QuoteTechnology is the bridge to achieve ‘Sabka Saath Sabka Vikas’: PM
QuoteChallenge of technology, when converted into opportunity, transformed ‘Dakiya’ into ‘Bank Babu’: PM

দেশৰ সামাজিক আৰু বাণিজ্যিক নেতৃত্বক উজ্জীৱিত কৰি অহা ৰতন টাটাজী, তেখেতৰ বিচাৰধাৰাক আগবঢ়াই নিয়া চন্দ্ৰশেখৰণজী, ৰূপাজী, উপস্থিত আইসকল আৰু সজ্জনসকল।

ৰতনজী, চন্দ্ৰশেখৰণজীক লগ পায়, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি সদায়ে এক নতুন অনুভৱ লাভ কৰা যেন লাগে। এখেতসকলৰ ওপৰত দেশৰ আটাইতকৈ বৃহত্ সংস্থাসমূহৰ অন্যতম সংস্থা এটাৰ নেতৃত্ব প্ৰদানৰ গুৰু দায়িত্ব আছে। ইমান ডাঙৰ দায়িত্ব লোৱাৰ পিচতো এখেতসকলৰ মুখত হাঁহি আৰু ছাপহীনতাৰ পৰশ কেনেকৈনো সদায়ে লাগি থাকে ভাবিলেই আচৰিত লাগে। মোৰ বোধৰে চন্দ্ৰশেখৰণজীয়ে এই সম্পৰ্কেও এখন গ্ৰন্থ অদূৰ ভৱিষ্যতে লিখিব লাগিব। অৱশ্যে এই বিষয়ত মোৰ কোনে ‘পেটেণ্ট’ নাথাকিব বুলি মই আজিয়েই কৈ থলো দেই! আপুনি নিশ্চিন্ত হৈ এইক্ষেত্ৰত আগবাঢ়িব পাৰিব!!

|

বন্ধুসকল, তেখেতে কিতাপ লিখিব নে নাই এই মুহূৰ্তত মই সেই কথা কৈ দিব নোৱাৰো যদিও হাঁহি আৰু চিন্তামুক্ততাৰে কি কৰিব পাৰি সেই কথা নিশ্চয় ক’ব পাৰো আৰু তাৰ ফলশ্ৰুতিয়েই এতিয়া ‘ৱ্ৰিড্জটেল নেশ্যন’-ৰ ৰূপত আমাৰ সন্মুখত বিৰাজমান হৈছে।

ইতিবাচক চিন্তা, সৃষ্টিশীলতা আৰু গঠনমূলক মানসিকতাৰে যে দেশৰ সমস্যা সমাধানৰ বাবে নতুন পথৰ সন্ধান কৰিব পাৰি এয়া তাৰেই পৰিণাম।

এয়াই ইতিবাচক চিন্তা, এয়াই আশাবাদ, নিজৰ দক্ষতা আৰু সম্পদৰ ওপৰত এই বিশ্বাসেই আজিৰ নতুন ভাৰতৰ ভৰসা। মই ভাবো এইখন গ্ৰন্থই উজ্জীৱিত ভাৰতকতো অনুপ্ৰাণিত কৰিবই, তাৰ লগতে বহু পেচাদাৰী নিৰাশাবাদীকো এক নতুন প্ৰয়াস আৰু দৃষ্টিভংগীৰে কথাবোৰ চিন্তা কৰিবলৈ উত্সাহ প্ৰদান কৰিব। মই চন্দ্ৰশেখৰণজী আৰু ৰূপাজীক এই দূৰদৰ্শী তথ্যভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল, এইখন গ্ৰন্থ এনে এটা সময়ত প্ৰকাশিত হৈছে, যিটো সময়ত প্ৰযুক্তিৰ অমানৱীয়কৰণৰ এক ধৰণৰ বৃহত চক্ৰান্ত অব্যাহত ৰখা হৈছে। শংকা আৰু আতংকৰ এক পৰিৱেশ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ চলাই থকা হৈছে। বিশেষকৈ ভাৰতৰ ক্ষেত্ৰত, আমাৰ বিপুল সংখ্যক জনশক্তিৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টিৰ লক্ষ্যৰে প্ৰযুক্তিক উপস্থাপন কৰাৰ অপচেষ্টা চলোৱা হৈছে।

পিছে, প্ৰযুক্তিক বিভাজনৰ নহয়, বৰং সংযোজনৰ বাবেহে ব্যৱহাৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীক শক্তি প্ৰদান কৰিব এইখন গ্ৰন্থই।

প্ৰযুক্তি এক সেঁতুহে, বিভাজক নহয়।

প্ৰযুক্তি আৰু মেধা শক্তিৰ বিস্তাৰকহে, ভাবুকি নহয়।

প্ৰযুক্তি, আকাংক্ষা আৰু সাফল্যৰ মাজৰ সেঁতু।

প্ৰযুক্তি চাহিদা আৰু প্ৰদানৰ মাজৰ সেঁতু।

প্ৰযুক্তি চৰকাৰ আৰু শাসনৰ মাজৰ সেঁতু।

প্ৰযুক্তি সকলোৰে সৈতে সকলোৰে বিকাশক সংযোজিত কৰা সেঁতু।

বন্ধুসকল, আমাৰ কাৰ্যকালৰ বিগত পাঁচোটা বছৰত এই ভাৱনাকে লৈ আমি আগবাঢ়িছিলো আৰু অনাগত ভৱিষ্যততো এই দৃষ্টভংগীৰেই আমি আগবাঢ়িব খুজিছো।

‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’, ‘মেশ্বিন লাৰ্ণিং’, ‘ৰ’বটিক্স’-ৰ দৰে আধুনিক প্ৰযুক্তি কেনেকৈ উন্নয়নৰ বাবে সহায়ক সৰঞ্জাম অথবা উপকৰণ হৈ উঠিব পাৰে তাৰ বাখ্যা খুউব সুন্দৰকৈ এইখন গ্ৰন্থত দাঙি ধৰা হৈছে।

এই কথা মই নিজৰ অভিজ্ঞতাৰ পৰাও ক’ব পাৰো। যোৱা পাঁচোটা বছৰত প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে ভাৰতে কেনেকৈ সংস্কাৰ আৰু ৰূপান্তৰৰ পথেৰে আগবাঢ়িবলৈ সমৰ্থ হৈছিল আপোনালোকে চাগৈ সেই কথা বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছে। এইবোৰ কেনেকৈ সম্ভৱ হৈছে মই তাৰ এটা উদাহৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিব খুজিছো।

|

বন্ধুসকল, আমাৰ দেশত ‘এলপিজি গেছ’ৰ সংযোগ দিয়া কিম্বা ইয়াৰ বাবে ৰাজসাহাৰ্য প্ৰদানৰ কাম যুগ ধৰি চলি আহিছিল। আমি যেতিয়া ‘উজ্জ্বলা যোজনা’ৰ কাম আৰম্ভ কৰিছিলো তেতিয়া বহুতেই এইবাৰো আমি আগৰ প্ৰক্ৰিয়াৰেই কামবোৰ চলাই নিম বুলি ভাবি লৈছিল। পিছে, ইয়াৰ বাবে আমি আমাৰ চিন্তাৰ পৰিৱৰ্তন কৰিছিলো, আমি আমাৰ কামৰ পদ্ধতি সলনি কৰি এইবাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলো।

বন্ধুসকল, আমি যদি আগৰ দৰে আগবাঢ়িলোহেতেন তেন্তে কমিটি গঠন কৰিব লাগিলহেতেন, তাৰ পিচত এই কমিটিৰ বৈঠক বহিলহেতেন, পৃথকে পৃথকে এই প্ৰক্ৰিয়াৰে জড়িত অংশীদাৰ গোটসমূহক লগ পোৱাৰ কচৰত্ চলিলহেতেন আৰু অৱশেষত নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ মুদা মৰিলহেতেন। তাকে নকৰি আমি কমিটিৰ সলনি প্ৰযুক্তিৰ ওপৰত অধিক ভৰষা কৰিলো। ‘ডাটা ইণ্টেলিজেন্স’ৰ সহায়ত প্ৰথমে আমি বৰ্তমানে থকা ১৭ হাজাৰ এলপিজি বিতৰকক বিচাৰি ল’লো আৰু খুউব কম সময়ৰ ভিতৰতে আৰু ১০ হাজাৰ নতুন ভাণ্ডাৰৰো ব্যৱস্থা কৰি ল’লো। ইয়াৰ বাবে আমি দেশৰ প্ৰতিখন গাঁৱৰ তথ্য ‘ডিজিটেলী’ বিশ্লেষণ কৰিছিলো। এইসমূহ তথ্য আন্য তথ্যৱলী যেনে বিক্ৰী প্ৰতিবেদন, এলপিজি উপলব্ধ হোৱা এলেকা, অঞ্চলসমূহৰ আৰ্থ-সামাজিক অৱস্থা, এই সকলোবোৰৰ বিশ্লষণ কৰা হৈছিল।

এনেদৰে লক্ষাধিক গাঁৱৰ প্ৰায় ৬৪ লাখ তথ্য বিশ্লেষণৰ আধাৰত কোন কোন স্থানত বিতৰণ কেন্দ্ৰ স্থাপন কৰা উচিত সেই কথা নিশ্চিত কৰা হৈছিল। পিছে, আমাৰ কাম ইয়াতে শেষ হোৱা নাছিল। আৰু এটা ডাঙৰ সমস্যাৰ সমাধান কৰি দিছিল এই প্ৰযুক্তিয়ে। ডেছবৰ্ডত আবেদন আৰু বিতৰণৰ তথ্য মুহূৰ্তে মুহূৰ্তে লোৱাৰ ব্যৱস্থা কৰাৰ ফলত গম পোৱা গ’ল যে বহুত মহিলাই জনোৱা আবেদনবোৰ প্ৰত্যাখান কৰা হৈছে। কিয়নো তেওঁলোৰ হাতত বেংক একাউণ্ট নাছিল। এই সমস্যাৰ অন্ত পেলোৱাৰ লক্ষ্যৰে ‘জন ধন শিবিৰ’ অনুষ্ঠিত কৰি এইসকল মহিলাৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ ফলত আমি তিনি বছৰৰ ভিতৰত ৮ লাখ গেছ সংযোগ দিয়াৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যত নিৰ্দ্ধাৰিত সময়ৰ বহু আগতেই উপনীত  হ’ব পাৰিলো।

