প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত তেলেংগানাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মাই সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এটা পোষ্টত কয় :
“তেলেংগানাৰ ৰাজ্যপাল শ্ৰী @Jishnu_Devvarma ই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
Governor of Telangana, Shri @Jishnu_Devvarma, met Prime Minister @narendramodi. pic.twitter.com/aw65UJC6hH
— PMO India (@PMOIndia) June 30, 2025


