ৰাজ্যসভাৰ সাংসদ থিৰু ইলাইয়াৰাজাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

শ্ৰী মোদীয়ে ইলাইয়াৰাজাৰ প্ৰথমখন ৱেষ্টাৰ্ণ ক্লাছিকেল চিম্ফনী ভেলিয়েণ্টৰ শলাগ লয় যাক শেহতীয়াকৈ প্ৰতিষ্ঠিত ৰয়েল ফিলহাৰমনিক অৰ্কেষ্ট্ৰাৰ সৈতে লণ্ডনত পৰিবেশন কৰা হৈছিল। ভাৰতীয় আৰু বিশ্ব সংগীতৰ ওপৰত এই মহান শিল্পীৰ প্ৰভাৱক মান্যতা প্ৰদান কৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ইলাইয়াৰাজাক “সংগীত জগতৰ নক্ষত্ৰ আৰু পথপ্ৰদৰ্শক” বুলি আখ্যা দি তেওঁৰ প্ৰশংসা কৰে, যাৰ কামে বিশ্ব পৰ্যায়ত উৎকৃষ্টতাক এক নতুন পৰিভাষা প্ৰদান কৰি আছে।

শ্ৰী মোদীয়ে এক্স পোষ্টত কয়:

“ৰাজ্যসভাৰ সাংসদ থিৰু ইলাইয়াৰাজাজীক লগ পাই আনন্দিত হ’লোঁ, তেওঁ সংগীতৰ নক্ষত্ৰ, যাৰ প্ৰতিভাৰ আমাৰ সংগীত আৰু সংস্কৃতিত অম্লান প্ৰভাৱ আছে।

তেওঁ প্ৰতিটো দৃষ্টিৰে অগ্ৰণী আৰু তেওঁ কিছুদিন পূৰ্বে লণ্ডনত নিজৰ প্ৰথম ৱেষ্টাৰ্ণ ক্লাছিকেল চিম্ফনী ভেলিয়েণ্ট উপস্থাপন কৰি পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিলে। এই প্ৰদৰ্শন বিশ্ব বিখ্যাত ৰয়েল ফিলহাৰমনিক অৰ্কেষ্ট্ৰাৰ সৈতে কৰা হৈছিল। এই উল্লেখযোগ্য কৃতিত্বই তেওঁৰ অতুলনীয় সংগীত যাত্ৰাত আন এটা অধ্যায় যোগ কৰিছে – যি বিশ্ব স্তৰত উৎকৃষ্টতা লাভ কৰাটো অব্যাহত ৰাখিছে।”

@ilaiyaraaja”

 

 

"நாடாளுமன்ற மாநிலங்களவை உறுப்பினர் திரு இளையராஜா அவர்களை சந்தித்ததில் மகிழ்ச்சி அடைகிறேன். இசைஞானியான அவரது மேதைமை நமது இசை மற்றும் கலாச்சாரத்தில் மகத்தான தாக்கத்தை ஏற்படுத்தியுள்ளது. எல்லா வகையிலும் முன்னோடியாக இருக்கும் அவர், சில நாட்களுக்கு முன் லண்டனில் தனது முதலாவது மேற்கத்திய செவ்வியல் சிம்பொனியான வேலியண்ட்டை வழங்கியதன் மூலம் மீண்டும் வரலாறு படைத்துள்ளார். இந்த நிகழ்ச்சி, உலகப் புகழ்பெற்ற ராயல் பில்ஹார்மோனிக் இசைக்குழுவுடன் இணைந்து நடத்தப்பட்டது. இந்த முக்கியமான சாதனை, அவரது இணையற்ற இசைப் பயணத்தில் மற்றொரு அத்தியாயத்தைக் குறிக்கிறது - உலக அளவில் தொடர்ந்து மேன்மையுடன் விளங்குவதை இது எடுத்துக்காட்டுகிறது.

@ilaiyaraaja"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India