বন্ধুসকল, এয়া হ’ল প্ৰযুক্তিৰ উপস্থিতি বঢ়োৱাৰ কথা। মই এতিয়া আপোনালোকক উপস্থিতিৰ পৰা আচৰণগত পৰিৱৰ্তন সাধনত প্ৰযুক্তিৰ ভূমিকা কেনে হ’ব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰিব খুজিছো। দেশত স্বাস্থ্য-সুৰক্ষাৰ স্থিতি কেনে আপোনালোকৰ গ্ৰন্থত উল্লেখ কৰিছে। বিশেষকৈ, ৰোগৰ চিকিত্সা নকৰোৱাৰ প্ৰৱণতাৰ কথা কোৱা হৈছে, এনে ধৰণৰ মানসিক জড়তা আমাৰ দেশত দাৰিদ্ৰৰ বাবে, পইচা নথকাৰ বাবে হোৱা দেখা যায়।

‘আয়ুষ্মান ভাৰত’ যোজনাই এই স্থিতি সলনি কৰাৰ ক্ষেত্ৰত বহুত ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছে। ইমান দিনে যিসকল লোকে চিকিত্সা কৰাবলৈ গ’লে তেওঁলোক সৰ্বস্বান্ত হৈ যাব বুলি চিন্তাত বিহ্বল হৈ পৰিছিল, সেইসকল লোকেই এতিয়া হাস্পটাললৈ যাবলৈ ধৰিছে। যিসকল দুখীয়া লোকে ব্যক্তিগতখণ্ডৰ চিকিত্সালয়লৈ যাবলৈ দহবাৰ ভাবিবলগীয়া হৈছিল, সেইসকল লোকেই এতিয়া তেনে হাস্পটালত ভৰি থৈছেগৈ। আজি তাৰিখত পৰিস্থিতি এনে হৈছে যে এতিয়া দুখীয়াসকলৰ আচৰণগত পৰিৱৰ্তন হোৱাৰ লগতে চিকিত্সাসেৱাৰ চাহিদাও বাঢ়িবলৈ ধৰিছে আৰু হাস্পটালসমূহেও চৰকাৰৰ পৰা পইচা পোৱাৰ সুযোগ পাইছে। আৰু এয়া সম্ভৱ হৈছে প্ৰযুক্তিৰ মাধ্যমেৰে।

বন্ধুসকল, এই প্ৰযুক্তিৰ জৰিয়তেই আমি ‘আয়ুষ্মান ভাৰত’ক স্বস্থ্যসেৱাৰ সম্পূৰ্ণ ‘পেকেজ’ হিচাপে বিকশিত কৰাৰ প্ৰয়াস কৰি আছো।

আগতে নিবাৰণমূলক স্বাস্থ্য সুৰক্ষাৰ প্ৰতি বিশেষ নজৰেই দিয়া হোৱা নাছিল। প্ৰাথমিক স্বাস্থ্যসেৱাতো মূৰৰ বিষ, পেটৰ বিষতে সীমাবদ্ধ আছিল। তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ অৱস্থা অন্য দিশেৰে আগবাঢ়িছিল। কিন্তু এতিয়া ইয়াৰ বাবে সমগ্ৰ দেশতে ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ স্থাপন কৰি থকা হৈছে আৰু এইবোৰ কেন্দ্ৰক তৃতীয় পৰ্যায়ৰ স্বস্থ্যসেৱাৰ বুনিয়াদ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। বহুত কম সময়ৰ ভিতৰতে এনে ২১ হাজাৰৰো অধিক কেন্দ্ৰ ইতিমধ্যেই স্থাপনো কৰা হৈছে।

আপোনালোকে শুনি আচৰিত হ’বযে, ইমান কম সময়ৰ ভিতৰতে এইসমূহ কেন্দ্ৰত ডেৰ কোটিৰো অধিক ‘হাইপাৰ টেন্চন’ত ভোগা ৰোগী, ১.২৫ কোটিৰো অধিক মধুমেহ আৰু ডেৰ কোটিৰো অধিক কেন্সাৰ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কাম সম্পন্ন হৈছে। ইমান দিনে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এয়া সম্ভৱ হোৱা নাছিল। এতিয়া কিন্তু এই ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ৰ পৰাই এনেধৰণৰ ৰোগী উন্নত চিকিত্সাৰ বাবে আগলৈ ‘ৰেফাৰ’ কৰিব পৰা হৈছে। আৰু এই তথ্যৰ আধাৰতে তৃতীয় পৰ্যায়ৰ চিকিত্সা সেৱা থকা প্ৰতিষ্ঠানত উন্নত চিকিত্সাসেৱা লাভ কৰাতো সম্ভৱ হৈছে।

বন্ধুসকল, প্ৰযুক্তি যেতিয়া সেঁতু হয় তেতিয়া আমি স্বচ্ছ আৰু লক্ষ্য-নিৰ্দ্ধাৰিত সেৱা প্ৰদানৰো সমাধান বিচাৰি পাও। ভাৰতত মধ্যভোগী আৰু দালালৰ কেনে ভূমিকা আছিল সেই কথা নিশ্চয় আপোনালোক সকলোৱে ভালকৈয়ে জানে।

