मकान Central Yuva Province, वहां भी उसका काम बहुत तेजी से आगे बढ़ेगा।

मैं फिर बार जाफना के सभी भाईयों-बहनों को बहुत अच्छी सुखी जिंदगी के लिए शुभकामनाएँ देता हूं और श्रीलंका की प्रगति के लिए, मेरी तरफ से, भारत की तरफ से हमेशा साथ और सहयोग रहेगा, ये विश्वास दिलाता हूं।

44 PM MODI HANDING OVER HOMES JAFFNA (9) श्रीलंका की मेरी दो दिवसीय यात्रा का एक प्रकार से ये आखिरी सार्वजनिक कार्यक्रम है। और मेरी लिए खुशी की बात है कि मेरी ये जो दो दिवसीय यात्रा का आखिरी कार्यक्रम है वो दुखियारों के आंसू पोंछने का कार्यक्रम है। मुसीबत में जिदंगी गुजारने वालों को एक नई आशा, नया विश्वास पैदा करने का कार्यक्रम है। और इस कार्यक्रम से मुझे सर्वाधिक संतोष हो रहा है।

मैं आप सबको बहुत-बहुत शुभकामनाएं देता हूं। धन्यवाद।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...

মহামহিম,

মহামান্যসকল,

নমস্কাৰ

ব্ৰিকছৰ সম্প্ৰসাৰিত পৰিয়াললৈ আপোনালোক সকলোকে সম্ভাষণ জনাইছো।

আজি এই মিলনে বিভিন্ন মহাদেশ, সংস্কৃতি আৰু উন্নয়নমূলক যাত্ৰাক একত্ৰিত কৰিছে। ই ব্ৰিকছৰ বৰ্ধিত শক্তি, আকৰ্ষণ আৰু অভূতপূৰ্ব আত্মবিশ্বাসৰ প্ৰমাণ।

বন্ধুসকল,

ভাৰতৰ অধ্যক্ষতাত আমি স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ চাৰিটা স্তম্ভৰ ওপৰত আমাৰ সকলো প্ৰচেষ্টা কেন্দ্ৰীভূত কৰিছো। মই সুখী যে আপোনালোকৰ সহযোগিতা আৰু সমৰ্থনত, আমি আমাৰ অংশীদাৰী দৃষ্টিভংগীক এক লাভজনক সহযোগিতালৈ ৰূপান্তৰিত কৰিব পাৰিম।

আজি বিশ্বত উদ্বেগ সৃষ্টিকাৰীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে আৰু ই সাধাৰণ মানুহৰ জীৱনত অতি নেতিবাচক প্ৰভাৱ পেলাইছে, আৰু ইয়াৰ ব্যাপক প্ৰভাৱো পৰিছে।

মহামাৰী, জলবায়ু দুৰ্যোগ আৰু যোগান শৃংখলাত হোৱা বিঘিনিয়ে দেখুৱাইছে যে আজিৰ আন্তঃসংযুক্ত বিশ্বত কোনো সংকট কেৱল এটা অঞ্চলতে সীমাবদ্ধ নহয়। সেয়েহে আমি ব্ৰিকছ গোটত স্থিতিস্থাপকতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছো। আগতীয়াকৈ প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা, সেইবোৰৰ বাবে সাজু হোৱা আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটোও সমানেই প্ৰয়োজনীয়।

এই চিন্তাধাৰাৰ সৈতে, সংক্ৰামক ৰোগৰ প্ৰতিৰোধ তথা সঁহাৰিৰ বাবে ব্ৰিকছ একত্ৰিত আগতীয়া সতৰ্কবাণী প্ৰণালীৰ ওপৰত সন্মতি প্ৰকাশ কৰা হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আগতীয়া সতৰ্কবাণী তথ্য একত্ৰীকৰণ নিৰ্দেশনা প্ৰস্তুত কৰা হৈছে। ব্ৰিকছ লজিষ্টিক যোগানশৃংখল সহযোগিতা আন্তঃগাঁথনিয়ে আমাৰ যোগানশৃংখলক অধিক নিৰ্ভৰযোগ্য আৰু স্থিতিস্থাপক কৰি তোলাত সহায় কৰিব।

বন্ধুসকল,

উদ্ভাৱনৰ অধীনত, ব্ৰিকছ ইনকিউবেটৰ নেটৱৰ্কে আমাৰ ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰসমূহক সংযোগ কৰিব। উদ্ভাৱনীমূলক আৰু পৰিসৰযোগ্য সমাধানৰ প্ৰচাৰৰ বাবে আমি ব্ৰিকছ ষ্টাৰ্টআপ উদ্ভাৱন পুঁজিৰ প্ৰস্তাৱ দিছো।

ডিজিটেল কৃষিৰ ওপৰত ব্ৰিকছ নেটৱৰ্কে কৃষকসকলৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। ইয়াৰ জৰিয়তে এআই, ভূস্থানিক প্ৰযুক্তি আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি কৃষকৰ প্ৰকৃত প্ৰয়োজনীয়তাৰ সৈতে সংযুক্ত কৰা হ'ব।

প্ৰযুক্তি আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা কাৰ্য আমাৰ সাধাৰণ প্ৰগতিৰ বাবে এক বাধা হ'ব পাৰে। সেয়েহে আমি প্ৰযুক্তি গ্ৰহণত অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

