Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিঙৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।

ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ বৰ্তমানৰ ঢৌৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়েও ভূটান চৰকাৰ আৰু ভূটানৰ জনসাধাৰণক তেওঁলোকৰ সদিচ্ছা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ ভূটানৰ ৰজাৰ নেতৃত্বত মহামাৰীৰ বিৰুদ্ধে যুদ্ধত ভূটানৰ ভূমিকাৰ প্ৰশংসা কৰে আৰু মহামাৰীৰ বিৰুদ্ধে তেওঁৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই একমত যে বৰ্তমানৰ সংকটে ভাৰত আৰু ভূটানৰ মাজৰ বিশেষ বন্ধুত্বক আৰু অধিক শক্তিশালী কৰিব পাৰে। দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক  সদায়েই পাৰস্পৰিক বুজাবুজি, পাৰস্পৰিক সন্মান, বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক বিনিময়ৰ ঐতিহ্য আৰু জনসাধাৰণৰ মাজত থকা সম্প্ৰীতিৰ ওপৰত আধাৰিত।

Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Forex reserves rise $3.07 billion to lifetime high of $608.08 billion

Media Coverage

Forex reserves rise $3.07 billion to lifetime high of $608.08 billion
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2021
June 19, 2021
Share
 
Comments

India's forex reserves rise by over $3 billion to lifetime high of $608.08 billion under the leadership of Modi Govt

Steps taken by Modi Govt. ensured India's success has led to transformation and effective containment of pandemic effect