চৰকাৰে দেশ চলাইছিল,

মধ্যভোগীয়ে চলাইছিল শাসন,

ইয়াকে এক নীতি বুলি গ্ৰহণ কৰা হৈছিল। এয়া এই কাৰণেই সম্ভৱ হৈছিল কাৰণ ৰাইজ আৰু প্ৰশাসনৰ মাজত ব্যৱধান আছিল। জন্মৰ পৰা মৃত্যুলৈকে প্ৰমাণ পত্ৰৰ এক দীঘলীয়া ব্যৱস্থা আছিল, যাৰ মাজত সাধাৰণ জনতাই উৱাদিহ হেৰুৱাবলগীয়া অৱস্থাত পৰিছিল। আজি কিন্তু জন্মৰ পৰা জীৱনৰ প্ৰমাণ পত্ৰ পৰ্যন্ত বহু সংখ্যক চৰকাৰী সেৱা অনলাইনত উপলব্ধ হৈছে। এতিয়া স্ব-প্ৰত্যায়িতকৰণ এক প্ৰথাত পৰিণত হৈছে। এতিয়া আমি স্ব-সমীক্ষা, স্ব-ঘোষণা আৰু ‘ফেচলেছ’ কৰ সমীক্ষাৰ দিশত কাম কৰাৰ বাবে আগবাঢ়িছো।

বন্ধুসকল, প্ৰযুক্তিৰ প্ৰভাবী ব্যৱহাৰে কেনেকৈ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰে তাৰ এক উদাহৰণ হ’ল, ‘ইণ্ডিয়া পোষ্ট পেইমেণ্ট বেংক’। বিগত সময়চোৱাত মোবাইল আৰু ইণ্টাৰনেট সেৱাৰ বিশাল পয়োভৰত পৰি আমাৰ ডাকঘৰসমূহত তলা ওলমিবলগীয়া অৱস্থা হৈছিল। লাখ লাখ লোকৰ জীৱিকা সংকতাপন্ন হৈছিল। কিন্তু আজি প্ৰযুক্তিৰ সুবাদতে এইসমূহ ডাকঘৰেই বেংকিং সেৱা, ডিজিটেল লেনদেন আৰু ‘হোম ডেলিভাৰী’ৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিবলৈ সক্ষম হৈছে।

সেইদৰে গাঁৱে গাঁৱে অনলাইন সেৱা আগবঢ়োৱা ‘সমূহীয়া সেৱা কেন্দ্ৰ’ৰ বিশাল শৃংখলে দেশৰ ১২লাখতকৈয়ো অধিক যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ সুযোগ দান কৰিছে।

বন্ধুসকল, উদ্যমশীলতা, ক্ষুদ্ৰ লঘূ আৰু মধ্যমীয়া উদ্যোগক শক্তিশালী কৰি গঢ়ি তোলাৰ লগতে কৰ্মসংস্থান সৃষ্টি সম্পৰ্কে গ্ৰন্থখনত দিয়া পৰামৰ্শসমূহৰ সৈতে মই সামগ্ৰিকভাবে একমত। ইয়াত আগন্তুক সময়ত আহিবলগীয়া সমস্যা আঁতৰোৱাৰ বাবেও প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ৰাজহুৱা সংগ্ৰহৰ বাবে চৰকাৰী ‘ই-মাৰ্কেট প্লেচ’ চমুকৈ ‘জেম’-ৰ বিষয়ে আপোনালোকে চাগৈ জানে। ই চৰকাৰৰ চাহিদা আৰু ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগৰ যোগান ব্যৱস্থাটোৰ মাজত সেঁতুবন্ধনৰ কাম কৰে। এইবাৰ এই পদ্ধতিৰ মাধ্যমৰে ৫০হাজাৰ কোটি টকা পৰিমানৰ সামগ্ৰী কিনাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ কথাই এই পদ্ধতিৰ সফলতাৰ কথাকে প্ৰতীয়মান কৰিছে।

বন্ধুসকল, ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ই যদি স্থানীয় চাহিদা আৰু যোগান ব্যৱস্থা, তেন্তে ‘মেক ইন ইণ্ডিয়া’ই স্থানীয় যোগান আৰু গোলকীয় চাহিদাৰ মাজত সেঁতু নিৰ্মাণ কৰিছে। আপোনালোকে এইখন গ্ৰন্থত চাহিদা আৰু যোগান সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰিছে। ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’ইও এই সমস্যাৰে মোকাবিলা কৰি আছে।

ভাৰতে সন্মুখীন হৈ অহা সমস্যসমূহক সন্মুখত ৰাখি, নতুন চিন্তাৰ প্ৰসাৰ কৰি উদ্যোগৰ ৰূপদান কৰাৰ ই এক সুন্দৰ প্ৰয়াস। এই কাৰণেই আজিকালি অধিক সংখ্যক ‘ষ্টাৰ্ট আপ’ দ্বিতীয় কিম্বা তৃতীয় শ্ৰেণীভূক্ত চহৰত ঠন্ ধৰি উঠিছে।