বন্ধুসকল,

ভাৰতে ব্ৰিকছ মঞ্চৰ জৰিয়তে বন্ধুত্ব, অংশীদাৰিত্ব আৰু সহযোগিতা আগবঢ়াই আহিছে।

ব্ৰিকছ সহযোগিতা কেৱল চৰকাৰৰ মাজতে সীমাবদ্ধ থাকিব নালাগে বুলি আমি চেষ্টা কৰি আহিছো। আমাৰ উদ্যোগী, কৃষক, গৱেষক, মহিলা, যুৱক-যুৱতী আৰু সাধাৰণ নাগৰিকো ইয়াৰ সক্ৰিয় অংশগ্ৰহণকাৰী হওক।

আমি ব্ৰিকছ সংযোগৰ জৰিয়তে দক্ষতা, নিয়োগযোগ্যতা, কৰ্মক্ষেত্ৰত মহিলা, সামাজিক সুৰক্ষা আৰু সামৰ্থ্য নিৰ্মাণৰ প্ৰচাৰ কৰিছো।

ক্ষুদ্ৰ উদ্যোগসমূহক জ্ঞান, বিত্ত আৰু নতুন বজাৰৰ সৈতে সংযোগ কৰিবলৈ ব্ৰিকছ এমএছএমই সহযোগিতা পৰ্টেল মুকলি কৰা হৈছে।

আমাৰ চহৰসমূহৰ মাজত সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহৰ আদান-প্ৰদানৰ বাবে ব্ৰিকছ নগৰীয়া গতিশীলতা কেন্দ্ৰ স্থাপন কৰা হৈছে।

বন্ধুসকল,

ভাৰতীয় সভ্যতাত প্ৰকৃতিক মাতৃৰ মৰ্যাদা দিয়া হৈছে। বহু শতিকা ধৰি আমি বিশ্বাস কৰি আহিছো যে উন্নয়ন আৰু পৰিৱেশ পৰিপূৰক, বিকল্প নহয়। ব্ৰিকছতো আমি মানৱ উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্য বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।

এইটোৱেই হৈছে স্থায়িত্বৰ ভিত্তি। ই ভৱিষ্যত প্ৰজন্মৰ প্ৰতিও আমাৰ দায়িত্ব। এই ক্ষেত্ৰত আমি বহু দিশত অগ্ৰগতি লাভ কৰিছো।

আমি স্মাৰ্ট গ্ৰিড আৰু শক্তি সংৰক্ষণৰ বাবে ব্ৰিকছ ডিজিটেল চেণ্টাৰ অৱ এক্সিলেন্স সৃষ্টি কৰিছো। ই আমাৰ পৰিষ্কাৰ শক্তি ব্যৱস্থাক অধিক নিৰ্ভৰযোগ্য, দক্ষ আৰু সুগম কৰি তোলাত সহায় কৰিব।

কৃষি-পৰিৱেশ বিজ্ঞান আৰু পুনৰ উৎপাদনশীল কৃষিৰ উৎকৃষ্টতা কেন্দ্ৰসমূহে পৰম্পৰাগত জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে সংযোগ কৰিব। সম্প্ৰদায়ভিত্তিক জলবায়ু অভিযোজনৰ বাবে প্ৰস্তুত কৰা নীতিসমূহে থলুৱা জ্ঞানক জলবায়ু কাৰ্য্যৰ বাবে এক গুৰুত্বপূৰ্ণ আধাৰ হিচাপে গঢ়ি তুলিব।

বন্ধুসকল,

এই চাৰিটা স্তম্ভৰ ওপৰত আগবাঢ়ি গৈ, ব্ৰিকছৰ জৰিয়তে, আমি সমন্বিত গোলকীয় বিকাশৰ প্ৰসাৰৰ চেষ্টা কৰিছো। কিয়নো আমি বিশ্বাস কৰোঁ যে ব্ৰিকছত বিকশিত সমাধানসমূহৰ লাভালাভ কেৱল ব্ৰিকছতে সীমাবদ্ধ থাকিব নালাগে। এইবোৰ গ্ন’বেল চাউথৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা আৰু সুগম কৰিব লাগিব।

বন্ধুসকল,

মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব পাৰো যে ব্ৰিকছৰ ওপৰত গ্ন’বেল চাউথৰ দেশসমূহৰ আস্থা বৃদ্ধি পাইছে, কিয়নো ব্ৰিকছত-তেওঁলোকৰ কন্ঠ শুনা হয়।

তেওঁলোকৰ অভিজ্ঞতাক সন্মান জনোৱা হয়।

আৰু সমাধানবোৰ তেওঁলোকৰ বাবে নহয়, তেওঁলোকৰ সৈতে একেলগে সৃষ্টি কৰা হয় ।

ব্ৰিকছৰ শক্তি আমাৰ বৈচিত্ৰ্য আৰু সহযোগিতাৰ মাজত নিহিত হৈ আছে।

আমি বিভিন্ন বাস্তৱতাত নিহিত হ’ব পাৰো, কিন্তু একেলগে, আমি সহযোগিতাৰ জৰিয়তে আগবাঢ়িছো আৰু মানৱতাৰ বাবে বিকশিত হৈছো।

আমাৰ বৈচিত্ৰ্য আমাৰ পৰিচয় হওক, আমাৰ সহযোগিতা আমাৰ অনুপ্ৰেৰণা হওক আৰু আমাৰ প্ৰগতি সকলো মানৱতাৰ বাবে উপযোগী হওক।

আপোনালোক সকলোকে অশেষ ধন্যবাদ।