প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ফিট ইণ্ডিয়াৰ বাবে সামূহিক প্ৰচেষ্টাৰ গুৰুত্ব সম্পৰ্কে লিখা এটা প্ৰৱন্ধৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়;

“An insightful and motivating piece by Neeraj Chopra, which reiterates the need to fight obesity and remain healthy. @Neeraj_chopra1”

"নীৰজ চোপ্ৰাৰ এক অন্তর্দৃষ্টিসম্পন্ন আৰু প্ৰেৰণাদায়ক লেখা, যিয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সুস্থ হৈ থকাৰ প্ৰয়োজনীয়তাৰ পুনৰাবৃত্তি কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 জুন 2026
June 30, 2026

Turning Challenges into Opportunities: PM Modi’s Vision for National Progress