এইবোৰ কথাৰ মাজত এই কথাও সত্য যে কেৱল প্ৰযুক্তিয়েই সমাধান হ’ব নোৱাৰে, বৰং মানৱীয় আগ্ৰহ আৰু শুদ্ধ অভিপ্ৰায়ো খুবেই জৰুৰী। এই কথাই ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ ক্ষেত্ৰটো প্ৰযোজ্য হয়। ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ পৰা বিপদ হ’ব পাৰেনেকি কিম্বা ৰ’ব’ট মানুহতকৈ বুদ্ধিমান কেতিয়াকৈ হ’ব বুলি বিতৰ্কৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ আৰু মানৱীয় অভিপ্ৰায়ৰ মাজত কেনেকৈ সেঁতু বন্ধন কৰিব পাৰি আমি তাৰ বাবেহে বিতৰ্ক কৰা উচিত।

যি কি নহওক বহুত কথা ক’বলগীয়া আছিল যদিও আৰু দীঘলীয়া নকৰো। এনে এখন সুন্দৰ গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বাবে আকৌ এবাৰ অভিনন্দন আৰু শুভকামনা জনাই আজিলৈ সামৰিলো।

ধন্যবাদ।

  • Reena chaurasia September 04, 2024

    बीजेपी
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
A Decade Of Dedication: PM Modi’s Journey As Pradhan Sevak Aiming For Development

Media Coverage

A Decade Of Dedication: PM Modi’s Journey As Pradhan Sevak Aiming For Development
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The ideals of Sree Narayana Guru are a great treasure for all of humanity: PM Modi
June 24, 2025
QuoteThe ideals of Sree Narayana Guru are a great treasure for all of humanity: PM
QuoteIndia has been blessed with remarkable saints, sages and social reformers who have brought about transformative changes in society: PM
QuoteToday, by adopting the saturation approach, the country is working to eliminate every possibility of discrimination as envisioned by Sree Narayana Guru: PM
QuoteMissions like Skill India are empowering the youth and making them self-reliant: PM
QuoteTo empower India, we must lead on every front - economic, social and military. Today, the nation is moving forward on this very path: PM

ब्रह्मर्षि स्वामी सच्चिदानंद जी, श्रीमठ स्वामी शुभंगा-नंदा जी, स्वामी शारदानंद जी, सभी पूज्य संतगण, सरकार में मेरे साथी श्री जॉर्ज कुरियन जी, संसद के मेरे साथी श्री अडूर प्रकाश जी, अन्य सभी वरिष्ठ महानुभाव, देवियों और सज्जनों।

पिन्ने एनडे ऐल्ला, प्रियपेट्ट मलयाली सहोदिरि सहोदरन मार्कु, एनडे विनीतमाय नमस्कारम्।

आज ये परिसर देश के इतिहास की एक अभूतपूर्व घटना को याद करने का साक्षी बन रहा है। एक ऐसी ऐतिहासिक घटना, जिसने न केवल हमारे स्वतन्त्रता आंदोलन को नई दिशा दी, बल्कि स्वतन्त्रता के उद्देश्य को, आज़ाद भारत के सपने को ठोस मायने दिये। 100 साल पहले श्रीनारायण गुरु और महात्मा गांधी की वो मुलाकात, आज भी उतनी ही प्रेरक है, उतनी ही प्रासंगिक है। 100 साल पहले हुई वो मुलाकात, सामाजिक समरसता के लिए, विकसित भारत के सामूहिक लक्ष्यों के लिए, आज भी ऊर्जा के बड़े स्रोत की तरह है। इस ऐतिहासिक अवसर पर मैं श्रीनारायण गुरु के चरणों में प्रणाम करता हूं। मैं गांधी जी को भी अपनी श्रद्धांजलि अर्पित करता हूँ।

|

भाइयों बहनों,

श्रीनारायण गुरु के आदर्श पूरी मानवता के लिए बहुत बड़ी पूंजी हैं। जो लोग देश और समाज की सेवा के संकल्प पर काम करते हैं, श्रीनारायण गुरु उनके लिए प्रकाश स्तंभ की तरह हैं। आप सभी जानते हैं कि समाज के शोषित-पीड़ित-वंचित वर्ग से मेरा किस तरह का नाता है। और इसलिए आज भी मैं जब समाज के शोषित, वंचित वर्ग के लिए बड़े निर्णय लेता हूँ, तो मैं गुरुदेव को जरूर याद करता हूँ। 100 साल पहले के वो सामाजिक हालात, सदियों की गुलामी के कारण आईं विकृतियाँ, लोग उस दौर में उन बुराइयों के खिलाफ बोलने से डरते थे। लेकिन, श्रीनारायण गुरु ने विरोध की परवाह नहीं की, वो कठिनाइयों से नहीं डरे, क्योंकि उनका विश्वास समरसता और समानता में था। उनका विश्वास सत्य, सेवा और सौहार्द में था। यही प्रेरणा हमें ‘सबका साथ, सबका विकास’ का रास्ता दिखाती है। यही विश्वास हमें उस भारत के निर्माण के लिए ताकत देता है, जहां अंतिम पायदान पर खड़ा व्यक्ति हमारी

