সাম্প্ৰতিক সময়ত ভাৰতৰ বাবে গেছ ভিত্তিক অৰ্থনীতিৰ প্ৰয়োজনঃ প্ৰধানমন্ত্ৰী
পশ্চিম বংগক এক মুখ্য বাণিজ্য আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ আমি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঃপ্ৰধানমন্ত্ৰী

মঞ্চত উপস্থিত থকাপশ্চিম বংগৰ ৰাজ্যাপল জগদীপ ধনখড় মহোদয়, কেন্দ্ৰীয় চৰকাৰত মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মহোদয়, দেৱাশ্ৰী চৌধাৰী মহোদয়া, সাংসদ দিবেন্দু অধিকাৰী মহোদয়, বিধায়ক তাপসী মণ্ডল মহোদয়া, ভাই আৰু বন্ধুসকল।

আজি পশ্চিম বংগকে ধৰি সমগ্ৰ পূব ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ সুযোগ আহিছে। পূব ভাৰতৰ যোগাযোগ ব্যৱস্থা আৰু স্বচ্ছ ইন্ধনৰ আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আজি বহুত ডাঙৰ দিন। বিশেষকৈ এই সমগ্ৰ অঞ্চলটোৰ gas connectivity ক সৱল কৰিব পৰা এক বৃহৎ প্ৰকল্প আজি ৰাষ্ট্ৰৰ নামত মুকলি কৰা হৈছে। আজি যি চাৰিটা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে, ইয়াৰ ফলত পশ্চিম বংগকে ধৰি পূব ভাৰতৰ অনেক ৰাজ্যত Ease of Living আৰু Ease of Doing Business উভয়ে উদগণি লাভ কৰিব।

বন্ধুসকল,

গেছ নিৰ্ভৰ অৰ্থব্যৱস্থা আজি ভাৰতৰ বাবে জৰুৰী হৈ পৰিছে। এক দেশ, এক গেছ গ্ৰীডৰ ধাৰণা হ’ল এই প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অভিযান। ইয়াৰ বাবে পাইপলাইন নেটৱৰ্কৰ বিস্তাৰৰ সমান্তৰালকৈ প্ৰাকৃতিক গেছৰ মূল্য হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ব দি থকা হৈছে। বিগত বছৰসমূহত তেল আৰু গেছ খণ্ডত বহু কেইটা বৃহৎ সংস্কাৰো সাধন কৰা হৈছে। আমাৰ এই প্ৰয়াসৰ ফলত আজি ভাৰত এছিয়াৰ সবাতোকৈ অধিক গেছ ব্যৱহাৰকাৰী দেশ হিচাপে পৰিগণিত হৈছে। এইবাৰ বাজেটত দেশে স্বচ্ছ আৰু সুলভ শক্তিৰ বাবে ‘হাইড্ৰ’জেন মিছন’ৰ কথা ঘোষণা কৰিছে, ই স্বচ্ছ ইন্ধন অভিযানক সৱল কৰিব।

বন্ধুসকল,

৬ বছৰ পূৰ্বে যেতিয়া দেশবাসীয়ে আমাক সুযোগ দিছিল, তেতিয়াই আমি বিকাশৰ যাত্ৰাত পিছ পৰি ৰোৱা পূব ভাৰতক উন্নত কৰাৰ এক সংকল্প গ্ৰহণ কৰিছিলো। পূব ভাৰতত জীৱন আৰু জীৱিকাৰ বাবে যিসমূহ আধুনিক সুবিধাৰ প্ৰয়োজন আছে, সেইবোৰৰ নিৰ্মাণৰ বাবে আমি ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰিছো। ৰেলপথ, স্থলপথ, আকাশী পথ, জলপথ আদিৰ দৰে সকলো খণ্ডত আমি উন্নয়নমূলক কাম কৰিছো।

