প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুৱাণ্ডা গণৰাজ্য(২৩-২৪জুলাই), উগাণ্ডা গণৰাজ্য(২৪-২৫ জুলাই) দক্ষিণ আফ্ৰিকা গণৰাজ্য(২৫-২৭ জুলাই) ভ্ৰমণ কৰিব৷ এয়া হ’ব ৰুৱাণ্ডালৈ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ৷ একেদৰে উগাণ্ডালৈ ২০ বছৰৰ মূৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া হ’ব প্ৰথমটো ভ্ৰমণ৷ ইফালে, দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ উদ্দেশ্য হ’ব ব্ৰিকছ সন্মিলনত অংশ লোৱা৷
প্ৰধানমন্ত্ৰীয়ে ৰুৱাণ্ডা আৰু উগাণ্ডাত দেশ দুখনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব তথা প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব৷ তদুপৰি তেওঁ ব্যৱসায়ী আৰু প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত-বিনিময় কৰিব৷ ৰুৱাণ্ডাত প্ৰধানমন্ত্ৰীয়ে জেনোচাইড স্মাৰক পৰিদৰ্শন কৰিব আৰু ৰাষ্ট্ৰপতি প’ল কাগামিয়ে ব্যক্তিগতভাৱে আৰম্ভ কৰা ৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা আঁচনিৰ এক অনুষ্ঠানত ভাগ ল’ব৷ উগাণ্ডাত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ সংসদত মূল বক্তব্য ৰাখিব৷ উগাণ্ডাৰ সংসদক সম্বোধন কৰা শ্ৰী নৰেন্দ্ৰ মোদী হ’ব ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী৷
দক্ষিণ আফ্ৰিকাত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত অংশ ল’ব আৰু ব্ৰিকছ সন্মিলন তথা ব্ৰিকছ সম্পৰ্কীয় আন বৈঠকত উপস্থিত থাকিব৷ ব্ৰিকছ সন্মিলনৰ সংগতি ৰাখি অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠকৰো পৰিকল্পনা কৰা হৈছে৷
ভাৰতে আফ্ৰিকাৰ সৈতে এক ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক বাহাল ৰাখিছে৷ দৃঢ় উন্নয়নমূলক অংশীদাৰ আৰু বৃহৎ সংখ্যক প্ৰবাসী ভাৰতীয়ৰ উপস্থিতিয়ে এই সম্পৰ্কক অধিক শক্তিশালী কৰিছে৷ এই ভ্ৰমণৰ সময়ছোৱাত প্ৰতিৰক্ষা, বাণিজ্য, সাংস্কৃতিক, কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ সহযোগিতা সন্দৰ্ভত কেইবাখনো বুজাবুজিৰ চুক্তি সম্পাদন হ’ব৷
উল্লেখ্য যে, আফ্ৰিকা হ’ল ভাৰতৰ বৈদেশিক নীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ স্থান৷ প্ৰধানমন্ত্ৰীৰ ৰুৱাণ্ডা, উগাণ্ডা আৰু দক্ষিণ আফ্ৰিকা ভ্ৰমণে আফ্ৰিকান মহাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব৷
The Prime Minister, Shri Narendra Modi has said that PM MITRA mega textiles park will boost the local economy of aspirational district of Virudhunagar.
The Prime Minister was replying to a tweet by the Union Minister, Shri Piyush Goyal announcing the launch of the mega textile park.
The Prime Minister tweeted :
"Today is a very special day for my sisters and brothers of Tamil Nadu! The aspirational district of Virudhunagar will be home to a PM MITRA mega textiles park. This will boost the local economy and will prove to be beneficial for the youngsters of the state.
#PragatiKaPMMitra"
Today is a very special day for my sisters and brothers of Tamil Nadu! The aspirational district of Virudhunagar will be home to a PM MITRA mega textiles park. This will boost the local economy and will prove to be beneficial for the youngsters of the state. #PragatiKaPMMitra https://t.co/h8n44xs6Pi
— Narendra Modi (@narendramodi) March 22, 2023
தமிழ்நாட்டில் உள்ள எனது சகோதர, சகோதரிகளுக்கு இன்று சிறப்பான நாள்! முன்னேற விழையும் மாவட்டமான விருதுநகர், பிரதமரின் மித்ரா மெகா ஜவுளிப் பூங்காவின் உறைவிடமாக இருக்கும். இது உள்ளூர் பொருளாதாரத்தை மேம்படுத்துவதோடு, தமிழ்நாட்டின் இளைஞர்களுக்கும் பயனளிக்கும்.#PragatiKaPMMitra https://t.co/h8n44xs6Pi
— Narendra Modi (@narendramodi) March 22, 2023