पहली प्राथमिकता है।

साथियों,

शिवगिरी मठ से जुड़े लोग और संतजन भी जानते हैं कि श्रीनारायण गुरु में और शिवगिरी मठ में मेरी कितनी अगाध आस्था रही है। मैं भाषा तो नहीं समझ पा रहा था, लेकिन पूज्य सच्चिदानंद जी जो बातें बता रहे थे, वो पुरानी सारी बातें याद कर रहे थे। और मैं भी देख रहा था कि उन सब बातों पर आप बड़े भाव विभोर होकर के उसके साथ जुड़ जाते थे। और मेरा सौभाग्य है कि मठ के पूज्य संतों ने हमेशा मुझे अपना स्नेह दिया है। मुझे याद है, 2013 में, तब तो मैं गुजरात में मुख्यमंत्री था, जब केदारनाथ में प्राकृतिक आपदा आई थी, तब शिवगिरी मठ के कई पूज्य संत वहाँ फंस गए थे, कुछ भक्त जन भी फंस गए थे। शिवगिरी मठ ने वहाँ फंसे लोगों को सुरक्षित निकालने के लिए भारत सरकार का संपर्क नहीं किया था, प्रकाश जी बुरा मत मानना, शिवगिरी मठ ने मैं एक राज्य का मुख्यमंत्री था, मुझे आदेश दिया और इस सेवक पर भरोसा किया, कि भई ये काम तुम करो। और ईश्चर की कृपा से सभी संत सभी भक्तजन को सुरक्षित मैं ला पाया था।

साथियों,

वैसे भी मुश्किल समय में हमारा सबसे पहला ध्यान उसकी ओर जाता है, जिसे हम अपना मानते हैं, जिस पर हम अपना अधिकार समझते हैं। और मुझे खुशी है कि आप अपना अधिकार मुझ पर समझते हैं। शिवगिरी मठ के संतों के इस अपनेपन से ज्यादा आत्मिक सुख की बात मेरे लिए और क्या होगी?

|

साथियों,

मेरा आप सबसे एक रिश्ता काशी का भी है। वर्कला को सदियों से दक्षिण की काशी भी कहा जाता है। और काशी चाहे उत्तर की हो या दक्षिण की, मेरे लिए हर काशी मेरी काशी ही है।

साथियों,

मुझे भारत की आध्यात्मिक परंपरा, ऋषियों-मुनियों की विरासत, उसे करीब से जानने और जीने का सौभाग्य मिला है। भारत की ये विशेषता है कि हमारा देश जब भी मुश्किलों के भंवर में फँसता है, कोई न कोई महान विभूति देश के किसी कोने में जन्म लेकर समाज को नई दिशा दिखाती है। कोई समाज के आध्यात्मिक उत्थान के लिए काम करता है। कोई सामाजिक क्षेत्र में समाज सुधारों को गति देता है। श्रीनारायण गुरु ऐसे ही महान संत थे। निवृत्ति पंचकम्’ और ‘आत्मोपदेश शतकम्’ जैसी उनकी रचनाएँ, ये अद्वैत और आध्यात्म के किसी भी स्टूडेंट के लिए गाइड की तरह हैं।

साथियों,

योग और वेदान्त, साधना और मुक्ति श्रीनारायण गुरु के मुख्य विषय थे। लेकिन, वो जानते थे कि कुरीतियों में फंसे समाज का आध्यात्मिक उत्थान उसके सामाजिक उत्थान से ही संभव होगा। इसलिए उन्होंने आध्यात्म को समाज-सुधार और समाज-कल्याण का एक माध्यम बनाया। और श्रीनारायण गुरु के ऐसे प्रयासों से गांधी जी ने भी प्रेरणा पाई, उनसे मार्गदर्शन लिया। गुरुदेव रवीन्द्रनाथ टैगोर जैसे विद्वानों को भी श्रीनारायण गुरु से चर्चा का लाभ मिला।

|

साथियों,

एक बार किसी ने श्रीनारायण गुरु की आत्मोपदेश शतकम् रमण महर्षि जी को सुनाई थी। उसे सुनकर रमण महर्षि जी ने कहा था- "अवर एल्लाम तेरीन्जवर"। यानी- वो सब कुछ जानते हैं! और उस दौर में, जब विदेशी विचारों के प्रभाव में भारत की सभ्यता, संस्कृति और दर्शन को नीचा दिखाने के षड्यंत्र हो रहे थे, श्रीनारायण गुरु ने हमें ये अहसास कराया कि कमी हमारी मूल परंपरा में नहीं है। हमें अपने आध्यात्म को सही अर्थों में आत्मसात करने की जरूरत है। हम नर में श्रीनारायण को, जीव में शिव को देखने वाले लोग हैं। हम द्वैत में अद्वैत को देखते हैं। हम भेद में भी अभेद देखते हैं। हम विविधता में भी एकता देखते हैं।

साथियों,

आप सभी जानते हैं, श्रीनारायण गुरु का मंत्र था- “ओरु जाति, ओरु मतम्, ओरु दैवम्, मनुष्यनु।” यानी, पूरी मानवता की एकता, जीव मात्र की एकता! ये विचार भारत की जीवन संस्कृति का मूल है, उसका आधार है। आज भारत उस विचार को विश्व कल्याण की भावना से विस्तार दे रहा है। आप देखिए, अभी हाल ही में हमने विश्व योग दिवस मनाया। इस बार योग दिवस की थीम थी- Yoga for