সতীৰ্থসকল,

প্ৰধানমন্ত্ৰী শক্তি গংগা পাইপলাইন এই লক্ষ্যৰে আগবাঢ়ি আছে। আজি এই পাইপলাইনৰ এটা বৃহৎ অংশ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। প্ৰায় ৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাইপলাইন নিৰ্মাণে পশ্চিম বংগৰ লগতে বিহাৰ আৰু ঝাৰখণ্ডৰ দহখন জিলাক উপকৃত কৰিব। এই প্ৰকল্প নিৰ্মাণৰ সময়ত অঞ্চলটোৰ লোকে প্ৰায় ১১লাখ কৰ্মদিনৰ সংস্থাপন লাভ কৰিছে। এতিয়া এই পাইপলাইনৰ জৰিয়তে হাজাৰ হাজাৰ পৰিয়ালৰ ৰান্ধনিঘৰলৈ সুলভ মূল্যত গেছ উপলব্ধ হ’ব। CNG আধাৰিত কম প্ৰদূষণযুক্ত গাড়ী চলিব পাৰিব। ইয়াৰ লগতে পাইপলাইনৰ ফলত দূৰ্গাপুৰ আৰু সিন্ধৰীৰ সাৰ কাৰখানালৈ নিৰন্তৰ গেছ যোগান নিশ্চিত হ’ব। এই দুয়োটা কাৰখানাৰ শক্তি বৃদ্ধি হ’লে সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব আৰু কৃষকে পৰ্যাপ্ত পৰিমাণৰ আৰু সুলভ মূল্যৰ সাৰ লাভ কৰিব।

বন্ধুসকল,

প্ৰাকৃতিক গেছৰ সমান্তৰালকৈ এই অঞ্চলটোত এলপিজি গেছৰ আন্তঃগাথনি মজবুত কৰিবলৈ অবিৰতভাৱে কাম চলি আছে। পূব ভাৰতত উজ্জ্বলা যোজনাৰ পিছত এলপিজি গেছৰ কভাৰেজ যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত চাহিদাও বাঢ়িছে। উজ্জলা যোজনাৰ অধীনত পশ্চিম বংগত প্ৰায় ৯০লাখ লোকে বিনামমূলীয়া গেছ সংযোগ লাভ কৰিছে। ইয়াৰ ভিতৰত ৩৬লাখৰো অধিক এছটি, এছচি শ্ৰেণীৰ মহিলা। ২০১৪ বৰ্ষত পশ্চিম বংগত এলপিজি গেছৰ কভাৰেজ মাত্ৰ ৪১ শতাংশ আছিল। আমাৰ চৰকাৰৰ নিৰন্তৰ চেষ্টাৰ ফলত এতিয়া পশ্চিম বংগৰ এলপিজি গেছৰ কভাৰেজ ৯৯ শতাংশতকৈও বৃদ্ধি পাইছে। এইবাৰৰ বাজেটতটো দেশত উজ্জ্বলা যোজনাৰ অধীনত পুনৰ ১কোটি বিনামূলীয়া গেছ সংযোগ দৰিদ্ৰ লোকক আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। এই বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ হলদিয়াত নিৰ্মাণ কৰা এলপিজি ইমপ’ৰ্ট টাৰ্মিনেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। পশ্চিম বংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ কোটি কোটি পৰিয়ালে ইয়াৰ ফলত উপকৃত হ’ব।

সতীৰ্থসকল,

স্বচ্ছ ইন্ধনক লৈ আমাৰ দায়িত্ব পূৰণ কৰিবলৈ আজি ইয়াত BS-6 ইন্ধন প্ৰস্তুত কৰিব পৰা প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। হালডিয়া শোধনাগাৰত এই দ্বিতীয়টো Catalytic Dewaxing Unit যেতিয়া তৈয়াৰ হৈ উঠিবে, তেতিয়া lube base oils ৰ বাবে বিদেশৰ ওপৰত আমাৰ নিৰ্ভৰতা কমি যাব। ইয়াৰ ফলত প্ৰতি বছৰে দেশৰ কোটি কোটি টকা ৰাহি হ’ব।

সতীৰ্থসকল,

পশ্চিম বংগক পুনৰ দেশৰব্যৱসায় আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি নিৰন্তৰ কাম কি আছো। ইয়াত Port Lead Development ৰ সুন্দৰ আৰ্হি আছে। কলকাতাৰ শ্যামা প্ৰসাদ মূখাৰ্জী প’ৰ্ট ট্ৰাষ্টক আধুনিক ৰূপত বনাবলৈ বিগত বছৰসমূহত বহুতো পদক্ষেপ হাতত লোৱা হৈছে।এই সকলো ধৰণৰ কামৰ বাবে সতীৰ্থ সহযোগী ধৰ্মেন্দ্ৰ প্ৰধান মহোদয় আৰু তেওঁৰ গোটেই টীমটোক মই হৃদয়ৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো। শেষত পশ্চিম বংগ আৰু সমগ্ৰ পূব ভাৰতৰ জনসাধাৰণক এই সুবিধা লাভৰ বাবে মোৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জনালো।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!