One Earth, One Health. यानी, एक धरती, एक स्वास्थ्य! इसके पहले भी भारत ने विश्व कल्याण के लिए One World, One Health जैसा initiative शुरू किया है। आज भारत sustainable development की दिशा में One Sun, One Earth, One grid जैसे ग्लोबल मूवमेंट को भी लीड कर रहा है। आपको याद होगा, 2023 में भारत ने जब G-20 समिट को होस्ट किया था, हमने उसकी भी थीम रखी थी- "One Earth, One Family, One Future". हमारे इन प्रयासों में ‘वसुधैव कुटुंबकम्’ की भावना जुड़ी हुई है। श्रीनारायण गुरु जैसे संतों की प्रेरणा जुड़ी हुई है।

साथियों,

श्रीनारायण गुरु ने एक ऐसे समाज की परिकल्पना की थी- जो भेदभाव से मुक्त हो! मुझे संतोष है कि आज देश सैचुरेशन अप्रोच पर चलते हुए भेदभाव की हर गुंजाइश को खत्म कर रहा है। लेकिन आप 10-11 साल पहले के हालात को याद करिए, आज़ादी के इतने दशक बाद भी करोड़ों देशवासी कैसा जीवन जीने को मजबूर थे? करोड़ों परिवारों के सिर पर छत तक नहीं थी! लाखों गांवों में पीने का साफ पानी नहीं था, छोटी-छोटी बीमारी में भी इलाज कराने का विकल्प नहीं, गंभीर बीमारी हो जाए, तो जीवन बचाने का कोई रास्ता नहीं, करोड़ों गरीब, दलित, आदिवासी, महिलाएं मूलभूत मानवीय गरिमा से वंचित थे! और, ये करोड़ों लोग, इतनी पीढ़ियों से इन कठिनाइयों में जीते चले आ रहे थे, कि उनके मन में बेहतर जिंदगी की उम्मीद तक मर चुकी थी। जब देश की इतनी बड़ी आबादी ऐसी पीड़ा और निराशा में थी, तब देश कैसे प्रगति कर सकता था? और इसलिए, हमने सबसे पहले संवेदनशीलता को सरकार की सोच में ढाला! हमने सेवा को संकल्प बनाया! इसी का परिणाम है कि, हम पीएम आवास योजना के तहत, करोड़ों गरीब-दलित-पीड़ित-शोषित-वंचित परिवारों को पक्के घर दे पाये हैं। हमारा लक्ष्य हर गरीब को उसका पक्का घर देने का है। और, ये घर केवल ईंट सीमेंट का ढांचा नहीं होता, उसमें घर की संकल्पना साकार होती है, तमाम जरूरी सुविधाएं होती हैं। हम चार दीवारों वाली ईमारत नहीं देते, हम सपनों को संकल्प में बदलने वाला घर देते हैं।

|

इसीलिए, पीएम आवास योजना के घरों में गैस, बिजली, शौचालय जैसी हर सुविधा सुनिश्चित की जा रही है। जलजीवन मिशन के तहत हर घर तक पानी पहुंचाया जा रहा है। ऐसे आदिवासी इलाकों में, जहां कभी सरकार पहुंची ही नहीं, आज वहाँ विकास की गारंटी पहुँच रही है। आदिवासियों में, उसमें भी जो अतिपिछड़े आदिवासी हैं, हमने उनके लिए पीएम जनमन योजना शुरू की है। उससे आज कितने ही इलाकों की तस्वीर बदल रही है। इसका परिणाम ये है कि, समाज में अंतिम पायदान पर खड़े व्यक्ति में भी नई उम्मीद जगी है। वो न केवल अपना जीवन बदल रहा है, बल्कि वो राष्ट्रनिर्माण में भी अपनी मजबूत भूमिका देख रहा है।

साथियों,

श्रीनारायण गुरु ने हमेशा महिला सशक्तिकरण पर जोर दिया था। हमारी सरकार भी Women Led Development के मंत्र के साथ आगे बढ़ रही है। हमारे देश में आज़ादी के इतने साल बाद भी ऐसे कई क्षेत्र थे, जिनमें महिलाओं की एंट्री ही बैन थी। हमने इन प्रतिबंधों को हटाया, नए-नए क्षेत्रों में महिलाओं को अधिकार मिले, आज स्पोर्ट्स से लेकर स्पेस तक हर फील्ड में बेटियाँ देश का नाम रोशन कर रही हैं। आज समाज का हर वर्ग, हर तबका, एक आत्मविश्वास के साथ विकसित भारत के सपने को, उसमें अपना योगदान कर रहा है। स्वच्छ भारत मिशन, पर्यावरण से जुड़े अभियान, अमृतसरोवर का निर्माण, मिलेट्स को लेकर जागरूकता जैसे अभियान, हम जनभागीदारी की भावना से आगे बढ़ रहे हैं, 140 करोड़ देशवासियों की ताकत से आगे बढ़ रहे हैं।

साथियों,

श्रीनारायण गुरु कहते थे- विद्या कोंड प्रब्बुद्धर आवुका संगठना कोंड शक्तर आवुका, प्रयत्नम कोंड संपन्नार आवुका"। यानि, “Enlightenment through education, Strength through organization, Prosperity through industry.” उन्होंने खुद भी इस विज़न को साकार करने के लिए महत्वपूर्ण संस्थाओं की नींव रखी थी। शिवगिरी में ही गुरुजी ने शारदा मठ की स्थापना की थी। माँ सरस्वती को समर्पित ये मठ, इसका संदेश है कि शिक्षा ही वंचितों के लिए उत्थान और मुक्ति का माध्यम बनेगी। मुझे खुशी है कि गुरुदेव के उन प्रयासों का आज भी लगातार विस्तार हो रहा है। देश के कितने ही शहरों में गुरुदेव सेंटर्स और श्रीनारायण कल्चरल मिशन मानव हित में काम कर रहे हैं।

|

साथियों,

शिक्षा, संगठन और औद्योगिक प्रगति से समाज कल्याण के इस विज़न की स्पष्ट छाप, आज हम देश की नीतियों और निर्णयों में भी देख सकते हैं। हमने इतने दशक बाद देश में नई नेशनल एजुकेशन पॉलिसी लागू की है। नई एजुकेशन पॉलिसी न केवल शिक्षा को आधुनिक और समावेशी बनाती है, बल्कि मातृभाषा में पढ़ाई को भी बढ़ावा देती है। इसका सबसे बड़ा लाभ पिछड़े और वंचित तबके को ही हो रहा है।

साथियों,

हमने पिछले एक दशक में देश में इतनी बड़ी संख्या में नई IIT, IIM, AIIMS जैसे संस्थान खोले हैं, जितने आज़ादी के बाद 60 वर्षों में नहीं खुले थे। इसके कारण आज उच्च शिक्षा में गरीब और वंचित युवाओं के लिए नए अवसर खुले हैं। बीते 10 साल में आदिवासी इलाकों में 400 से ज्यादा एकलव्य आवासीय स्कूल खोले गए हैं। जो जनजातीय समाज कई पीढ़ियों से शिक्षा से वंचित थे, उनके बच्चे अब आगे बढ़ रहे हैं।

भाइयों बहनों,

हमने शिक्षा को सीधे स्किल और अवसरों से जोड़ा है। स्किल इंडिया जैसे मिशन देश के युवाओं को आत्मनिर्भर बना रहे हैं। देश की औद्योगिक प्रगति, प्राइवेट सेक्टर में हो रहे बड़े reforms, मुद्रा योजना, स्टैंडअप योजना, इन सबका भी सबसे बड़ा लाभ दलित, पिछड़ा और आदिवासी समाज को हो रहा है।

साथियों,

श्री नारायण गुरु एक सशक्त भारत चाहते थे। भारत के सशक्तिकरण के लिए हमें आर्थिक, सामाजिक और सैन्य, हर पहलू में आगे रहना है। आज देश इसी रास्ते पर चल रहा है। भारत तेज़ी से दुनिया की

तीसरे नंबर की इकॉनॉमी बनने की तरफ बढ़ रहा है। हाल में दुनिया ने ये भी देखा है कि भारत का सामर्थ्य क्या है। ऑपरेशन सिंदूर ने आतंकवाद के खिलाफ भारत की कठोर नीति को दुनिया के सामने एकदम स्पष्ट कर दिया है। हमने दिखा दिया है कि भारतीयों का खून बहाने वाले आतंकियों के लिए कोई भी ठिकाना सुरक्षित नहीं है।

|

साथियों,

आज का भारत देशहित में जो भी हो सकता है और जो भी सही है, उसके हिसाब से कदम उठाता है। आज सैन्य ज़रूरतों के लिए भी भारत की विदेशों पर निर्भरता लगातार कम हो रही है। हम डिफेंस सेक्टर में आत्मनिर्भर हो रहे हैं। और इसका प्रभाव हमने ऑपरेशन सिंदूर के दौरान भी देखा है। हमारी सेनाओं ने भारत में बने हथियारों से दुश्मन को 22 मिनट में घुटने टेकने के लिए मजबूर कर दिया। मुझे विश्वास है, आने वाले समय में मेड इन इंडिया हथियारों का डंका पूरी दुनिया में बजेगा।

साथियों,

देश के संकल्पों को पूरा करने के लिए हमें श्रीनारायण गुरु की शिक्षाओं को जन-जन तक पहुंचाना है। हमारी सरकार भी इस दिशा में सक्रियता के साथ काम कर रही है। हम शिवगिरी सर्किट का निर्माण करके श्रीनारायण गुरु के जीवन से जुड़े तीर्थ स्थानों को जोड़ रहे हैं। मुझे विश्वास है, उनके आशीर्वाद, उनकी शिक्षाएँ अमृतकाल की हमारी यात्रा में देश को रास्ता दिखाती रहेंगी। हम सब एक साथ मिलकर

विकसित भारत के सपने को पूरा करेंगे। श्रीनारायण गुरू का आशीर्वाद हम सभी पर बना रहे, इसी कामना के साथ, मैं शिवगिरी मठ के सभी संतों को फिर से नमन करता हूं। आप सबका बहुत-बहुत धन्यवाद! नमस्कारम्!